• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দুৰ্নীতিময় ভাৰত: ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেচনেলৰ দুৰ্নীতি ধাৰণা সূচাংকত ৮৫ স্থানত ভাৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 26, 2022 8:32 pm
India in Corruption Index
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ চৰকাৰৰ সীমাহীন দুৰ্নীতিৰ বিৰুদ্ধে ভাষণ আঁওৰাই, দেশক দুৰ্নীতিমুক্ত কৰাৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ দুৰ্নীতি মুক্ত ভাৰতৰ শেহতীয়া ছবি পোহৰলৈ আহিছে।

ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেচনেলে মঙলবাৰে প্ৰকাশ কৰা দুৰ্নীতি ধাৰণা সূচক প্ৰতিবেদনত ১৮০ খন দেশৰ ভিতৰত ৮৫ নম্বৰত স্থান লাভ কৰিছে ভাৰতে।

Apply Now

ভাৰতত দুৰ্নীতি নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পৰা কিছুমান প্ৰণালী দুৰ্বল হৈ পৰিছে বুলি উল্লেখ কৰিছে প্ৰতিবেদনখনে।

“ভাৰতৰ ঘটনা বিশেষভাৱে উদ্বেগজনক। ভাৰতবৰ্ষত দুৰ্নীতি নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পৰা কিছুমান প্ৰণালী দুৰ্বল হৈ পৰিছে। দেশৰ গণতান্ত্ৰিক স্থিতিক লৈ উদ্বেগ আছে, কিয়নো মৌলিক স্বাধীনতা আৰু প্ৰতিষ্ঠানগত নিৰীক্ষণ আৰু ভাৰসাম্যৰ ক্ষয় হৈছে।”— প্ৰতিবেদনত এইদৰে কোৱা হৈছে।

ৰাজহুৱা খণ্ডৰ দুৰ্নীতিৰ স্তৰৰ দ্বাৰা ১৮০ খন দেশ আৰু অঞ্চলক স্থান দিয়া সূচকটোৱে দুৰ্নীতি ধাৰণা সূচক (চিপিআই) স্থান দিবলৈ ০ ৰ পৰা ১০০ ৰ স্কেল ব্যৱহাৰ কৰে।

সূচকৰ মান অনুযায়ী ০ ৰ মান অত্যন্ত দুৰ্নীতিগ্ৰস্ত আৰু ১০০ অতি পৰিষ্কাৰ। ট্ৰেন্সপাৰেন্সী ইণ্টাৰনেচনেলে ভাৰতক ৪০ চিপিআই নম্বৰ দিছে।

উল্লেখ্য যে যোৱা বৰ্ষত সমসংখ্যক চিপিআই স্ক’ৰেৰে ভাৰত ৮৬ তম স্থানত আছিল। অৰ্থাৎ দেশত দুৰ্নীতি হ্ৰাস পোৱা বুলি কেন্দ্ৰীয় চৰকাৰে বিজ্ঞাপনৰ মাধ্যমেৰে তীব্ৰ প্ৰচাৰ কৰিলেও এইয়া ভুৱা বুলি প্ৰমাণিত হৈছে।

তদুপৰি প্ৰতিবেদনখনত ভাৰতবৰ্ষত আৰক্ষী, ৰাজনৈতিক উগ্ৰপন্থী, অপৰাধী দল আৰু দুৰ্নীতিগ্ৰস্ত স্থানীয় বিষয়াসকলৰ আক্ৰমণৰ বলি হোৱা সাংবাদিক আৰু কৰ্মীসকলৰ বিপদাশংকাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে।

প্ৰতিবেদনখনত কোৱা হৈছে, “চৰকাৰৰ বিৰুদ্ধে মাত মাতি থকা নাগৰিক সমাজ সংগঠনবোৰক নিৰাপত্তা, মানহানি, ৰাজদ্ৰোহ, ঘৃণামূলক ভাষণ আৰু আদালত অৱমাননাৰ অভিযোগত অভিযুক্ত কৰা হৈছে।”

আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান এটাই এইদৰে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰাটো সমগ্ৰ দেশখনৰ বাবে এক লজ্জাজনক বিষয়।

তদুপৰি দুৰ্নীতি নিবাৰণৰ ক্ষেত্ৰত সফল হোৱা বুলি কেন্দ্ৰীয় চৰকাৰৰ ফোঁপোলা দাবীকো এইদৰে মিছা বুলি প্ৰমাণ কৰিছে প্ৰতিবেদনখনে।

ইয়াৰ পাছতো কেন্দ্ৰৰ বিজেপি চৰকাৰখন নাৱৰ টিঙৰ পৰা নামে নে নানামে সি লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd