• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজনলাল চৌধুৰীৰ বিয়োগ অসমৰ প্ৰগতিবাদী সাহিত্যৰ অপূৰণীয় ক্ষতি : নতুন সাহিত্য পৰিষদ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
February 24, 2022 2:24 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ যশস্বী কবি আৰু বামপন্থী বুদ্ধিজীৱী বিজনলাল চৌধুৰীৰ প্ৰয়াণত নতুন সাহিত্য পৰিষদে গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।

ৰায়চৌধুৰীৰ বিয়োগ অসমৰ প্ৰগতিবাদী সাহিত্যৰ বাবে এক অপূৰণীয় ক্ষতি।নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে পৰিষদে প্ৰকাশ কৰিছে যে বিজনলাল চৌধুৰী আছিল অসমীয়া প্ৰগতিশীল আৰু গণমুখী সাহিত্য আন্দোলনৰ এগৰাকী বলিষ্ঠ প্ৰবক্তা । উগ্ৰজাতীয়তাবাদ,ধৰ্মান্ধতা আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্ভয়ে থিয় হৈ তেওঁ সামাজিকভাৱে অপদস্থও হ’ব লগা হৈছিল।

Apply Now

কিন্তু তেওঁ সাহসেৰে প্ৰতিপক্ষৰ মুখামুখি হৈ বিচক্ষণ ব্যাখ্যাৰে তাক প্ৰতিহত কৰি গণতান্ত্ৰিক আৰু মানৱীয় মূল্যবোধক সকলোৰে উৰ্ধত তুলি ধৰিছিল। ‘নতুন পৃথিৱী’ৰ পাতত ‘জোনাকী যুগ’ৰ বস্তুনিষ্ঠ মূল্যায়ন দাঙি ধৰি বিদ্বৎ সমাজত তেওঁ খ্যাতি লাভ কৰিছিল ।বৰপেটাৰ মাধৱ চৌধুৰী কলেজৰ পৰা অসমীয়া বিভাগৰ প্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ বন্ধ হৈ থকা ‘নতুন পৃথিৱী’ৰ সম্পাদকৰ গুৰু দায়িত্ব বহন কৰি প্ৰগতিশীল সাহিত্য আন্দোলনৰ নেতৃত্ব দিছিল। নতুন সাহিত্য পৰিষদৰ দৰে প্ৰগতিশীল সাহিত্য সংগঠনৰো তেওঁ সম্পাদক আৰু সভাপতিৰ দায়িত্ব কান্ধপাতি লৈ সাহিত্য অনুষ্ঠানটিৰ গুৰি ধৰি অসমত সাহিত্যৰ বাতাবৰণ সৃষ্টিত অৰিহণা যোগাইছে।

তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে সমগ্ৰ বৰপেটা জিলা শোকত ম্ৰিয়মান হৈ পৰে।২৩ ফেব্ৰুৱাৰীৰ পুৱা মন্দিয়া,কলগাছিয়া,জাহোৰ পাম , বৰপেটা , বৰপেটা ৰোড ,পালহাজী ,সত্ৰকনৰাআদি শাখাৰ সদস্যসকলে জিলা কমিটিৰ নেতৃত্বত প্ৰয়াত  সতীৰ্থ গৰাকীৰ নশ্বৰদেহ  সংগঠনৰ পতাকাৰে সজ্জিত কৰি অন্তিম যাত্ৰাত অংশগ্ৰহণ কৰে।

অসমীয়া সাহিত্যৰ কৃতি শিক্ষক প্ৰয়াত চৌধুৰীয়ে অসমৰ কলেজ শিক্ষকৰ আন্দোলনতো সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল।তাৰবাবে চৰকাৰৰ ৰোষত পৰিবলগীয়াও হৈছিল। 

পাঁচ দশকৰো অধিক কালৰ সাহিত্য চৰ্চাৰ স্বাক্ষৰ ৰূপে তেওঁ অসমীয়া সাহিত্যলৈ আগবঢ়াই গৈছে ‘স্পন্দিত মুহূৰ্ত’ কাব্য গ্ৰন্থ, ‘জোনাকীৰ আলোড়ন, ‘সমাজ আৰু সাহিত্য’ৰদৰে দিকদৰ্শী সাহিত্য চিন্তাৰ প্ৰৱন্ধ সংকলন। তেওঁ অনিল ৰায়চৌধুৰীৰ সৈতে যুটীয়াভাবে লিখা ‘জ্যোতি-চেতনা’ পঢ়ূৱৈ সমাজত ব্যাপকভাবে সমাদৃত হৈছে।ইয়াৰ উপৰি তেওঁ লক্ষ্মীধ‌ৰ শৰ্মা ৰচনাৱলী,অচিন্ত্য ভট্টাচাৰ্য ৰচনাৱলীকে ধৰি নতুন সাহিত্য পৰিষদে প্ৰকাশ কৰা কেইবাখনো পুথিৰ সম্পাদনাৰ সৈতেও তেওঁ জড়িত আছিল। তেওঁ সম্পাদনা কৰা ‘সাহিত্য বীক্ষণ’ আন এখন মূল্যৱান গ্ৰন্থ।

বিবৃতিটোত নতুন সাহিত্য পৰিষদে প্ৰয়াত ৰায়চৌধুৰীৰ অন্তিম যাত্ৰাৰ সংগী হোৱা সমূহ সংগঠন আৰু গুণমুগ্ধলৈ কৃতজ্ঞতা জনাইছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd