• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অশোকা ইউনিভাৰ্ছিটিৰ প্ৰতিষ্ঠাপক গুপ্তা ব্ৰাদাৰ্ছৰ বিৰুদ্ধে চিবিআইৰ প্ৰৱঞ্চনাৰ গোচৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 7, 2022 11:36 am
Gupta Brothers
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিবিআইৰ জালত পৰিল অশোকা ইউনিভাৰ্ছিটিৰ প্ৰতিষ্ঠাপকদ্বয় প্ৰণৱ গুপ্তা আৰু বিনীত গুপ্তা। গুপ্তা ব্ৰাদাৰ্ছ হিচাপে জনাজাত এই ব্যৱসায়ী দুজনৰ বিৰুদ্ধে ষোল্লশ কোটি টকাৰ জালিয়াতী ধৰা পেলাইছে চিবিআইয়ে।

কালি প্ৰকাশ পোৱা বাতৰি অনুসৰি, ৩১ ডিচেম্বৰত দিল্লীকে ধৰি কেইবাটাও ঠাইত অভিযান চলোৱাৰ পাছতে এই বৃহৎ জালিয়াতি ধৰা পৰে।

Apply Now

এই বৃহৎ জালিয়াতী ধৰা পৰাৰ পাছত চিবিআইয়ে গুপ্তা ব্ৰাদাৰ্ছৰ পেৰাবলিক ড্ৰাগছ নামৰ সংস্থাটোৰ বিৰুদ্ধে এটা প্ৰৱঞ্চনাৰ গোচৰ তৰিছে। গোচৰটোত গুপ্তা ব্ৰাদাৰ্ছৰ উপৰিও আন দহজন লোককো অভিযুক্ত কৰা হৈছে।

চিবিআইয়ে জনোৱা মতে, পেৰাবলিক ড্ৰাগছৰ দ্বাৰা অবৈধ আৰু ভুৱা নথিপত্ৰৰে গুপ্তা ব্ৰাদাৰ্ছে দেশৰ ১১ টাকৈ ৰাজহুৱা খণ্ডৰ বেংকৰ পৰা ঋণ লয়।

এছবিআই, ইউকো বেংক, আইচিআইচিআই বেংককে ধৰি কেইবাটাও বেংকৰ পৰা লোৱা এই ঋণৰ পৰিমাণ ১,৬২৬ কোটি টকা বুলি জানিব পৰা গৈছে। তাৰপাছতে চিবিআইয়ে তেওঁলোকৰ ওপৰত অনুসন্ধান চলায়।

উল্লেখযোগ্য যে গুপ্তা ব্ৰাদাৰ্ছ হৈছে পেৰাবলিক ড্ৰাগছ নামৰ এটা ঔষধ প্ৰস্তুতকাৰী সংস্থাৰ স্বত্বাধিকাৰ। তদুপৰি হাৰিয়ানাৰ চনেপট চহৰত গুপ্তা ব্ৰাদাৰ্ছে ২০১৪ চনত অশোকা ইউনিৰ্ভাচিটি স্থাপন কৰিছিল।

তাৰপাছতে দেশৰ শৈক্ষিক মহলত ইউনিভাৰ্ছিটিখন জনপ্ৰিয় হৈ পৰা দেখা যায়। কেৱল জনপ্ৰিয়ই নহয়, মাজে মাজে কেতবোৰ বিতৰ্কতো সোমাই পৰিছিল ইউনিভাৰ্ছিটিখন।

শেহতীয়াকৈ ৰাজনৈতিক বিশেষজ্ঞ প্ৰতাপ ভানু মেহতা আৰু অৰ্থনীতিবিদ অৰৱিন্দ সুব্ৰমনিয়ামে ইউনিভাৰ্ছিটিখনৰ অধ্যাপক পদ ত্যাগ কৰে।

অধ্যাপক দুগৰাকীয়ে অভিযোগ কৰে যে ইউনিভাৰ্চিটিখনক শৈক্ষিক স্বাধীনতাৰ একেবাৰে অভাৱ। ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলে গুপ্তা ব্ৰাদাৰ্ছৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ দৰে ঘটনাও সংঘটিত হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

September 10, 2026 4:09 pm
মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

September 10, 2026 3:00 pm
শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

September 10, 2026 2:38 pm
পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

September 10, 2026 1:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

September 10, 2026 4:09 pm
মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

September 10, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd