• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাছিয়াৰ বিপৰ্যয়! ৮০০ বাহনেৰে সু-সজ্জিত ৰাছিয়াৰ শক্তিশালী সেনা কনভয় ধ্বংস কৰিলে ইউক্ৰেইনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 2, 2022 3:04 pm
Russia-Ukraine war
402
VIEWS
Share on FacebookShare on Twitter

‘দুৰ্বল’ ইউক্ৰেইনত ‘শক্তিশালী’ ৰাছিয়াৰ অনাকাঙ্ক্ষিত বিপৰ্যয়! অনায়াসে ইউক্ৰেইন জয়ৰ স্বপ্ন দেখা ৰাছিয়াৰ যেন দৰ্প চূৰ্ণ হৈছে!

যুদ্ধৰ পূৰ্বে আমেৰিকাকে ধৰি নাটোৰ পূৰ্ণ সমৰ্থন লাভ কৰিলেও ৰাছিয়াৰ আক্ৰমণৰ পিছতে কাৰ্যক্ষেত্ৰত প্ৰায় অকলশৰীয়া হৈ পৰা ইউক্ৰেইনে অকলেই প্ৰতিহত কৰিছে ৰাছিয়াৰ শক্তিশালী সৈন্য বাহিনীক।

ইউক্ৰেইনৰ মাইকোলাইভ অঞ্চলৰ বাস্তাংকা চহৰৰ ওচৰত ইউক্ৰেইনৰ বাহিনীয়ে ৮০০ বাহনেৰে সু-সজ্জিত ৰাছিয়াৰ সামৰিক বাহিনীৰ এটা শক্তিশালী কনভয় ধ্বংস কৰিছে।

ইউক্ৰেইনৰ বায়ু সেনাই সেনা আৰু আঞ্চলিক প্ৰতিৰক্ষাৰ গোটৰ সহযোগত ৰাছিয়াৰ এই বৃহৎ সামৰিক কনভয়টো ধ্বংস কৰে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

ডিনিপ্ৰোপেট্ৰভস্কৰ আঞ্চলিক পৰিষদৰ মুৰব্বী মাইকোলা লুকাচুকে ইউক্ৰেইনৰ সেনা বাহিনীৰ এই বৃহৎ সফলতাৰ বাতৰি নিশ্চিত কৰিছে।

“মঙলবাৰে আবেলি আমি বাষ্টাংকাৰ পৰা ক্ৰিভি ৰিহ অভিমুখী ৮০০ বাহনেৰে সজ্জিত ৰাছিয়াৰ সামৰিক বাহিনীটোৰ বিষয়ে তথ্য পাইছিলো। আমাৰ সেনা বাহিনীয়ে তৎক্ষণাৎ সষ্টম হৈ শত্ৰুক ডিনিপ্ৰোপেট্ৰভস্ক অঞ্চলত প্ৰৱেশ কৰাত বাধা দিয়ে।”— লুকাচুকে কয়।

 

The Armed Forces of #Ukraine destroyed a convoy of #Russian military vehicles, which had set off from #Nikolaev in the direction of #Bashtanka during the day.#StopRussia #RussiaUkraineWar pic.twitter.com/1opNEyJE1j

— Roman Doroshchuk (@rdoroshchuk) March 1, 2022

ধ্বংস হোৱা ৰাছিয়াৰ বাহনসমূহৰ ভিতৰত আছে ডি-30এ হাউইটজাৰ, বিটিআৰ-80 এপিচি, পেণ্টিৰ মিছাইল চিষ্টেম বাহন আৰু ট্ৰাকবোৰক গোলাবাৰুদ যোগান ধৰা কিছু অত্যাধুনিক বাহন।

প্ৰকাশিত খবৰ অনুসৰি কনভয়টোত থকা কেইজনমান ৰাছিয়ান সৈন্যকো ইউক্ৰেইনৰ সেনা বাহিনীয়ে বন্দী কৰি ৰাখিছে।

অভিযানৰ সময়ত ইউক্ৰেইনৰ প্ৰতিৰক্ষা বাহিনীয়েও এখন হেলিকপ্টাৰ হেৰুৱায়। অৱশ্যে, হেলিকপ্টাৰৰ পাইলটসকল জীৱিত অৱস্থাত উদ্ধাৰ হয়।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ৰাজপথত কুকুৰৰ আক্ৰমণৰ ভয়ত আত্মৰক্ষাৰ বাবে অভিনৱ পন্থা এইগৰাকী ছোৱালীৰ! পিছে কি?

ৰাজপথত কুকুৰৰ আক্ৰমণৰ ভয়ত আত্মৰক্ষাৰ বাবে অভিনৱ পন্থা এইগৰাকী ছোৱালীৰ! পিছে কি?

দুই মহাৰথীৰ যুঁজত কম্পন আমেৰিকাত! ট্ৰাম্পেতো কৈয়েই দিলে ‘মাস্কৰ সৈতে সম্পৰ্ক শেষ’

দুই মহাৰথীৰ যুঁজত কম্পন আমেৰিকাত! ট্ৰাম্পেতো কৈয়েই দিলে ‘মাস্কৰ সৈতে সম্পৰ্ক শেষ’

‘ইয়াতে থাকিব বিচাৰো’: বেংগালুৰুৰ পদপিষ্টৰ ঘটনাত নিহত পুত্ৰৰ কবৰৰ ওপৰত হুকহুকাই কান্দিলে পিতৃয়ে

‘ইয়াতে থাকিব বিচাৰো’: বেংগালুৰুৰ পদপিষ্টৰ ঘটনাত নিহত পুত্ৰৰ কবৰৰ ওপৰত হুকহুকাই কান্দিলে পিতৃয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd