• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰৰ অৱহেলা! সদৌ অসম প্ৰাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট পালন

কাজি জেইদুল ইছলাম, বিশ্বনাথ by কাজি জেইদুল ইছলাম, বিশ্বনাথ
February 1, 2022 12:49 pm
TET teachers protest.png1

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম প্ৰাথমিক টেট উত্তীর্ণ শিক্ষক সমাজে আজি ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে। সমগ্ৰ অসমৰ লগতে বিশ্বনাথ জিলাটো অনুষ্ঠিত হয়  এঘন্টিয়া এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী।

বিশ্বনাথ জিলা মিছন সমন্বয়কৰ কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত হোৱা এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত চাৰিটা শিক্ষা খণ্ডৰ সৰ্বমুঠ ৪০গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে।

বিভিন্ন সমস্যাৰে জৰ্জৰিত প্ৰায়ে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক উত্থাপন কৰি অহা শিক্ষকসকলে আজি পৰ্যন্ত চৰকাৰৰ পৰা কোনো ধৰণৰ সমাধানৰ পথ পোৱা নাই যাৰ ফলত আজি পুণৰ ৰাজ্যৰ প্ৰতিখন জিলাত এই দৰে প্ৰতিবাদমুখৰ হৈছে শিক্ষক-শিক্ষয়িত্ৰীসকল।

Apply Now

লগতে পঢ়ক: উফৰি গ’ল কোভিড বিধি! মাজনিশা মুখ্যমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা দিবলৈ অনুৰাগীৰ হেতা-ওপৰা

প্ৰতিবাদ সাব্যস্ত কৰা শিক্ষক-শিক্ষয়িত্ৰী সকলৰ বিশেষকৈ দাবী সমুহৰ ভিতৰত মূল দাবীসমূহ হ’ল:  

*পেব(PAB)ৰ নিৰ্দেশনা অনুসৰি দ্বৈত কেডাৰ ভঙ্গ কৰি শীঘ্ৰে সৰ্বশিক্ষাৰ অধীনৰ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা।

*১ জুলাই ২০২০ তাৰিখৰ ৰাজ্যপালৰ নির্দেশনা (Orders by the Governor of Assam)ত উল্লেখিত সকলোবোৰ সুবিধা শীঘ্ৰে প্ৰদান কৰা ।

*২০১৯ চনৰ জুলাইৰ পৰা বঞ্চিত হৈ ৰোৱা বৰ্দ্ধিত মৰগীয়া বানচ বকেয়াসহ (সৰ্বমুঠ ১৯%) সম্পূর্ণকৈ আদায় দিয়া।

TET teachers protest
ফটো: নৰ্থইষ্ট নাও।

* কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰা শিক্ষক-শিক্ষয়িত্ৰীৰ পৰিয়ালক তেওঁলোকৰ বাকী থকা কাৰ্যকালৰ (৬০ বছৰলৈ) সম্পূৰ্ণ দৰমহা আৰু অন্যান্য সা-সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা কৰা। (যিটো নিয়মীয়া শিক্ষকসকলক দিয়া হয়)।

*আপোন ঘৰ লোণ, এনপিএছ, চাৰ্ভিচ বুক, গ্রেচুইটি, শিক্ষক বঁটা আদিৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা।

*২০১২ চনৰ পৰা আজিলৈকে কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰা শিক্ষক-শিক্ষয়িত্ৰীৰ পৰিয়ালক ন্যূন্যতম ২০ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা।

*বদলিকৰণ আইনৰ সংশোধন কৰি বহি:জিলাত কৰ্মৰত শিক্ষকসকলক গৃহ জিলালৈ বদলিৰ সুবিধা প্ৰদান কৰা।

লগতে পঢ়ক:সংসদত বাজেট উত্থাপন কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ; আশা-প্ৰত্যাশাৰ চাপৰ প্ৰতিফলন!

* নিম্ন প্রাথমিক বিদ্যালয়ত স্থায়ী প্রধান শিক্ষক পদ সৃষ্টি কৰি যোগ্যতা সম্পন্ন টেট উত্তীর্ণ ঠিকাভিত্তিক শিক্ষকসকলকো এই পদ প্ৰদান কৰা।

ইপিনে, মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাক জন্ম দিনৰ শুভেচ্ছা দিয়াৰ লগতে তেওঁলোকৰ সমস্যাসমূহৰ প্ৰতি দৃষ্টি দিবলৈ কাতৰ অনুৰোধ জনাইছে টেট উত্তীৰ্ণ শিক্ষক সমাজে।

কাজি জেইদুল ইছলাম, বিশ্বনাথ

কাজি জেইদুল ইছলাম, বিশ্বনাথ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd