• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিলামত বিক্ৰী কৰাৰ প্ৰস্তুতি গুৱাহাটী ক্ৰীড়াগ্ৰামৰ ৩০টা ফ্লেট

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 4, 2022 5:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী ক্ৰীড়াগ্ৰামৰ ৩০টাকৈ ফ্লেট নিলামৰ বাবে যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদে ।

অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদে ইতিমধ্যে বৰসজাইৰ ক্ৰীড়াগ্ৰামৰ উক্ত ফ্লেট কেইটা নিলামত বিক্ৰী কৰাৰ বাবে জাননী প্রকাশ কৰিছে।

Apply Now

নিলাম কৰিবলৈ ওলোৱা উক্ত ফ্লেট কেইটা ২০০৭ চনত গুৱাহাটীত ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হোৱাৰ সময়তে খেলুৱৈ ৰখাৰ বাবে নিৰ্মাণ কৰি উলিওৱা হৈছিল।

খেল সমাৰোহ খন অন্ত পৰাৰ পিছত চৰকাৰে ছয়মহলীয়া অট্টালিকাৰ বহু কেইটা ফ্লেট বিক্ৰী কৰি দিছিল।

পুনৰ ক্ৰীড়াগ্ৰামৰ ব্লক এ-০২ৰ ১৪ টা আৰু ব্লক এ-০৭ৰ ১৬ টা গৃহ নিলামৰ বাবে ২৮ ফেব্ৰুৱাৰীত নিলামৰ জাননী জাৰি কৰা হৈছে। সেইমৰ্মে ১০ মাৰ্চৰ পুৱা ১১ বজাৰ পৰা দিছপুৰৰ লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত
নিলাম পৰ্ব অনুষ্ঠিত হ’ব ।
ব্লক এ-০২ৰ ১৪ টা গৃহৰ আটাইকেইটা ঘৰৰ আয়তন ১২৫০ বৰ্গফুট। এই ঘৰসমূহৰ চাৰিটা ঘৰ তৃতীয় মহলা, দুটা গৃহ চতুৰ্থ মহলা,
চাৰিটা ঘৰ পঞ্চম মহলা আৰু আন চাৰিটা ঘৰ ষষ্ঠ মহলাত আছে।

তৃতীয় মহলাৰ গৃহকেইটাৰ বাবে ২৫,৭৮,৪ ৪৮.৪০ টকা, চতুৰ্থ মহলাৰ গৃহকেইটাৰ বাবে ২৫,৫৪,৯০৫.৬০ টকা,পঞ্চম মহলাৰ গৃহকেইটাৰ বাবে ২৫,৩১,৩৬২.৮০ টকা তথা ষষ্ঠ মহলাৰ গৃহকেইটাৰ বাবে ২৫,১২,৯৩৮ টকা নূন্যতম নিলাম মূল্য নিৰ্ধাৰণ কৰা হৈছে৷ আনহাতে ব্লক এ- ০৭ৰ ১৬ টা ঘৰৰ আটাই কেইটা ঘৰেই ১২৫০ বৰ্গফুট আয়তন বিশিষ্ট ৷

ইয়াৰে দুটা ঘৰ ভূমি মহলাত আছে উক্ত ঘৰৰ নিলাম মূল্য ২৪,৮৪,২৭৭.২০ টকা, ২৫,৩১,৩৬২-৮০ টকা নিৰ্ধাৰণ কৰা হৈছে।

প্ৰথম মহলাত থকা চাৰিটা ঘৰৰ দাম ক্ৰমে ২৫,০৭,৮২০ টকা, ২৫,৩১,৩৬২.৮০ টকা আৰু ২৫,৭৮,৪৪৮.৪০ টকা। চাৰিটা দ্বিতীয় মহলাৰ গৃহৰ নিৰ্ধাৰিত দাম ২৪,৬১,৭৫৮ টকা নিৰ্ধাৰণ কৰা হৈছে।

ইপিনে কোনো মহলাৰ উল্লেখ নথকা দুটা ঘৰৰ দাম ২৪,৩৮,২১৫.২০ টকা নিৰ্ধাৰণ কৰা হৈছে।

নিলামৰ জাননী প্ৰকাশৰ পিছতে ১৩০ গৰাকী লোকে আবেদন কৰাৰ তথ্য পোৱা গৈছে।

নিলামৰ বাবে ৰাজহুৱা জাননী প্ৰকাশ কৰা হৈছে যদিও একাংশ লোকে এই প্ৰক্ৰিয়া কিমান স্বচ্ছতাৰে সম্পন্ন হ’ব তাকেলৈ সন্দেহ প্ৰৰকাশ কৰাও দেখা গৈছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd