• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বলীউডত বাধাৰ উপৰি বাধা পায়ো বটবৃক্ষৰ দৰে থিয় হৈ ৰৈছিল লতা

by
February 6, 2022 5:51 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিযোগিতা আৰু ঈৰ্ষাৰ স্থলী হিচাবে জনাজাত বলীউডত নিজকে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বাধাৰ উপৰি বাধা পাইছিল লতা মংগেশকাৰে। কিন্তু সকলো অসুবিধাক সুবিধালৈ ৰূপান্তৰিত কৰি লতা হৈ পৰিছিল সুৰৰ সম্ৰাজ্ঞী। সকলোৱে একান্ত মনে শুনিবলৈ লৈছিল লতাৰ গান। ৰেডি’অ বাজিবলৈ লৈছিল লতাৰ গান।

লতাৰ পিতৃ প্ৰযোজক দীননাথ মংগেশকাৰ আছিল মাৰাঠী চলচ্চিত্ৰৰ প্ৰযোজক ।

Apply Now

কিন্তু দীননাথ মংগেশকাৰ ৪২ বছৰ বয়সত মৃত্যু হোৱাত মূৰৰ ওপৰত সৰগ ভাগি পৰিছিল লতাৰ। পিতৃৰ মৃত্যুৰ সময়ত লতাৰ বয়স আছিল মাত্ৰ ১৩ বছৰ।

মাক শুদ্ধমতী আৰু চাৰিগৰাকী সৰু ভাই-ভনীক খুৱাই পিন্ধাই ৰখাৰ চিন্তাই লতাক জুৰুলা কৰিছিল।

অৱশ্যে লতাই ১৯৪০ চনৰ মাজভাগত মাৰাঠী আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিবলৈ লোৱাৰ লগতে আৰু গানো গাবলৈ লৈছিল । তেনেকৈয়ে লতাই দুপইচা উপাৰ্জন কৰি ঘৰখন পোহপাল দিছিল।

পুৰুষে নিয়ন্ত্ৰণ কৰা বলীউডত সুৰকাৰ এছ ডি বৰ্মনে লতাক নানান কাৰণ ১৯৫৭ চনৰ পৰা ১৯৬২ চনৰ মাজৰ ভাগলৈ দেখুৱাই ব্লেকলিষ্টেড কৰিছিল। আচৰিত হৈছিল লতা, কিন্তু নিৰাশ হোৱা নাছিল তেওঁ।

চলচ্চিত্ৰ প্ৰযোজক শশধৰ মুখাৰ্জীয়ে তেওঁৰ ছবি শ্বহীদৰ বাবে লতাই গোৱা গীতৰ কণ্ঠস্বৰ পচন্দ কৰা নাছিল আৰু লতাৰ উৰ্দুৰ উচ্চাৰণৰ সঠিক নহয় বুলি সমালোচনা কৰিছিল।

‘দিল মেৰা টোড়া’ৰ পৰা আৰম্ভ কৰি যুগান্তকাৰী ছবি মজবুৰ (১৯৪৮)লৈকে লতাক বহুতে সমালোচনাৰ শৰেৰে বিদ্ধ কৰিছিল।

তেওঁ পৰিচালক কমল আমৰোহীৰ মহল (১৯৪৯)ৰ বাবে ‘আয়েগা আনে ৱালা’ গীতটি গোৱাৰ পিছতে মানুহে লতক নতুন ৰূপ চিনি পাবলৈ ধৰিলে।

মধুমতীৰ ‘আজা ৰে পৰদেশী’ৰ বাবে তেওঁ লাভ কৰিছিল ফিল্মফেয়াৰ বঁটা ।

লতাই কানাড়া, ওড়িয়া, গুজৰাটী, অসমীয়া আৰু ডোগৰীকে ধৰি প্ৰায় ৩৬ টা ভাষাত গান গাইছিল। তেওঁ বিদেশী ভাষাতো বহু গীত গাইছে।

‘দিদি তেৰা দেৱৰ দিৱানা’ (হাম আপকে হে কৌন – ১৯৯৪) , ‘লুকা চুপি বহুত হুই’ (ৰং দে বাসন্তী – ২০০৬)ৰ দৰে গীতেৰে সকলোকে মোহাচ্ছন্ন কৰি তুলিছিল।

‘য়ে মেৰে ৱাতান কে লগন’ গানেৰে কন্দুৱাব পাৰিছিল জৱহৰলাল নেহৰুক।

লতাই আনন্দ-মিলিন্দ, ৰাজেশ ৰোশন, চৰ্দাৰ মালিক – অনু মালিক ৰবি শংকৰ, কিন্তু বাপ্পী লাহিড়ী আদি সংগীত পৰিচালকসকলৰ বাবে হিয়া উজাৰি গীত গাইছিল।

তেওঁ গোৱা প্ৰায় প্ৰতিটো গীতেই হৈছিল চুপাৰহিট।

জনপ্ৰিয় অভিনেত্ৰীসকল চুলতানা, কামিনী কৌশল আৰু নাৰ্গিছ ,ৱাহিদা ৰেহমান,কাজল আৰু কৰিশ্মা কাপুৰৰ পৰা হেমা মালিনীলৈকে সকলোৰে বাবে লতাই গীত গাইছিল।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd