• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতত প্ৰৱেশ কৰা আন্তঃৰাষ্ট্ৰীয় যাত্ৰীৰ ক্ষেত্ৰত নতুন নিয়ম, ৭ দিনৰ বাধ্যতামূলক হোম কোৱাৰাণ্টাইন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 7, 2022 5:28 pm
New rules for International arrivals
230
VIEWS
Share on FacebookShare on Twitter

দেশত বৰ্দ্ধিত ক’ভিদ তথা অ’মিক্ৰণ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত আন্ত:ৰাষ্ট্ৰীয় যাত্ৰীৰ বাবে দেশত প্ৰৱৰ্তন কৰা হৈছে নতুন নিয়ম।

বিদেশৰ পৰা ভাৰতত অৱতৰণ কৰা যাত্ৰী সকলে এসপ্তাহৰ বাবে হোম কোৱাৰাণ্টাইনত থাকিব লাগিব আৰু অষ্টম দিনা ক’ভিদ পৰীক্ষা কৰিব লাগিব। এই নতুন নিয়ম অহা মঙলবাৰৰ পৰা কাৰ্যকৰী হ’ব।

লগতে বিপদসংকূল দেশৰ সংখ্যা ১৯ খনলৈ বৃদ্ধি কৰা হৈছে। বিগত বৰ্ষৰ ডিচেম্বৰৰ পৰা নখন দেশক এই তালিকাত যোগ কৰা হৈছে।

আন্ত: ৰাষ্ট্ৰীয় যাত্ৰীসকলে সাত দিনৰ বাবে হোম কোৱাৰাণ্টাইনত থাকিব লাগিব আৰু তাৰ পিছত আৰটি-পিচিআৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। যদি তেওঁলোকৰ ক’ভিদ পজিটিভ ধৰা পৰে, তেওঁলোকক আইচ’লেশ্যনলৈ প্ৰেৰণ কৰা হ’ব আৰু তেওঁলোকৰ নমুনা জিনম পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব।

বিপদসংকূল তালিকাত নথকা দেশবোৰৰ বিমানৰ ক্ষেত্ৰত দুই শতাংশ যাত্ৰীক আগমনৰ পিছত পৰীক্ষা কৰা হ’ব।

আনহাতে স্ক্ৰীণিংৰ সময়ত ক’ভিদৰ লক্ষণ পোৱা যাত্ৰীসকলক আইচ’লেশ্যন কৰা হ’ব আৰু চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা হ’ব।

দেশত দৈনিক ক’ৰণা আক্ৰান্তৰ সংখ্যা বৃহস্পতিবাৰে ১ লাখৰ সীমা অতিক্ৰম কৰিছিল। তদুপৰি অ’মিক্ৰণত আক্ৰান্তৰ হাৰো ক্ৰমাৎ উৰ্দ্ধগামী হৈছে।

এনে পৰিস্থিতিলৈ লক্ষ্য ৰাখি আন্তঃৰাষ্ট্ৰীয় যাত্ৰীৰ ক্ষেত্ৰত এই নিয়ম প্ৰৱৰ্তন কৰা হৈছে বিবৃতিটোত উল্লেখ কৰা হৈছে।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd