• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চলোৱা নহ’ল নিৰ্বাচনী প্ৰচাৰ; নিজৰ সমষ্টিতে জনতাই পহুখেদা দিলে বিধায়কক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2022 6:25 pm
BJP MLA Chased Away
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পহুখেদা খালে এগৰাকী বিধায়কে। জনতাৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল এগৰাকী বিজেপি বিধায়কৰ ওপৰত। তাকো নিজৰে সমষ্টিতে! ফলস্বৰূপে পলাই পত্ৰং দিব লগা হ’ল বিধায়ক মহাশয়।

সম্প্ৰতি ভাইৰেল হৈ পৰা এই ঘটনাটো উত্তৰপ্ৰদেশৰ মুজাফ্ফৰনগৰৰ। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ যাওঁতে লাগে এই অথন্তৰ।

Apply Now

বিধায়কজনৰ নাম হৈছে বিক্ৰম সিং সৈনী। সৈনীয়ে নিজা সমষ্টি খাটাউলীত বুধবাৰে নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈছিল। কিন্তু মানব্বৰপুৰ নামৰ এখন গাঁৱত উপস্থিত হোৱাৰ লগে লগে তেওঁলৈ চোঁচা মাৰি আহে গাওঁবাসী।

সমগ্ৰ ঘটনাটোৰ ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে গাওঁবাসীয়ে তেওঁক খেদি গৈছে আৰু বিধায়কজনে নিজৰ বাহনত সোমাই পৰিছে। নিজৰ বাহনৰ পৰা ক্ষোভিত গাওঁবাসীক কৰযোৰে কাতৰ নিবেদন কৰিছে।

তাৰপাছতো গাওঁবাসীয়ে তেওঁৰ বিৰুদ্ধে শ্লোগান দিবলৈ এৰা নাই। কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ প্ৰতিবাদতে এই কাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

নিজৰ সমষ্টিতে এই লজ্জাজনক কাণ্ডৰ মুখামুখি হোৱা এই বিধায়কজনে সততে ঘৃণা বিয়পোৱা মন্তব্যৰ বাবে চৰ্চাত থাকে। ২০১৮ চনত তেওঁ কৈছিল যে ভাৰতত কেৱল হিন্দুৱেহে বাস কৰিব পাৰিব, আন ধৰ্মৰ লোক ইয়াত অবৈধ। তদুপৰি যিসকলে গোবধ কৰে, তেওঁলোকৰ ঠেং ভাঙি দিয়াৰ ভাবুকি দিছিল।

২০১৯ চনতো তেওঁ কৈছিল যে যিসকলে ভাৰতত সুৰক্ষিত অনুভৱ কৰা নাই, তেওঁলোকক বোমা দি উৰুৱাই দিয়া হ’ব। এইদৰে ইটোৰ পাছত সিটো আপত্তিজনক মন্তব্য কৰি আহিছে তেওঁ।

উল্লেখযোগ্য যে আসন্ন বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি তীব্ৰ শলঠেকত পৰিছে শাসনাধীষ্ঠ বিজেপি। সাধাৰণ জনতাৰ ক্ষোভৰ মুখামুখি হ’ব লগা হৈছে বিজেপি নেতাসকল।

বিক্ৰম সিং সৈনীয়ে এইদৰে খেদা খোৱাৰ পূৰ্বেও কেইবাজনো বিজেপি নেতাই ইয়াৰ মুখামুখি হৈছে। আনকি সাধাৰণ জনতাৰ চৰ-ভুকুও খাবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে।

কেৱল বিজ্ঞাপনতে আৱদ্ধ থকা উন্নয়নৰ লগতে কৃষি আইনে জনতাৰ ক্ষোভৰ জ্বলা জুইত ঘিঁউ ঢালিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

July 2, 2026 12:57 pm
ৰাজ্যৰ ওপৰত ৫,০০০ কোটি টকাৰ বোজা! কেন্দ্ৰৰ নতুন গ্ৰাম্য নিয়োগ আঁচনিৰ বিৰোধিতা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ ওপৰত ৫,০০০ কোটি টকাৰ বোজা! কেন্দ্ৰৰ নতুন গ্ৰাম্য নিয়োগ আঁচনিৰ বিৰোধিতা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

July 2, 2026 12:32 pm
সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

July 2, 2026 12:01 pm
ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

July 2, 2026 11:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

July 2, 2026 12:57 pm
ৰাজ্যৰ ওপৰত ৫,০০০ কোটি টকাৰ বোজা! কেন্দ্ৰৰ নতুন গ্ৰাম্য নিয়োগ আঁচনিৰ বিৰোধিতা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ ওপৰত ৫,০০০ কোটি টকাৰ বোজা! কেন্দ্ৰৰ নতুন গ্ৰাম্য নিয়োগ আঁচনিৰ বিৰোধিতা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

July 2, 2026 12:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd