• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

যুদ্ধবিধস্ত ইউক্ৰেইনৰ ৰাজধানীত নাই ভাৰতীয় নাগৰিক: জনালে বৈদেশিক সচিবে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 2, 2022 10:12 am
Russia-Ukraine war
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অব্যাহত আছে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ। যুদ্ধৰ দাবানলে প্ৰায় ধ্বংসস্তূপত পৰিণত কৰিছে ইউক্ৰেইনক। যুদ্ধৰ বিভীষিকাৰ মাজতে ইউক্ৰেইনৰ ৰাজধানী কিয়েভত আৱদ্ধ হৈ পৰা ভাৰতীয় নাগৰিক সকলক কিয়েভৰ পৰা সম্পূৰ্ণ স্থানান্তৰিত কৰা হৈছে। এই কথা সদৰি কৰিছে ভাৰতৰ বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰীংলাই।

বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰীংলাই সাংবাদিকৰ আগত কয় যে ইউক্ৰেইনৰ পৰা চুবুৰীয়া দেশলৈ স্থানান্তৰিত হোৱা ভাৰতীয় নাগৰিকসকলক দেশলৈ ঘূৰাই আনিবলৈ ভাৰতৰ পৰা অহা তিনি দিনত ২৬ খন বিমান চলাচল কৰিব।

Apply Now

ৰোমানিয়াৰ বুখাৰেষ্ট আৰু হাংগেৰীৰ বুদাপেষ্টৰ উপৰিও পোলেণ্ড আৰু স্লোভাক গণৰাজ্যৰ বিমানবন্দৰসমূহো বিমান চলাচলৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলি তেওঁ কয়।

কিয়েভত থকা ভাৰতীয় দূতাবাস বন্ধ কৰি দিয়া হৈছে আৰু ৰাছিয়াৰ সামৰিক অভ্যুত্থানৰ সম্ভাৱনা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মচাৰীসকলক স্থানান্তৰিত কৰা হৈছে বুলি শ্ৰীংলাই জানিবলৈ দিয়ে৷

শ্ৰীংলাই লগতে কয় যে চহৰখনত কোনো ভাৰতীয় নাগৰিক বাকী নাই৷ “কিয়েভত আমাৰ আৰু কোনো নাগৰিক বাকী নাই বুলি আমি তথ্য লাভ কৰিছো। কিয়েভৰ পৰা কোনোৱে আমাক শেহতীয়াকৈ যোগাযোগ কৰা নাই। আমাৰ প্ৰতিজন নাগৰিক কিয়েভৰ পৰা ওলাই আহিছে বুলি আমাৰ অনুসন্ধানে নিশ্চিত কৰিছে।” তেওঁ কয়।

“মিছন গংগা” পৰিকল্পনাৰ অধীনত ৮ মাৰ্চলৈকে ৪৬ খন বিমান চলাচল কৰিব। ইয়াৰ ভিতৰত ২৯ খন বুখাৰেষ্টৰ পৰা, ১০ খন বুদাপেষ্টৰ পৰা, ৬ খন পোলেণ্ডৰ ৰজেচজ’ৰ পৰা আৰু ১ খন শ্লোভাকিয়াৰ কোচিজৰ পৰা চলাচল কৰিব।

আনহাতে ভাৰতৰ বায়ু সেনাৰ তত্বাৱধানত বুখাৰেষ্টৰ পৰা এখন বিমান পৰিবহণ কৰিব।

উল্লেখ্য যে ভাৰত চৰকাৰে প্ৰথম পৰামৰ্শ জাৰী কৰাৰ সময়ত ইউক্ৰেইনত আনুমানিক ২০,০০০ ভাৰতীয় নাগৰিক আছিল।”সেই সংখ্যাৰ পৰা প্ৰায় ৬০ শতাংশই ইউক্ৰেইন ত্যাগ কৰিছে।” বৈদেশিক সচিব শ্ৰীংলাই কয়।

“বাকী ৪০ শতাংশৰ ভিতৰত প্ৰায় আধা খাৰকিভ, চুমি অঞ্চলত সংঘৰ্ষ ক্ষেত্ৰত আছে আৰু বাকী অৰ্ধাংশ হয় ইউক্ৰেইনৰ পশ্চিম সীমাত উপনীত হৈছে বা ইউক্ৰেইনৰ পশ্চিম অংশৰ ফালে গৈ আছে। তেওঁলোক সাধাৰণতে সংঘৰ্ষ জৰ্জৰিত ক্ষেত্ৰৰ বাহিৰত থাকে।” শ্ৰীংলাই লগতে কয়।

আনহাতে ৰাছিয়া আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতসকলৰ সৈতে কথা পাতি ভাৰতীয় নাগৰিকৰ বাবে জৰুৰী সুৰক্ষিত পথৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে বুলি শ্ৰীংলাই উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd