• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভুৱা পিএইচডিৰে চাকৰি কৰি থকা অসমৰ কলেজ শিক্ষকক চিনাক্ত কৰিবলৈ দিচপুৰে গঠন কৰিব কমিটি

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2018 12:21 pm
12-03-18-Guwahati-Assembly-Himanta-Biswa-addressing-media-2-570x320

সংবাদ মাধ্যমৰ আগত বক্তৱ্য ৰখাৰ মুহূৰ্তত শিক্ষামন্ত্ৰী : ফাইল ফটো

178
VIEWS
Share on FacebookShare on Twitter

শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে কয় যে ৰাজ্যখনৰ বিভিন্ন মহাবিদ্যালয়সমূহত ভুৱা পিএইচডি ডিগ্ৰীৰে চাকৰি কৰি থকা শিক্ষকসকলক চিনাক্ত কৰি উলিয়াবলৈ বিভাগে এখন কমিটি গঠন কৰিব।

‘’ৰাজ্য চৰকাৰে ভুৱা পিএইচডি ডিগ্ৰীৰে কাম কৰি থকাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব। আমি এখন কমিটি গঠন কৰিম যিয়ে এই গোচৰবোৰ এটা এটাকৈ পৰীক্ষা কৰি চাব,’’-সাংবাদিকৰ আগত শৰ্মাই এইদৰে কয়।

যোৱা শুকুৰবাৰে অসম বিধানসভাত মন্ত্ৰী শৰ্মাই কৈছিল যে অলপতে চাকৰি নিয়মীয়াকৰণ হোৱা এক বৃহৎ সংখ্যক শিক্ষকে মগধ বিশ্ববিদ্যালয়, বিনায়ক বিশ্ববিদ্যালয়ৰ দৰে প্ৰতিষ্ঠানৰ পৰা পিএইচডি ডিগ্ৰী গ্ৰহণ কৰিছে যিটো সন্দেহজনক আৰু পৰীক্ষা কৰিবলগীয়া।

ভুৱা বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী গ্ৰহণ কৰি বহুতে আন বিভাগতো চাকৰি কৰি আছে বুলি তেওঁ জনায়। ‘’যিবোৰ বিশ্ববিদ্যালয়ৰ ডিগ্ৰী গ্ৰহণযোগ্য নহয় সেইবোৰ জনাই আমি এখন জাননী জাৰি কৰিম। শিক্ষা আৰু পাৰ্চনেল বিভাগে এইক্ষেত্ৰত মিলি কাম কৰিব,’’-শৰ্মাই কয়।

ৰাজ্য চৰকাৰে আগেয়ে এই বিষয়টো চাবলৈ এখন কমিটি গঠন কৰিছিল। কিন্তু বহু কলেজৰ অধ্যক্ষই তেওঁলোকৰ শিক্ষকসকলৰ এই ডিগ্ৰীসমূহৰ তথ্য পাতি নপঠোৱাৰ বাবে বিষয়টো নিষ্পত্তি নহ’ল।

‘’কিন্তু এইবাৰ আমি যিসকল কলেজ শিক্ষকে তথ্য পাতি দাখিল নকৰে তেওঁলোকৰ দৰমহা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো,’’-শৰ্মাই কয়।

ভুৱা ডিগ্ৰীৰে কিমান শিক্ষকে চাকৰি কৰি আছে সেই সম্পৰ্কে তেওঁৰ কোনো ধাৰণা নাই বুলি উল্লেখ কৰি তেওঁ কয়, ‘’সংবাদ মাধ্যমৰ এক বাতৰি মতে এই সংখ্যা প্ৰায় ৩০০ মান হ’ব। কিন্তু সেয়া কেৱল কমিটিয়েহে নিশ্চিত কৰিব পাৰিব।‘’

শিক্ষামন্ত্ৰীয়ে যোৱা বছৰ এখন পৰ্যালোচনা সভাত প্ৰাৰ্থীগৰাকীয়ে ডিগ্ৰী লাভ কৰাৰ পূৰ্বৰ তিনি বছৰত ‘নাক’ৰ দ্বাৰা যোগ্যতা নিৰ্দ্ধাৰণ নোহোৱা বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰা পিএইচডি বা এম ফিল ডিগ্ৰী গ্ৰহণ নকৰাৰ সিদ্ধান্তৰ কথা কৈছিল।

Recent News

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd