• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুৰাপায়ীৰ বাবে সুখবৰ: বছৰত মাত্ৰ তিনিদিন হ’ব ড্ৰাই ডে’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2022 7:23 pm
Dry day
260
VIEWS
Share on FacebookShare on Twitter

ড্ৰাই ডে’মানেই যেন সুৰাপায়ীৰ বাবে এক অশান্তিজনক আৰু কষ্টকৰ দিন। বছৰৰ এই নিৰ্দিষ্ট দিন কেইটাত সুৰাপায়ী সকল হয়তু তীব্ৰ যন্ত্ৰণাত ভোগে।

পিছে সুৰাপায়ীৰ বাবে আছে এক সুখবৰ। সুৰাপায়ীসকলৰ যন্ত্ৰণা লঘূ কৰিবলৈ এইবাৰ চৰকাৰে হ্ৰাস কৰিছে ড্ৰাই ডে’ৰ সংখ্যা। পূৰ্বৰ বছৰটোৰ ২১ টা ড্ৰাই ডে’ৰ পৰিৱৰ্তে এই বৰ্ষত থাকিব মাত্ৰ তিনিদিন ড্ৰাই ডে’।

অৱশ্যে এই নিয়ম সমগ্ৰ দেশৰ বাবে নহয়। কেৱল দিল্লীতহে কাৰ্যকৰী হ’ব সুৰাপায়ীৰ বাবে সুখকৰ এই নিয়ম।

দিল্লী চৰকাৰে এক নিৰ্দেশনাৰ যোগে এইবাৰ ৰাজ্যখনত ‘ড্ৰাই ডে’ৰ সংখ্যা ২১ ৰ পৰা তিনি দিনলৈ হ্ৰাস কৰিছে।

দিল্লী চৰকাৰৰ আবকাৰী বিভাগৰ মতে সুৰাৰ দোকানসমূহ এই বৰ্ষত কেৱল স্বাধীনতা দিৱস (১৫ আগষ্ট), গণতন্ত্ৰ দিৱস (২৬ জানুৱাৰী) আৰু গান্ধী জয়ন্তী (২ অক্টোবৰ)ত হে বন্ধ থাকিব।

নিৰ্দেশটোত কোৱা হৈছে যে ওপৰোক্ত তিনিটা দিনৰ বাহিৰে, চৰকাৰে বছৰটোৰ আন যিকোনো দিনক সময়ে সময়ে ‘ড্ৰাই ডে’ হিচাপে ঘোষণা কৰিব পাৰে।

অৱশ্যে এল-15 অনুজ্ঞাপত্ৰ থকা হোটেলৰ ক্ষেত্ৰত অধিবাসীসকলৰ বাবে সুৰা সেৱাৰ ক্ষেত্ৰত ড্ৰাই ডে’ৰ নিষেধাজ্ঞা প্ৰযোজ্য নহ’ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে দেশ তথা ৰাজ্যখনৰ মহান নেতাসকলৰ জন্ম জয়ন্তী আৰু ধৰ্মীয় উৎসৱকে ধৰি ২১ টা দিনক দিল্লীত ড্ৰাই ডে’ হিচাপে ঘোষণা কৰা হৈছিল।

Recent News

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd