• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘আমি বৰপেইটা ফেচবুক ফ’ৰাম’ৰ উদ্যোগত বৰপেটা গ্ৰন্থ উৎসৱ

ছফিক আহমেদ by ছফিক আহমেদ
December 4, 2017 2:41 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘আমি বৰপেইটা ফেচবুক ফ’ৰাম’ৰ উদ্যোগত অহা ৬ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈ ৬ দিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব বৰপেটা গ্ৰন্থ উৎসৱ। এই কথা জানিবলৈ দিয়ে ‘আমি বৰপেইটা ফেচবুক ফ’ৰাম’ৰ এক সূত্ৰই। এই উপলক্ষে  কালি বৰপেটা চহৰৰ  বিদ্যাপীঠ  হাইস্কুলৰ খেলপথাৰত  বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শর্মা  আৰু সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীয়ে বন্তি প্রজ্বলন কৰি গ্ৰন্থ উৎসৱৰ লাইখুঁটা স্থাপন কৰে। বৰপেটা গ্রন্থ উৎসৱৰ সভাপতি অমিয় কুমাৰ দাসে আঁত ধৰা এই অনুষ্ঠানত বৰপেটাৰ বিধায়ক গুণীন্দ্রনাথ দাস, বিশিষ্ট সাহিত্যিক অক্ষয়কুমাৰ মিশ্ৰৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি আৰু গ্রন্থ উৎসৱ সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে। লাইখুঁটা স্থাপন কাৰ্য্যসূচীৰ  পিছতে বৰপেটা প্রেছ ক্লাবত গ্রন্থ উৎসৱ সমিতিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰে। বৰপেটা গ্রন্থ উৎসৱৰ সভাপতি অমিয়কুমাৰ দাস আৰু ৰঞ্জনজ্যোতি দাসে সংবাদমেলত প্ৰকাশ কৰা মতে আগন্তুক ৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব লগা গ্রন্থ উৎসৱৰ দ্বাৰ মুকলি কৰিব বৰপেটাৰ বিধায়ক গুণীন্দ্রনাথ দাসে। গ্রন্থ উৎসৱ উদ্বোধন কৰিব প্রাগ নিউজ চেনেলৰ স্বত্ত্বাধিকাৰী সঞ্জীৱ নাৰায়ণে। গ্রন্থ উৎসৱৰ  স্মৰণিকা “হাৰিজন’’ উন্মোচন কৰিব মুখ্য মন্ত্ৰীৰ প্রেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে। সাত জানুৱাৰীত বঁটা প্রদান অনুষ্ঠানত বিশিষ্ট সাহিত্যিক, শিল্পী গোকুল পাঠকক “বৰপেটা ৰত্ন”বঁটা প্রদান কৰা হ’ব। সামৰণি অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰাৰ লগতে বিশিষ্ট অতিথি হিচাবে বড়ো সাহিত্য সভাৰ সভাপতি তৰুণ বড়ো আৰু বিশিষ্ট লেখিকা অনুৰাধা শর্মা পূজাৰীয়ে অংশগ্রহণ কৰিব । গ্রন্থ উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন প্রতিযোগিতাৰ লগতে মইনুল হকৰ মূকাভিনয় প্ৰদৰ্শিত হ’ব বুলি প্ৰন্থমেলাৰ আয়োজক কমিটীয়ে জানিবলৈ দিয়ে।

Apply Now
ছফিক আহমেদ

ছফিক আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

June 8, 2026 4:39 pm
অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

June 8, 2026 4:13 pm
ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

June 8, 2026 3:23 pm
বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

June 8, 2026 4:39 pm
অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

June 8, 2026 4:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd