• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উলংঘন: উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত পেনেলে কৰিব তদন্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2022 1:57 pm
Supreme Court on PM Security Breach
151
VIEWS
Share on FacebookShare on Twitter

পঞ্জাৱ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীৰ কনভয় কৃষক প্ৰতিবাদৰ বাবে পথৰ মাজতে আৱদ্ধ হৈ পৰাৰ পাছতে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উলংঘনৰ অভিযোগ উত্থাপনৰ বিষয়ত তদন্ত সমিতি গঠন কৰিব উচ্চতম ন্যায়ালয়ে।

ৰাজ্যখনৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিষয়টোৱে ৰাজনৈতিক অৰিয়াঅৰিত পৰিণত হোৱাৰ পিছত উচ্চতম ন্যায়ালয়ে নিযুক্ত কৰা এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে বিষয়টোৰ তদন্ত কৰিব। উচ্চতম ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশে এই সমিতিৰ নেতৃত্ব দিব।

উচ্চতম ন্যায়ালয়ে আজি বিজেপি শাসিত কেন্দ্ৰ আৰু পঞ্জাৱৰ কংগ্ৰেছ চৰকাৰক চলিত তদন্ত বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে।

মুখ্য ন্যায়াধীশ এন ভি ৰমনা আৰু ন্যায়াধীশ সূৰ্য কান্ত আৰু হিমা কোহলীৰ বিচাৰপীঠে নতুন পেনেল সন্দৰ্ভত শীঘ্ৰেই বিতং নিৰ্দেশ জাৰি কৰা হ’ব বুলি উল্লেখ কৰে।

শুকুৰবাৰে ইয়াৰ পূৰ্বৰ শুনানিত আদালতে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ ৰেকৰ্ড দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।

উল্লেখ্য যে এই ঘটনাক কেন্দ্ৰ কৰি বিজেপি আৰু কংগ্ৰেছৰ মাজত তীব্ৰ বাকযুদ্ধ আৰম্ভ হয়। প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা ৰক্ষাৰ বাবে চৰণজিৎ সিং চান্নী চৰকাৰক দোষাৰোপ কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ কৰে।

আনহাতে ইয়াৰ প্ৰত্যুত্তৰত কংগ্ৰেছে কয় যে শেষ মুহূৰ্তত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ পৰিকল্পনা সলনি কৰা হৈছিল। দলটোৱে বিজেপিক প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিবলগা ৰেলীত কম সংখ্যক লোকৰ উপস্থিতিৰ ব্যৰ্থতা ঢাকিবলৈ নিৰাপত্তাৰ ত্ৰুটিৰ দোহাই দিয়া বুলি অভিযোগ কৰে।

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd