• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিৱসাগৰ আৰক্ষীৰ জালত উজনিৰ গৰু চিণ্ডিকেটৰ মাষ্টাৰমাইণ্ড বিজেপি নেতা ছত্ৰধৰ গগৈ

গো সুৰক্ষাৰ কথা কোৱা শাসনাধিষ্ঠ বিজেপি দলৰ নেতাই এতিয়া জড়িত হৈ পৰিছে গৰুৰ চোৰাং বেপাৰত

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
January 24, 2022 11:46 am
cattle syndicate

বিজেপিৰ দুই নেতাৰ সৈতে অভিযুক্ত চক্ৰ গগৈ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ আৰক্ষীৰ জালত পৰিছে উজনিৰ গৰু চিণ্ডিকেটৰ মাষ্টাৰমাইণ্ড বিজেপি নেতা ছত্ৰধৰ গগৈ। থাওৰা সমষ্টিৰ বিজেপি বিধায়ক গৰাকীৰ অতি ঘনিষ্ঠ বুলি পৰিচিত এই গৰাকী ছত্ৰধৰ গগৈক শিৱসাগৰ আৰক্ষীয়ে গৰুৰ চোৰাং কাৰোবাৰৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

শিৱসাগৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোছনৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰা হৈছে চাৰিজন গৰু মাফিয়াক। বিজেপি নেতা ছত্ৰধৰ গগৈৰ লগতে শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দাদুল আলি, কলীয়া আলি আৰু জাবেদ আলিক।

আটাইকেইটা গৰু মাফিয়াক শিৱসাগৰ থানাৰ case no 26/2022 U/S353/379/279 IPC R/W sec 13 assam cattle preservation act ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।

Apply Now

লগতে পঢ়ক: বাইহাটা চাৰিআলিত ৰহস্যজনক অৱস্থাত উদ্ধাৰ তিনিজন যুৱকৰ মৃতদেহ

উল্লেখ্য যে উজনি অসমত এতিয়া প্ৰভাৱশালী ৰাজনীতিকৰ আৰ্শীবাদতেই চলি আছে গৰু চিণ্ডিকেট। বিজেপি নেতা ছত্ৰধৰ গগৈৰ গ্ৰেপ্তাৰেই উদঙাইছে শাসকীয় দলৰ নেতা-পালিনেতা গৰু চিণ্ডিকেটত জড়িত থকাৰ তথ্য।

শাসকীয় দলৰ ৰাজনৈতিক নেতাৰ ছত্ৰছায়াত দপদপাই থকা এই গৰাকী ছত্ৰধৰ গগৈ আৰক্ষীৰ জালত পৰা ঘটনাই শিৱসাগৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

শিৱসাগৰ ৰাজমাই, দিচাংমুখৰ লগতে ডিব্ৰুগড়, লক্ষীমপুৰৰ গৰু চিণ্ডিকেটৰ মূল নায়ক আছিল এই গৰাকী ছত্ৰধৰ গগৈ।

লগতে পঢ়ক: নগাঁওৰ ঘটনাটো মুখ্যমন্ত্ৰীৰ অত্যাচাৰী ৰাজত্বৰ এটা প্ৰতিফলন: ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

ইয়াৰোপৰি উজনি অসমৰ পৰা কন্টেইনাৰৰ জড়িয়তে গৰুৰ চোৰাং ব্যৱসায়ৰ বৃহৎ নেতৃত্ব বহন কৰিছিল ছত্ৰধৰ গগৈয়ে।

উল্লেখ্য যে বিগত বিধানসভাৰ উপ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল গৰু চিণ্ডিকেটত অভিযুক্ত ছত্ৰধৰ গগৈয়ে।

যোগদানৰ পিছতেই বিজেপি থাওৰা পানীদিহিং, অ’বিচি মৰ্চাৰ সম্পাদক হিচাপে দায়িত্ব লাভ কৰিছিল ছত্ৰধৰ গগৈ।

লগতে পঢ়ক:আৰক্ষীৰ সন্ত্ৰাস! তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যক ডিএছপিৰ প্ৰহাৰ

গৰু চিণ্ডিকেটৰ লগত জড়িত শাসকীয় দলৰ নেতা এই গৰাকী ছত্ৰধৰ গগৈৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হব।

পার্শ্বজোতি গগৈ, শিৱসাগৰ

পার্শ্বজোতি গগৈ, শিৱসাগৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am
চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

August 14, 2026 10:50 am
কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

August 14, 2026 9:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd