• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ ভাস্কৰ দাহালৰ! নেতৃত্বৰ বিৰুদ্ধে কি অভিযোগ দাহালৰ?

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
February 24, 2022 4:30 pm
WhatsApp Image 2022-02-24 at 3.14.04 PM
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে কংগ্ৰেছ নেতা ভাস্কৰ দাহালে। বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি এই ঘোষণা কৰে দাহালে। ভাস্কৰ দাহাল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকৰ মুখপাত্র আছিল।

তেওঁ কয় “কংগ্ৰেছত পূৰ্বৰ আদৰ্শ নাই, কোটি টকা নিদিলে কংগ্ৰেছত টিকট নাপায়।”

বিগত লোকসভা নির্বাচনত টিকট বিচাৰোঁতে টকা বিচৰাৰ অভিযোগ উত্থাপন কৰে নেতাগৰাকীয়ে।তেজপুৰ সমষ্টিৰ টিকটৰ বাবদ অসমৰ তদানীত্বন কংগ্ৰেছ তত্বাৱধায়ক হৰিশ ৰাৱটে এইদৰে টকা বিচাৰিছিল বুলি অভিযোগ কৰে দাহালে।

Apply Now

লগতে পঢ়ক:ৰাছিয়া-ইউক্ৰেন যুদ্ধ: তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বান ভাৰতৰ

তেওঁ অভিযোগ কৰা মতে, একমাত্ৰ টকাৰ বিনিময়ত তেজপুৰত এম জি ভি কে ভানুক টিকট দিয়া হৈছিল।

এজন মুছলমান ব্যক্তিক কিয় বিৰোধী দলপতি বনাব নোৱাৰে বুলি প্ৰশ্ন কৰি তেওঁ লগতে কয়, ‘’কংগ্ৰেছে বিজেপিক শক্তিশালী কৰি আছে। দলৰ কোনো নীতি-আদৰ্শ নথকাৰ বাবেই কংগ্ৰেছৰ বিধায়কসকলে দল ত্যাগ কৰিছে। কংগ্ৰেছে গোৰ্খা সকলক অৱহেলা কৰি আহিলে, মণি চুব্বাৰ পাছত কোনো গোৰ্খা লোকক কংগ্ৰেছে টিকট নিদিলে।‘’

কংগ্ৰেছত অন্তঃকন্দল চলিছে বুলি উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছত নিমিলা অংক বেছি সেয়েহে কাৰো লগত মিত্ৰতাত টিকি থাকিব নোৱাৰে। কংগ্ৰেছত লবীকেন্দ্ৰিক ৰাজনীতি চলিছে বুলিও তেওঁ দাবী কৰে।

উপ নির্বাচনত তামুলপুৰত টিকট দিয়াৰ পিছত টকা নিদিয়াত তেওঁক ভাবুকি দিয়া বুলি এক গুৰুতৰ অভিযোগো আনে পদত্যাগী কংগ্ৰেছ নেতা ভাস্কৰ দাহালে। তেওঁ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক পৃথ্বীৰাজ ছাথে টকাৰ দাবী কৰিছিল বুলি সদৰী কৰে।

লগতে পঢ়ক: ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কিয় আক্ৰমণ কৰিলে ইউক্ৰেইন? এই যুদ্ধৰ সৈতে জড়িত কেইটামান দিশ

আনহাতে, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া বিৰোধী দলপতি হোৱাৰ যোগ্য নহয় বুলি দাহালে কটাক্ষ কৰি কয়, ‘বিৰোধী দলপতিয়ে ৫ কেজিতকৈ এক পাল্লাক বেছি বুলি কয়।‘

ইপিনে, ভাস্কৰ দাহালৰ এই পদত্যাগৰ ঘটনাক ৰাজনৈতিক পৰ্যবেক্ষক মহলে নেতাগৰাকী কোনো নতুন দলত যোগদানৰ বাবে প্ৰস্তুতি চলাই ইমান পলমকৈ দলীয় নেতৃত্বৰ বিৰুদ্ধে এনে অভিযোগসমূহ আনিছে। কিয়নো এগৰাকী শক্তিশালী নেতা হিচাপে উক্ত অভিযোগসমূহ তেওঁ যথাসময়ত দাঙি ধৰিব পাৰিব লাগিছিল।      

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

October 2, 2026 6:45 am
শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

October 2, 2026 6:45 am
শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd