• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভুৱা প্ৰমাণ পত্ৰ লৈ অসমৰ মাদ্ৰাছাত শিক্ষকতা; ‘ভুৱা ডক্টৰে’ট‘ৰ পিছত পুনৰ সৰৱ ‘নাগৰিক সুৰক্ষা মঞ্চ’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 10, 2018 11:13 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

355
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ ৰামপুৰ অৰিয়েন্টেল মহাবিদ্যালয়ৰ পৰা চাৰ্টিফিকেট কিনি আনি একাংশই শিক্ষকতা কৰি আছে অসমৰ মাদ্ৰাছাত। ভুৱা ডক্টৰে’ট ডিগ্ৰীধাৰীয়েও অসমৰ মহাবিদ্যালয়ত  অধ্যাপনা কৰি থকা বুলি যোৱা ১ এপ্ৰিলত বিস্ফোৰণ ঘটোৱা নাগৰিক সুৰক্ষা মঞ্চ, অসম নামৰ সংগঠনটোৱে আজি ১০ এপ্ৰিলত এই দাবী কৰিছে।

ভুৱা ডক্তৰে’টৰ দাবীৰ পিছতে তদন্ত ঘোষণা কৰা শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যৰ মাদ্ৰাছাসমূহৰ শিক্ষক নিযুক্তিৰো তদন্ত দাবী কৰিছে।

মঞ্চৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মনে আজি এন ই নাও-ক কয় যে বঙাইগাওঁ জিলাৰ জৰাগুৰি নাভানুৰ প্ৰী চিনিয়’ৰ মাদ্ৰাছাৰ আকবৰ আলী নামৰ সহকাৰী কোৰাণ শিক্ষকগৰাকীয়ে ১৯৯৮ চনৰ ২২ অক্টোবৰত উত্তৰ প্ৰদেশৰ ৰামপুৰ গৱৰ্নমেন্ট অ’ৰিয়েন্টেল কলেজৰ পৰা উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ প্ৰদান কৰা বুলি দেখুৱাইছে অসমৰ মাদ্ৰাছা শিক্ষা বৰ্ডে। কিন্তু তাৰ বিপৰীতে ১৯৯৬ চনতে তেওঁ উক্ত মাদ্ৰাছাখনত সহকাৰী কোৰাণ শিক্ষক হিচাপে নিযুক্তি পাইছিল।

বৰ্মনে প্ৰশ্ন কৰে ‘উত্তীৰ্ণ নোহোৱাকৈ শিক্ষক হোৱাটো কেনেকৈ সম্ভৱ?’

আনহাতে ‘মাদ্ৰাছা বৰ্ডৰ সম্পাদক এ কিউ আল আমনে ২০০৪ চনত মতিউৰ ৰহমান আৰু আব্দুল বটেন শ্বেইখ নামৰ দুজন মাদ্ৰাছা শিক্ষকক আংশিক সমমৰ্য্যাদা প্ৰদান কৰিছিল। আংশিক সমমৰ্য্যাদাৰ  অৰ্থ এইটোৱেই যে ষষ্ঠ শ্ৰেণী পাছ কৰিলেও দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ প্ৰমাণ পত্ৰ পোৱা’ বুলি দাবী কৰে মঞ্চৰ সভাপতিজনে।

তাৰোপৰি উত্তৰ প্ৰদেশৰ যিখন কলেজৰ প্ৰমাণ পত্ৰৰ ভিত্তিত অসমৰ মাদ্ৰাছা শিক্ষা ব’ৰ্ডৰ সম্পাদক এ কিউ আল আমনে এই সমমৰ্য্যাদা প্ৰদান কৰিছিল বুলি মঞ্চই দেখুৱাইছে সেই প্ৰমাণ পত্ৰসমূহত উকা আৰু তাত ৰামপুৰ অ’ৰিয়েন্টেল কলেজৰ অধ্যক্ষৰ কোনো চহী নাই।

বৰ্মনে মাদ্ৰাছাত শিক্ষক নিযুক্তিত হোৱা উপৰোক্ত ‘কেইটামান উদাহৰণ’ দাঙি ধৰি দাবী কৰে যে অসমৰ ৩২৬ খন মাদ্ৰাছাৰ বহুবিলাকতে বহিঃৰাজ্যৰ পৰা ডিগ্ৰী কিনা একাংশই শিক্ষকতা কৰি আছে।

Recent News

ডেভলপমেণ্ট নহয়, ডেভিলপমেণ্ট: গুৱাহাটীৰ ধ্বংসাত্মক আন্তঃগাঁথনিৰ তীব্ৰ সমালোচনা দত্তত্ৰেয় টি দেৱৰেৰ

ডেভলপমেণ্ট নহয়, ডেভিলপমেণ্ট: গুৱাহাটীৰ ধ্বংসাত্মক আন্তঃগাঁথনিৰ তীব্ৰ সমালোচনা দত্তত্ৰেয় টি দেৱৰেৰ

হত্যা কৰি ঘৰতে পুতি থৈছিল মৃতদেহ; গুৱাহাটীত স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ পত্নী

হত্যা কৰি ঘৰতে পুতি থৈছিল মৃতদেহ; গুৱাহাটীত স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ পত্নী

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd