• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতীয় ৰাজনীতিত দ্বিতীয় কিম জং উন! কিয় উত্থাপন হ’ল কিম জং উনৰ প্ৰসঙ্গ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2022 5:43 pm
Rakesh Tikait second Kim Jong Un statement
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হঠাৎ কিম জং উনৰ প্ৰসংগ উত্থাপন হৈছে ভাৰতীয় ৰাজনীতিত। উত্তৰ কোৰিয়াৰ এই একনায়কত্ববাদী শাসকজন সোমাই পৰিছে ভাৰতীয় ৰাজনীতিত।

কিন্তু কিয় কেনেকৈ ভাৰতলৈ আহিল কিম জং উন? অৱশ্যে কিম জং উন নিজে অহা নাই, বৰঞ্চ কৃষক নেতা ৰাকেশ টিকাইটেহে তেওঁৰ প্ৰসংগ উত্থাপন কৰিছে।

Apply Now

শেহতীয়াকৈ কৃষক নেতাজনে উত্তৰ প্ৰদেশ বিজেপিৰ শাসনকালত উত্তৰ কোৰিয়া হৈ পৰা বুলি মন্তব্য কৰিছে। উত্তৰপ্ৰদেশৰ নিৰ্বাচনৰ মাজতে তেওঁ প্ৰশ্ন কৰিছে যে ভোটাৰসকলে দ্বিতীয় এজন কিম জং উন বিচাৰে নেকি?

তেওঁ কয় যে ভোটাৰসকলে এজন জনতাৰ প্ৰধানমন্ত্ৰী অথবা মুখ্যমন্ত্ৰী বিচাৰে নে কিম জং উনৰ দৰে একনায়কত্ববাদী শাসক বিচাৰে- তাৰ সিদ্ধান্ত ল’ব লাগে।

কৃষক নেতাজনে উত্তৰ প্ৰদেশ নিৰ্বাচনক কেন্দ্ৰ কৰি সোচ্চাৰ হৈ পৰে শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে। প্ৰধানমন্ত্ৰী মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক আক্ৰমণৰ লক্ষ্য কৰি লয়।

টিকাইটে কয় যে তেওঁলোকে কোনো ৰাজ্যতে একনায়ত্ববাদী চৰকাৰ নিবিচাৰে। এই প্ৰসংগত তেওঁ ভোটাৰসকলক নিজৰ বিবেকৰ দ্বাৰা পৰিচালিত হৈ ভোটদান কৰিবলৈ অনুৰোধ কৰে।

উল্লেখযোগ্য যে যোগী আদিত্যনাথে কিছুদিন পূৰ্বে কৈছিল যে উত্তৰপ্ৰদেশক কেতিয়াও কাশ্মীৰ, কেৰেলা আৰু বংগ হ’বলৈ দিয়া নহ’ব। মূলতঃ হিন্দু মুছলিমৰ সাম্প্ৰদায়িক মেৰুকৰণৰ বাবেই যোগীয়ে এইদৰে কৈছিল।

আনহাতে, কৃষক নেতা ৰাকেশ টিকাইটে উত্তৰ প্ৰদেশ নিৰ্বাচনত কোনো দলকে মুকলি সমৰ্থন কৰা নাই। কিন্তু যোগী আদিত্যনাথৰ বিৰুদ্ধে সোচ্চাৰ হৈ আহিছে।

যোৱা কিছু দিন ধৰি যোগীক তেওঁ কিম জং উনৰ স’তে তুলনা কৰি আহিছে। তেওঁ কৈ আহিছে যে বিজেপি চৰকাৰৰ দিনত দেশখনৰ অৱস্থা উত্তৰ কোৰিয়াৰ দৰে হৈ আহিছে।

ইয়াৰ কাৰণ হৈছে সূদীৰ্ঘ কেইবাদশক ধৰি উত্তৰ কোৰিয়া একনায়কত্ববাদী শাসনমতে চলি আহিছে। দেশখনৰ শাসক কিম জং উনৰ বিৰুদ্ধে ব্যাপক হাৰত মানৱ অধিকাৰ উলংঘনৰ অভিযোগ আছে।

যোগী আদিত্যনাথৰ কাশ্মীৰ-কেৰেলাৰ বিপৰীতে ৰাকেশ টিকাইটৰ উত্তৰ কোৰিয়াৰ প্ৰসংগ সেইবাবেই লক্ষ্যণীয় হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd