• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আসন্ন বিপদ! বিজেপিৰ নীতিয়ে সংঘবদ্ধ কৰিছে দেশৰ শত্ৰুক! দাবী ৰাহুল গান্ধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 3, 2022 3:58 pm
Rahul Gandhi on BJP
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ বাবে আসন্ন বিপদ! এই সতৰ্কবাণী কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। তেওঁ দাবী কৰিছে যে শাসনাধিষ্ঠ বিজেপিৰ নীতিয়ে দেশৰ শত্ৰুসকলক একত্ৰিত কৰিছে।

লোকসভাত এক উল্লেখনীয় ভাষণ আগবঢ়োৱাৰ পিছতে টুইটাৰ যোগে ৰাহুল গান্ধীয়ে কয় যে বিজেপিয়ে বুজি নোপোৱা বিষয়ৰ সৈতে খেলিমেলি কৰি আছে।

Apply Now

“তেওঁলোকৰ নীতিয়ে আমাৰ শত্ৰুসকলক একত্ৰিত কৰিছে। দেশৰ বাবে ভাবুকি আসন্ন। ভাৰতবৰ্ষ ক্ৰমাৎ বিচ্ছিন্ন হৈ পৰিছে। মই যি কৈছো সেয়া আমাৰ ৰাষ্ট্ৰৰ অৱস্থাৰ ওপৰত এক অস্বস্তিৰ বিষয়। আমি দ্ৰুততাৰে আৰু নিৰ্ণায়ক ভাৱে কাম কৰিব লাগিব।” এটা টুইটত গান্ধীয়ে কয়।

ভাৰতত দুটা পৃথক দৃষ্টিভংগী আছে বুলি উল্লেখ কৰে ৰাহুল গান্ধীয়ে। তেওঁ কয় যে এটা দৃষ্টিভংগী হৈছে ভাৰতবৰ্ষ ৰাজ্যসমূহৰ এক সংঘ। ইয়াত আলোচনা আৰু মীমাংসাৰ জৰিয়তে সিদ্ধান্ত লোৱা হয়।

আনহাতে আনটো দৃষ্টিভংগীক শ্বাহেনশ্বাহ বা একচত্ৰী ৰজাৰ আদেশৰ দ্বাৰা শাসন বুলি উল্লেখ কৰে গান্ধীয়ে। তেওঁ লগতে এই দ্বিতীয় দৃষ্টিভংগীটোৱে যোৱা ৩০ বছৰত কাম কৰা নাই বুলিও সোঁৱৰাই দিয়ে।

বিজেপিৰ ত্ৰুটিপূৰ্ণ দৃষ্টিভঙ্গীয়ে আমাৰ দেশক দুৰ্বল কৰি তুলিছে বুলি অভিযোগ কৰে ৰাহুল গান্ধীয়ে।

উল্লেখ্য যে সংসদত ৰাহুল গান্ধীয়ে এটা ভাষণৰ জৰিয়তে বিজেপিক কঠোৰ সমালোচনা কৰে। তেওঁ কয় যে বিজেপি চৰকাৰৰ ধাৰণা অনসৰি ভাৰতত ৰাজতন্ত্ৰ চলি আছে। তেওঁলোকে দেশক ৰাজ্যসমূহৰ সংঘ নহয় বুলি গণ্য কৰিছে।

তেওঁ কয় যে চৰকাৰে ৰাজ্যসমূহৰ সংঘক আক্ৰমণ কৰিবলৈ ন্যায়পালিকা আৰু নিৰ্বাচন আয়োগৰ দৰে প্ৰতিষ্ঠানৰ অপব্যৱহাৰ কৰাৰ লগতে স্পাইৱেৰ পেগাচাছৰ ব্যৱহাৰ কৰিছে।

ৰাহুল গান্ধীয়ে কয়, “ভাৰতৰ বিষয়ে বিজেপিৰ ধাৰণাৰ দ্বাৰা ৰাজ্য আৰু মানুহৰ মাজত কথোপকথনৰ ক্ষেত্ৰ আৰু প্ৰতিষ্ঠানসমূহ ধ্বংস হৈ গৈছে।”

“তেওঁলোকে এটা বিভাজন সৃষ্টি কৰিছে য’ত অতি ধনী খণ্ডৰ এটা শ্ৰেণীয়ে সকলো খণ্ডক একচেটিয়া কৰি তুলিছে। আনহাতে “দুখীয়াৰ ভাৰতবৰ্ষ”ত ২০২১ চনত ৩ কোটি যুৱকে চাকৰি হেৰুৱাইছিল।” তেওঁ কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd