• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় বাজেট ২০২২: কি কি ঘোষণা বিত্তমন্ত্ৰী সীতাৰমনৰ? উত্তৰ পূৰ্বাঞ্চলৰ বাবে কি ভাল খৱৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 1, 2022 1:58 pm
FKfPOqNVkAIJw_B
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি সংসদত দাখিল কৰা ২০২২-২৩বিত্তীয় বৰ্ষৰ বাজেটত জনসাধাৰণৰ বাবে কিবা আশাব্যঞ্জক বতৰা আছেনে? বিত্তমন্ত্ৰীয়ে ঘোষণা কৰা বিষয়সমূহত নতুন কিবা প্ৰত্যাশা কঢ়িয়াইছেনে?

উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক বিকাশৰ বাবে ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেটত ১৫০০ কোটি টকা আৱণ্টন দিছে।

এই বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ পৰিকল্পনা আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰি এই পৰিকল্পনাৰ জৰিয়তে ইয়াৰ জনসাধাৰণৰ জীৱনৰ মানদণ্ড উন্নত কৰি তোলা হব কোৱা হৈছে। তদুপৰি, উত্তৰ-পূবৰ সকলোবোৰ আঁচনিতে ৰাজ সাহায্য লাভ কৰিব বুলিও ঘোষণা কৰা হৈছে।

Apply Now

এইবাৰ চৰকাৰে কৰ্পোৰেট কৰ ১৮ শতাংশৰ পৰা ১৫ শতাংশলৈ হ্ৰাস কৰাৰ ঘোষণা কৰিছে। সেইদৰে, দিব্যাংগসকলৰ বাবে কৰ ৰেহাইও ঘোষণা কৰা হৈছে।

লগতে পঢ়ক: সংসদত বাজেট উত্থাপন কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ; আশা-প্ৰত্যাশাৰ চাপৰ প্ৰতিফলন!

আনহাতে, ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক তেওঁলোকৰ সামাজিক সুৰক্ষা প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমহাৰত কৰ কৰ্তনৰ সীমা ১০ শতাংশৰ পৰা ১৪ শতাংশ লৈ বৃদ্ধি কৰা হ’ব।

ৰাজ্যসমূহক সহায় কৰিবলৈ ১ লাখ কোটি টকা দিয়াৰ কথা ঘোষণা কৰি বিত্তমন্ত্ৰীয়ে ই ৰাজ্যসমূহক ৫০ বছৰৰ বাবে সুতমুক্ত ঋণ প্ৰদান কৰিব বুলি কয়।

চলিত বিত্তীয় বৰ্ষতে ডিজিটেল মুদ্ৰা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰীয়ে।

বাজেটত সৌৰ শক্তি উৎপাদনৰ বাবে আৱণ্টন ১৯,৫০০ কোটি টকা বৃদ্ধি কৰা হৈছে আৰু দেশত বৈদ্যুতিক বাহনৰ বাবে নতুন চাৰ্জিং ষ্টেশ্যন স্থাপনৰ কথা কোৱা হৈছে।

বিত্তমন্ত্ৰীয়ে ৫জি মুকলি কৰাৰ বাবে আঁচনি গ্ৰহণ কৰা হ’ব বুলিও ঘোষণা কৰে। দেশৰ সকলো লোকে ইণ্টাৰনেট ব্যৱহাৰ কৰিব পৰাকৈ এই আঁচনি গ্ৰহণ কৰা হব।

লগতে পঢ়ক:চৰকাৰৰ অৱহেলা! সদৌ অসম প্ৰাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট পালন

এতিয়াৰে পৰা ডাকঘৰতো অনলাইন ট্ৰাঞ্চফাৰ কৰিব পৰা যাব। ডাকঘৰবোৰ মূল বেংকিং সেৱাৰ অধীনলৈ আহিব। দেশৰ ৭৫ খন জিলাত ডিজিটেল বেংকিং আৰম্ভ কৰা হ’ব। ডাকঘৰসমূহতো এটিএমৰ সুবিধা থাকিব।

আনহাতে, নাগৰিকসকলৰ বাবে সুবিধা বৃদ্ধি কৰিবলৈ ২০২২-২৩ বৰ্ষৰ পৰা ই-পাছপোৰ্ট জাৰি কৰা হ’ব। ।

বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে যে ২০২২-২৩ বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৮০ লাখ ঘৰ নিৰ্মাণ কৰা হ’ব। ইয়াৰ বাবে ৪৮,০০০ কোটি টকাৰ পুঁজি ধাৰ্য কৰা হৈছে।

বাজেটত ডিজিটেল বিশ্ববিদ্যালয় স্থাপন কৰাৰ কথা কোৱা হৈছে। সেইদৰে, মানসিক সমস্যাৰ বাবে ৰাষ্ট্ৰীয় টেলিমেণ্টেল স্বাস্থ্য কাৰ্যসূচীও আৰম্ভ কৰাৰ কথাও কোৱা হৈছে।

ৰাজ্য চৰকাৰসমূহক তেওঁলোকৰ পাঠ্যক্ৰমত ফাৰ্মিং পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিবলৈ উৎসাহিত কৰা হ’ব বুলি ঘোষণা কৰা হৈছে।

ইপিনে, বাজেটত ২০২২-২৩ চনৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য ২৫,০০০ কিলোমিটাৰলৈ বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰা হৈছে।

লগতে পঢ়ক:দেশৰ অতি পৰিচিত সাপ উদ্ধাৰকাৰী ভৱ সুৰেশক দংশন কৰিলে ৰাজফেঁটীয়ে; হাস্পাতালত ভৰ্তি

এইবাৰ বাজেটত ইলেক্ট্ৰনিকছৰ ওপৰত কৰ ৰেহাই দিয়াৰ কথা ঘোষণা কৰা হৈছে। একে সময়তে, ৰত্ন আৰু গহনাবোৰৰ ওপৰত কাষ্টম শুল্ক ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। নকল গহনাৰ ওপৰত কাষ্টম শুল্ক প্ৰতি কিলোগ্ৰামত ৪০০ টকা হ’ব।

আনহাতে, এই বিত্তীয় বৰ্ষত ডিজিটেল মুদ্ৰা মুকলি কৰা হ’ব বুলি কোৱা হৈছে। তদুপৰি, ডিজিটেল মুদ্ৰাৰ(ক্ৰিপ্টোকাৰেন্সি) পৰা উপাৰ্জনৰ ওপৰত ৩০ শতাংশ কৰ আৰোপ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd