DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 13, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

সম্প্ৰসাৰণবাদী চীনৰ চকু! অৰুণাচল প্ৰদেশৰ ১৫টা স্থানক পুনৰ নামাকৰণ কৰিলে চীনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 31, 2021 8:23 am
WhatsApp Image 2021-12-31 at 7.46.17 AM
151
VIEWS
Share on FacebookShare on Twitter

চীনে বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ কমেও ১৫টা স্থানক পুনৰ নামাকৰণ কৰিছে। সম্প্ৰসাৰণবাদী চীনৰ ভাৰতৰ ওপৰত চাপ সৃষ্টিৰ এয়া এক নতুন কৌশল হিচাপে বিবেচিত হৈছে।

নতুন নামকৰণক ‘মান্যকৃত’ (standardized)বুলি অভিহিত কৰি বৃহস্পতিবাৰে চীনে স্থানংক তথা এখন মানচিত্ৰৰ সৈতে মুকলি কৰিছে।

চীনৰ অসামৰিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে নতুন সীমান্ত আইনৰ মাত্ৰ কেইদিনমান পূৰ্বে এই ঘোষণা কৰিছে।

উল্লেখ্য যে চীনৰ মানচিত্ৰত অৰুণাচল প্ৰদেশক জংনান বা দক্ষিণ তিব্বেত বুলি কোৱা হৈছে।

চীনে বিগত বছৰবোৰত অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বেত হিচাপে দাবী কৰি আহিছে যদিও ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে ইয়াক দৃঢ়তাৰে খণ্ডন কৰি ৰাজ্যখনক ‘ভাৰতৰ এক অৱিচ্ছেদ্য অংগ বুলি’ দোহাৰি আহিছে।

বৃহস্পতিবাৰে নামকৰণ কৰা ১৫টা স্থানৰ ভিতৰত আঠটা আৱাসিক অঞ্চল, চাৰিখন পৰ্বত, দুখন নদী আৰু এটা পাহাৰীয়া পথ।

বাতৰি অনুসৰি, তালিকাত থকা আঠখন নগৰ হৈছে ছানন প্ৰান্তৰ কোনা অঞ্চলৰ ছেংকেজং আৰু ডাগলুংজং, নিয়াংচি অঞ্চলৰ মেডগ প্ৰান্তৰ মণিগেং, ডুডিং আৰু মিগপেইন, নিয়াংচি অঞ্চলৰে জায়ু প্ৰান্তৰ গোলিং, ডাম্বা আৰু ছানন অঞ্চলৰ লুঞ্জে প্ৰান্তৰ মেজগ।

আনহাতে, পৰ্বতকেইখন হৈছে ৱামু ৰি, ডেও ৰি, লুনঝুৱ ৰি আৰু কুমিংঝিংজে ফেং। সেইদৰে নদী দুখন হৈছে জেনিয়’গমো হি আৰু ডুলেইন হি তথা তালিকাৰ পাহাৰীয়া পথটো হ’ল ছে লা। 

Recent News

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ

আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ঘৰৰ পৰা অতি গোপন নথিপত্ৰ জব্দ FBIৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ঘৰৰ পৰা অতি গোপন নথিপত্ৰ জব্দ FBIৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd