• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বপ্নভংগ! ৰাছিয়াই ধ্বংস কৰিলে বিশ্বৰ বৃহত্তম বিমান ইউক্ৰেইনৰ ‘ম্ৰিয়া’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 28, 2022 11:47 am
download
8.3k
VIEWS
Share on FacebookShare on Twitter

ইউক্ৰেইন যুদ্ধত ৰাছিয়াই ধ্বংস কৰিলে বিশ্বৰ বৃহত্তম বিমান ‘AN-225 Mriya’। দেশখনৰ ৰাজধানী কীয়েভৰ সমীপত প্ৰচণ্ড যুদ্ধ চলি থকাৰ মাজতে ৰাছিয়াৰ সেনা বাহিনীয়ে নিক্ষেপ কৰা মিছাইলত পুৰি ছাৰখাৰ হয় বিমানখন।

ইউক্ৰেইনে নিৰ্মাণ কৰা পণ্যবাহী এই বিমানখন অত্যাধুনিক প্ৰযুক্তিৰে সুসজ্জিত বিশ্বৰ শ্ৰেষ্ঠ নিদৰ্শন হিচাপে পৰিচিত হৈছিল।

ইউক্ৰেইনীয় ভাষাত ‘Mriya’ শব্দৰ অৰ্থ হ’ল স্বপ্ন। বিশালাকাৰৰ এই বিমানখনক লৈ ইউক্ৰেইনে দৰাচলতে এক স্বপ্ন দেখিছিল। ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ সেই স্বপ্ন ভংগ হ’ল।

ইউক্ৰইনৰ সংস্থা ‘এন্টোনাভ’য়ে আশীৰ দশকত এই বিমানখন নিৰ্মাণ কৰিছিল।

লগতে পঢ়ক: ৰাছিয়াৰ আক্ৰমণত ৩৫২জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা বুলি দাবী কৰিছে ইউক্ৰেইনে

দেশখনৰ বিদেশ মন্ত্রী ডিমিত্র কুলেবাই জনায় যে কীয়েভৰ সমীপৰ এটা বিমানবন্দৰক কেন্দ্ৰ কৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ সেনাৰ মাজত চলা প্ৰচণ্ড সংঘৰ্ষৰ সময়তে ৰাছিয়ান বাহিনীৰ মিছাইল আক্ৰমণত হস্তোমেল বিমানবন্দৰত ৰৈ থকা বিমানখন জ্বলি ছাৰখাৰ হৈ পৰে।     

ডিমিত্ৰই নিজৰ টুইটাৰত লিখিছে, ‘’কীয়েভৰ সমীপৰ এটা বিমানবন্দৰত ৰুছ সেনাৰ আক্ৰমণত ধ্বংস হৈছে বিশ্বৰ বৃহত্তম বিমান ‘ম্ৰিয়া’। কিন্তু আমি বিমানখন পুনৰ নিৰ্মাণ কৰিম। আমি পুনৰ স্বাধীন, শক্তিশালী তথা গণতান্ত্ৰিক ইউক্ৰেইন গঢ়ি তুলিম।‘’  

The biggest plane in the world "Mriya" (The Dream) was destroyed by Russian occupants on an airfield near Kyiv. We will rebuild the plane. We will fulfill our dream of a strong, free, and democratic Ukraine. pic.twitter.com/Gy6DN8E1VR

— Ukraine / Україна (@Ukraine) February 27, 2022

টুইটাৰত বিমানখনৰ ফটোও দিয়া হৈছে। তাত তলত লিখা আছে , ‘’বিশ্বৰ বৃহত্তম বিমানখনক তেওঁলোকে জ্বলাই দিলে। কিন্তু আমাৰ ‘স্বপ্ন’ কেতিয়াও ধ্বংস নহয়।‘’

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd