• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সেয়া মৰম নাছিল যদি, আছিলনো কি? ’পূৰ্বৰ প্ৰেমিক’ ঋষভ পন্টক ট্ৰোল কৰি ভাইৰেল উৰ্বশী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 23, 2022 9:28 am
Urvashi-Rishav
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূৰ্বৰ প্ৰেমিক-প্ৰেমিকাৰ মাজত যেতিয়া এসময়ৰ নিজৰ মানুহজনৰ বিষয়ে কিবা কটাক্ষ শুনা যায়, সেয়া স্বাভাৱিকতে আনৰ বাবে কৌতুহলৰ বিষয় হৈ পৰে। তাতেই এতিয়া নেটিজেনৰ চকু এইবোৰ বিষয়ত তেনেই সজাগ।

শেহতীয়াকৈ নিজৰ পূৰ্বৰ প্ৰেমিক তথা ভাৰতীয় ক্ৰিকেট তাৰকা ঋষভ পন্টক মুকলিকৈ কটাক্ষ কৰি সকলোকে হাঁহিৰ খোৰাক দিছে বলীউদৰ তাৰকা অভিনেত্ৰী উৰ্বশী ৰৌতালাই।

উৰ্বশীয়ে এগৰাকী ট্ৰোল কৰা নেটিজেনক উত্তৰ দিয়াৰ সময়ত ঋষভৰ উপাধি পন্ট-ক ‘পেন্ট’ বুলি সম্বোধন কৰিছে।

Apply Now

উল্লেখ্য যে উৰ্বশী ৰৌতালাৰ সৈতে ভাৰতীয় ক্ৰিকেটৰ নৱতম চাঞ্চল্য ঋষভ পন্টৰ প্ৰেমৰ সম্পৰ্কে ২০১৯ত বিশেষভাৱে চৰ্চিত হৈছিল। কিন্তু বৰ বেছিদিন নিটিকিল সেই প্ৰেম। মৰমৰ যেন যতি পৰিল!

লগতে পঢ়ক: U19 World Cup 2022: ১৯ অনুৰ্দ্ধৰ ক্ৰিকেট বিশ্বকাপত দুৰ্দান্ত প্ৰদৰ্শন ভাৰতীয় দলৰ; গঢ়িলে অভিলেখ

এবছৰ নৌহওঁতেই জানিব পৰা মতে ঋষভে উৰ্বশীৰ ফোনকল তথা হোৱাটছএপ ব্লক কৰি দিয়ে। তাৰপাছতে অভিনেত্ৰীগৰাকীৰ মুখপাত্ৰই এয়া দুই প্ৰেমিক যুটীৰ ‘উমৈহতীয়া সিদ্ধান্ত’ বুলি সংবাদ মাধ্যমক জনাইছিল।

পুনৰ ছচিয়েল মিডিয়াত পন্টক কটাক্ষ কৰি উৰ্বশীয়ে পুৰণি প্ৰেমৰ কথা নেটিজেনৰ মনত আকৌ এবাৰ সজীৱ কৰি তুলিলে।

টুইটাৰত এগৰাকী নেটিজেনে কটাক্ষ কৰি উৰ্বশীক প্ৰশ্ন কৰিছিল যে সদ্যহতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ঋষভে যে টেষ্টত চেঞ্চুৰী মাৰিলে, তাত তেওঁ কি দেখিছে?

প্ৰত্যুত্তৰত মোহমোয়ী অভিনেত্ৰীগৰাকীয়ে পন্টক ‘পেন্ট’ বুলি উল্লেখ কৰি কয়,’ওহ, পেন্ট নেকি?’ সেয়াটো দেখিছো, সকলোৱে যে পিন্ধে। আৰু ১০০ মৰাৰ কথা কৈছা? হয়, পেন্টৰ ভিতৰততো কেতিয়াবা ১০০টকাৰ নোট মই পাইছো।‘

উৰ্বশীৰ এনে মন্তব্যৰ পাছতে বিষয়টো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd