• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

আলোচনাৰ বাবে সাজু ৰাছিয়া, কিন্তু অব্যাহত থাকিব ইউক্ৰেইন সৈন্যৰ ওপৰত আক্ৰমণ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 3, 2022 7:40 pm
Russia-Ukraine war
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে আজি ৮ দিন অতিক্ৰম কৰিলে। ৰাছিয়াৰ এই আক্ৰমণক সমগ্ৰ বিশ্বই ধিক্কাৰ জনাইছে। যুদ্ধৰ দাবানলে প্ৰায় ধ্বংস কৰি তুলিছে ইউক্ৰেইন।

ইতিমধ্যে দুয়ো পক্ষই যুদ্ধৰ অৱসানৰ বাবে যোৱা সোমবাৰে আলোচনাত মিলিত হৈছিল যদিও আলোচনা ব্যৰ্থ হয়। ৰাছিয়াই ইউক্ৰেইনৰ সৈতে চুক্তি সম্পাদনৰ ইচ্ছা প্ৰকাশ কৰাৰ বিপৰীতে ইউক্ৰেইনে তাৎক্ষণিক যুদ্ধবিৰতিৰ লগতে ইউক্ৰেইনৰ পৰা ৰাছিয়াৰ সৈন্য বাহিনী প্ৰত্যাহাৰ দাবী কৰিছিল।

Apply Now

দুয়োপক্ষৰ মাজত পুনৰ দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ জল্পনা-কল্পনা চলি থকাৰ সময়তে আজি ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভাৰভে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

তেওঁ কয় যে মস্কো ইউক্ৰেইনত যুঁজ সমাপ্তিৰ আলোচনাৰ বাবে সাজু কিন্তু ইউক্ৰেইনৰ সামৰিক বাহিনীৰ ওপৰত আক্ৰমণ অব্যাহত থাকিব।

লাভাৰভে লগতে কয় যে ৰাছিয়াৰ প্ৰতিনিধি দলটোৱে এই সপ্তাহৰ আৰম্ভণিতে ইউক্ৰেইনৰ প্ৰতিনিধিৰ ওচৰত দাবী দাখিল কৰিছিল আৰু এতিয়া কিয়েভৰ সঁহাৰিৰ বাবে অপেক্ষা কৰিছে।

তেওঁ লগতে কয় যে পশ্চিমীয়া ৰাষ্ট্ৰসমূহে ইউক্ৰেইনক ধাৰাবাহিকভাৱে অস্ত্ৰ-শস্ত্ৰ যোগান ধৰি আহিছে, ইউক্ৰেইনৰ সৈন্যসকলক প্ৰশিক্ষণ দিছে আৰু ইউক্ৰেইনক ৰাছিয়াৰ বিৰুদ্ধে এক সুৰক্ষা ঘাটিলৈ পৰিণত কৰিবলৈ কৌশল ৰচনা কৰিছে।

এনেদৰে ইউক্ৰেইনক ৰাছিয়াৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কৰি তোলাৰ বাবে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিবলৈ বাধ্য হৈছে লাভাৰভে যুক্তি দৰ্শায়।

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰশক্তিয়ে ঘোষণা কৰি আহিছে যে নাটো হৈছে এক প্ৰতিৰক্ষামূলক মিত্ৰতা শক্তি আৰু ই ৰাছিয়াৰ বাবে ভাবুকি সৃষ্টি নকৰে।

লাভাৰভে ইয়াক দৃঢ়ভাৱে প্ৰত্যাখ্যান কৰি কয় যে পশ্চিমে ইউক্ৰেইনক ৰাছিয়া আক্ৰমণৰ মূলকেন্দ্ৰলৈ পৰিণত কৰিছে।

উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ আলোচনা ব্যৰ্থ হোৱাৰ পিছত ৰাছিয়া-ইউক্ৰেইনে পুনৰ আলোচনাত মিলিত হোৱাৰ সম্ভাৱনীয়তা প্ৰকাশ কৰিছিল।

অৱশ্যে এই পৰ্যন্ত দ্বিতীয় পৰ্যায়ৰ আলোচনা সন্দৰ্ভত কোনো নিশ্চিত তথ্য লাভ কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd