• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত বিজেপিয়ে মাত্ৰ ৩-৪ খন আসনহে লাভ কৰিব, কোনে কৰিলে এই দাবী?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 14, 2022 4:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ পাঁচ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন সমগাত। বিজেপি নেতৃত্বাধীন উত্তৰ প্ৰদেশত এইবাৰো গেৰুৱা দলটোৱে নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰিব বুলি ৰাজ্য খনৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে দাবী কৰি অহাৰ বিপৰীতে সমাজবাদী পাৰ্টীয়ে ওলোটা ছবি এখনৰ কথাহে ক’বলৈ আৰম্ভ কৰিছে।

ইতিমধ্যে কেইবাজনো বিজেপি দলৰ পৰা নিৰ্বাচিত মন্ত্ৰীয়ে সমাজবাদী দলত যোগদান কৰাৰ সময়তে উৎফুল্লিত হৈ পৰিছে সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে ।

Apply Now

শুকুৰবাৰে যাদৱে কয় যে এই বছৰৰ নিৰ্বাচনত শাসকীয় বিজেপি দলে মাত্ৰ ৩-৪ খন আসনহে লাভ কৰিব। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক আক্ৰমণ কৰি যাদৱে কয়, “৮০ বনাম ২০” দাবীৰ দ্বাৰা মুখ্যমন্ত্ৰীয়ে বুজাইছে যে এই নিৰ্বাচনত বিজেপিয়ে উত্তৰ প্ৰদেশৰ মুঠ আসনৰ ২০ শতাংশ লাভ কৰিব আৰু বাকী ৮০ শতাংশ তেওঁৰ দললৈ যাব।”

স্বামী প্ৰসাদ মৌৰ্য আৰু আন একাংশ বিজেপি নেতাৰ আগমনৰ পিছত,গেৰুৱা দলটোৱে আনকি এই ২০ শতাংশও হেৰুওৱাৰ আশংকা থকা বুলি যাদৱে মন্তব্য কৰে।

এনে পৰিস্থিতিত মুখ্যমন্ত্ৰীয়ে আদিত্যনাথ এজন গণিত শিক্ষকক নিযুক্ত কৰা উচিত বুলিও যাদৱে কটাক্ষ কৰে।
যাদৱে ৪০৩ জনীয়া উত্তৰ প্ৰদেশ বিধানসভাত তিনি-চতুৰ্থাংশ আসন জিকিব বুলি বিজেপিয়ে কৰি অহা দাবীক প্ৰত্যাহ্বান জনাই কয়, “তেওঁলোকে বুজাব বিচাৰিছে যে তেওঁলোকে তিনি বা চাৰিখন আসনকহে জিকিব।”

উল্লেখ্য বিজেপিৰ প্ৰাক্তন মন্ত্ৰী স্বামী প্ৰসাদ মৌৰ্য আৰু ধৰম সিং চাইনীয়ে আন বিধায়কসকলৰ সৈতে শুকুৰবাৰে তেওঁলোকৰ সমৰ্থকৰ সৈতে আনুষ্ঠানিকভাৱে সমাজবাদী পাৰ্টিত যোগদান কৰিছে। মৌৰ্যই বিজেপিক ২০১৭ চনত পিছপৰা জাতিক প্ৰতাৰণা কৰি ক্ষমতালৈ অহাৰ অভিযোগ কৰিছিল।

মৌৰ্যই শেহতীয়াকৈ কৈছে যে তেওঁৰ প্ৰচেষ্টা হ’ব উত্তৰ প্ৰদেশক বিজেপিৰ অপশাসনৰ পৰা মুক্ত কৰা। তেওঁ কয় যে যোগী আদিত্যনাথ চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণক বিপথে পৰিচালিত কৰিছে।” মই বিজেপিক ক’ব বিচাৰো যে বিফলতাৰ গণনা আজিৰ পৰা আৰম্ভ হৈছে,” তেওঁ কয়।

সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে নেতাসকলক তেওঁৰ দললৈ স্বাগতম জনাই কয় যে ধনী লোকসকলক লাভান্বিত কৰিবলৈ বিজেপিয়ে দৰিদ্ৰ লোকসকলক লুণ্ঠন কৰি আছে। ইফালে, প্ৰাক্তন মন্ত্ৰী দাৰা সিং চৌহানেও সমাজবাদী পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব।

চৌহানে আৰু কেইজনমান বিধায়কৰ সৈতে দেওবাৰে সমাজবাদী পাৰ্টীত যোগদান কৰিব বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd