• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

যোগী আদিত্যনাথৰ শিৰনত: উচ্চতম ন্যায়ালয়ৰ সকিয়নীত থৰকাছুটি হেৰাল উত্তৰ প্ৰদেশ চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 18, 2022 5:14 pm
Supreme Court to UP govt
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশ চৰকাৰ অৱশেষত বাধ্য হ’ল শিৰনত কৰিবলৈ। উত্তৰ প্ৰদেশ চৰকাৰৰ অবিবেচকী আৰু টোঘলকী জনবিৰোধী নীতি পৰিত্যাগ কৰিবলৈ উচ্চতম ন্যায়ালয়ে সকিয়নী দিয়াৰ পাছতে যোগী চৰকাৰে সেও মানিবলৈ বাধ্য হৈছে।

উত্তৰ প্ৰদেশ চৰকাৰে ২০১৯ চনত নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদৰ সময়ত ক্ষতি হোৱা সম্পত্তিৰ ক্ষতিপূৰণ প্ৰতিবাদকাৰী সকলৰ পৰা উদ্ধাৰ কৰা হ’ব বুলি জাননী জাৰী কৰিছিল।

Apply Now

চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে ৰায় ঘোষণা কৰি জাননী বাতিল কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছত আজি উত্তৰ প্ৰদেশ চৰকাৰে জাৰি কৰা ২৭৪ খন জাননী প্ৰত্যাহাৰ কৰিছে বুলি উচ্চতম ন্যায়ালয়ত সদৰি কৰিছে।

ৰাজ্য চৰকাৰে শীৰ্ষ আদালতত লগতে জনায় যে এক নতুন আইন প্ৰণয়নৰ জৰিয়তে এনে ক্ষতিপূৰণ সংগ্ৰহ প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰিব আৰু নতুন আইনৰ অধীনত গঠন কৰা ন্যায়াধিকৰণে এনে বিষয়ৰ মোকাবিলা কৰিব।

ৰাজ্যৰ অতিৰিক্ত অধিবক্তা জেনেৰেল গৰিমা প্ৰশাদে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু সূৰ্য কান্তৰ বিচাৰপীঠক এই প্ৰতিশ্ৰুতি দিয়ে।

বিচাৰপীঠে লগতে চৰকাৰে জাৰি কৰা জাননীৰ আধাৰত সংগ্ৰহ কৰা ক্ষতিপূৰণ ঘূৰাই দিবলৈও নিৰ্দেশ দিয়ে।

উল্লেখ্য যে যোৱা ১১ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশ চৰকাৰৰ জাননীৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশ চৰকাৰক অন্তিম স্থগিতাদেশ প্ৰদান কৰিছিল।

যোগী চৰকাৰৰ এই কাৰ্যক বে-আইনী আখ্যা দিছিল সৰ্ব্বোচ্চ ন্যায়ালয়ে। প্ৰতিবাদকাৰীৰ সম্পত্তিৰ ওপৰত এনেকৈ বেআইনীভাৱে অধিকাৰ সাব্যস্ত কৰিবলৈ যোৱা কাৰ্য অতি সোনকালে প্ৰত্যাহাৰ কৰিবলৈ সতৰ্ক কৰি দিছিল ন্যায়ালয়ে।

তদুপৰি শীৰ্ষ আদালতে উত্তৰ প্ৰদেশ চৰকাৰক ভৰ্ৎসনা কৰি চৰকাৰে আদালতৰ ৰায়ক উপেক্ষা কৰিলে ফলাফলৰ বাবে সাজু হৈ থাকিব লাগিব বুলি সকিয়নী দিছিল।

উচ্চতম ন্যায়ালয়ৰ আদেশ কেনেদৰে অনুসৰণ কৰা হয় সেই বিষয়ে উত্তৰ প্ৰদেশ চৰকাৰক শিকোৱা হ’ব বুলিও বিচাৰপীঠে উল্লেখ কৰিছিল।

ন্যায়ালয়ে যোগী চৰকাৰক এই বেআইনী প্ৰক্ৰিয়া প্ৰত্যাহাৰ কৰিবলৈ ১৮ ফেব্ৰুৱাৰীলৈকে সময়-সীমা বান্ধি দিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd