• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ঘৃণামূলক ভাষণৰ দৰে অপৰাধমূলক কাৰ্যক সমৰ্থন কৰিছে শাসকীয় দলৰ উচ্চস্তৰীয় সদস্যই! অভিযোগ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 19, 2022 2:48 pm
Hate speech
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঘৃণামূলক ভাষণ এক অপৰাধমূলক কাৰ্য। শাসকীয় দলৰ উচ্চ স্তৰৰ লোকসকল এই বিষয়ত কেৱল নীৰৱেই নহয়, ইয়াক প্ৰায় সমৰ্থন কৰিছে।

ঘৃণামূলক ভাষণৰ বৰ্ধিত ঘটনাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি এই মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰোহিন্টন নৰিমনে।

Apply Now

তেওঁ লগতে সংসদে ইয়াৰ বাবে দোষীসকলক নিম্নতম শাস্তি দিয়াৰ ব্যৱস্থা সংশোধন কৰিবলৈও পৰামৰ্শ দিয়ে।

“আইনৰ শাসনৰ সাংবিধানিক ভিত্তি” সন্দৰ্ভত মূল ভাষণ প্ৰদান কৰি নৰিমনে কয়, “শেহতীয়াকৈ আমি দেশত যুৱ ব্যক্তি, শিক্ষাৰ্থী, ষ্টেণ্ড-আপ কমেডিয়ান আৰু এনেধৰণৰ লোকসকলক ৰাজদ্ৰোহ আইনৰ অধীনত চৰকাৰক মুক্তভাৱে সমালোচনা কৰাৰ বাবে গোচৰ ৰুজু কৰিছো। এইয়া সঁচাকৈয়ে ঔপনিৱেশিক প্ৰকৃতিৰ আৰু আমাৰ সংবিধানৰ অধীনত ইয়াৰ কোনো স্থান নাই।”

“আনহাতে, সমাজত ঘৃণামূলক ভাষণ দিয়া ব্যক্তি আছে, যি গণহত্যাৰ আহ্বান জনাইছে। অথচ কিছুমান কৰ্তৃপক্ষৰ বাবে এই লোকসকলক গ্ৰেপ্তাৰ কৰিবলৈ যথেষ্ট অনীহা অনুভৱ কৰোঁ।” ভাষণত তেওঁ কয়।

তেওঁ লগতে কয়, “দেশৰ উপ-ৰাষ্ট্ৰপতিয়ে এক ভাষণত ঘৃণামূলক ভাষণ অসাংবিধানিক বুলি উল্লেখ কৰা শুনি আনন্দিত হৈছিলো। ই কেৱল অসাংবিধানিকেই নহয়, ই এক অপৰাধমূলক কাৰ্যও। দুৰ্ভাগ্যবশতঃ যদিও এই ক্ষেত্ৰত এজন ব্যক্তিক তিনি বছৰলৈকে কাৰাদণ্ড দিব পাৰি, এনে কেতিয়াও নহয় কিয়নো কোনো নিম্নতম শাস্তি নিৰ্ধাৰণ কৰা নহয়।”

“যদি আমি সঁচাকৈয়ে আমাৰ সংবিধানত সন্নিবিষ্ট আইনৰ শাসন শক্তিশালী কৰিব বিচাৰো, মই দৃঢ়ভাৱে পৰামৰ্শ দিম যে সংসদে নিম্নতম শাস্তি প্ৰদান কৰিবলৈ এই ব্যৱস্থাবোৰ সংশোধন কৰা উচিত যাতে এই আইনত ঘৃণামূলক ভাষণ দিয়া আনসকলক প্ৰতিৰোধ কৰা হয়।” তেও কয়।

দুৰ্ভাগ্যবশতঃ শাসকীয় দলৰ উচ্চ স্তৰৰ লোকসকল এইক্ষেত্ৰত কেৱল নীৰৱ হৈ থকাই নহয়, ঘৃণামূলক ভাষণক প্ৰায় সমৰ্থন কৰি আছে বুলি নৰিমনে গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

July 2, 2026 10:23 am
আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

July 2, 2026 9:49 am
স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

July 2, 2026 9:19 am
তামিলনাডুত গো-হত্যাৰ সম্পূৰ্ণ নিষেধাজ্ঞাক লৈ বিতৰ্ক, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ টিভিকে চৰকাৰ

তামিলনাডুত গো-হত্যাৰ সম্পূৰ্ণ নিষেধাজ্ঞাক লৈ বিতৰ্ক, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ টিভিকে চৰকাৰ

July 2, 2026 9:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

July 2, 2026 10:23 am
আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

July 2, 2026 9:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd