• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হৰিদ্বাৰ সাম্প্ৰদায়িক ভাষণ প্ৰসঙ্গত উত্তৰ দিবলৈ উত্তৰাখণ্ড চৰকাৰক ১০ দিনৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 12, 2022 2:15 pm
Haridwar Hate Speech
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হৰিদ্বাৰত অনুষ্ঠিত ধৰ্ম সংসদৰ সাম্প্ৰদায়িক ভাষণ গোচৰ সন্দৰ্ভত উত্তৰাখণ্ড চৰকাৰক ১০ দিনৰ ভিতৰত আবেদনৰ উত্তৰ দিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে পাটনা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অঞ্জনা প্ৰকাশ আৰু সাংবাদিক কুৰবান আলীৰ এখন আবেদনৰ শুনানি গ্ৰহণ কৰি আছে।

Apply Now

উত্তৰাখণ্ডৰ হৰিদ্বাৰত অনুষ্ঠিত ধৰ্ম সংসদত হিন্দু ধৰ্মীয় নেতাসকলে মুছলমানসকলৰ বিৰুদ্ধে গণহত্যা আৰু অস্ত্ৰ ব্যৱহাৰৰ বাবে মুকলি আহ্বান জনাইছিল।

কেইদিনমান পিছত তেওঁলোকক এটা ভিডিঅ’ত এজন আৰক্ষী বিষয়াৰ সৈতে এটি হাস্যমধুৰ মুহূৰ্তৰ দৃশ্য দেখিবলৈ পোৱা গৈছিল। ‘আৰক্ষী আমাৰ পক্ষত থাকিব’ বুলি গুৰুত্বপূৰ্ণ মন্তব্যও কৰিছিল হিন্দুত্ববাদী নেতা কেইজনক।

আনহাতে আৱেদনকাৰীসকলে ২৩ জানুৱাৰীত উত্তৰ প্ৰদেশৰ আলিগড়ত অনুষ্ঠিত হ’বলগীয়া আন এটা ধৰ্ম সংসদ অনুষ্ঠান বন্ধ কৰিবলৈ আহ্বান জনোৱাৰ পিছত উচ্চতম ন্যায়ালয়ে তেওঁলোকক স্থানীয় কৰ্তৃপক্ষৰ কাষ চাপিবলৈ অনুমতি দিয়ে।

১৭ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ অনুষ্ঠিত হৰিদ্বাৰ অনুষ্ঠানৰ ক্লিপসমূহ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত সমগ্ৰ দেশতে তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল।

প্ৰাক্তন সামৰিক মুৰব্বীকে ধৰি ১০০ জন সামাজিক কৰ্মীয়ে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল।

তদুপৰি উচ্চতম ন্যায়ালয়ৰ ৭৬ জন অধিবক্তাই বিষয়টোত হস্তক্ষেপ বিচাৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰিছিল। আনকি কিংবদন্তী আন্তঃৰাষ্ট্ৰীয় টেনিছ তাৰকা মাৰ্টিনা নাভ্ৰাটিলোভাইও নিন্দা কৰিছিল এই ঘটনাৰ।

আনহাতে অনুষ্ঠান আয়োজন কৰা হিন্দুত্ববাদী গোট আৰু সাম্প্ৰদায়িক ভাষণেৰে উচতনি যোগোৱা হিন্দুত্ববাদী ব্যক্তি কেইজনে কয় যে তেওঁলোকে কোনো ভুল কৰা নাই।

অনুষ্ঠানটিত সাম্প্ৰদায়িক ভাষণ দিয়া অন্যতম বক্তা প্ৰবোধনন্দ গিৰিয়ে কয়, “মই যি কৈছো তাৰ বাবে মই লজ্জিত নহয়। মই আৰক্ষীক ভয় নকৰোঁ। মই মোৰ বক্তব্যৰ সৈতে থিয় দিছো।”

উল্লেখ্য যে এই বিতৰ্কিত অনুষ্ঠানটোৰ বিৰুদ্ধে সমগ্ৰ দেশতে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত আৰক্ষীয়ে কেইজনমান অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল যদিও এজনো ব্যক্তিক গ্ৰেপ্তাৰ কৰা নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd