• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এআইএডিএমকেত জোকাৰণি: পুনৰ দলত খোপনি পুতিব শশীকলাই!

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 5, 2022 7:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ ভাৰতৰ লগতে ৰাষ্ট্ৰীয় ৰাজনীতিতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা এআইএডিএমকেত পুনৰ অন্তৰ্ভূক্ত কৰা হ’ব শশীকলাক।

দলটোৰ প্ৰাক্তন অন্তৱৰ্তীকালীন সাধাৰণ সম্পাদক ভি কে শশীকলাৰ দলত পুনৰ প্ৰৱেশ সম্ভাৱনা উজ্জ্বল হৈ পৰিছে।
শশীকলাক পুনৰ দলত অন্তৰ্ভূক্তিৰ বিষয়টো সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ এআইএডিএমকেৰ মুখ্য সমন্বয়ক অ’ পন্নীৰচেলভম আৰু সমন্বয়ক এডাপ্পাডি কে পালানিস্বামীয়ে শীঘ্ৰেই বৈঠকত মিলিত হ’ব। 

Apply Now

শেহতীয়াকৈ দলটোৰ থেনি জিলা সমিতিয়ে শশীকলা আৰু তেওঁৰ ভতিজা এএমএমকেৰ অধ্যক্ষ টি.টি.ভি. দিনাকৰণক এআইএডিএমকেত পুনৰ অন্তৰ্ভুক্ত কৰাৰ বিষয়ত এক এপ্ৰস্তাৱ গৃহীত কৰিছে।

পন্নীৰচেলভমৰ ফাৰ্মহাউচত অনুষ্ঠিত হোৱা বৈঠকখন দলৰ থেনি জিলা সম্পাদক চৈয়দ খানৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল। দলীয় সূত্ৰই প্ৰকাশ কৰা শশীকলাক পুনৰ দলত অন্তৰ্ভূক্ত কৰাৰ প্ৰস্তাৱটো দলৰ হাইকমাণ্ডলৈ প্ৰেৰণ কৰা হ’ব।

অৱশ্যে পালানিস্বামী শিবিৰে শশীকলাক দলত পুনৰ প্ৰৱেশ কৰাৰ বিৰোধিতা কৰি আহিছে। ইয়াকেলৈ দলটোৰ মাজত পুনৰ বিসম্বাদে মূৰ দাঙি উঠাৰ আশংকা কৰা হৈছে।

প্ৰয়াত মুখ্যমন্ত্ৰী জে. জয়ললিতাৰ অতি ঘনিষ্ঠ শশীকলাৰ পুনৰ দলত অন্তৰ্ভূক্তিৰ বিৰুদ্ধে এতিয়া দলৰে বহু নেতাই মুকলিকৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা গৈছে।

উল্লেখ্য তামিলনাডুৰ প্ৰাক্তন তথা প্ৰয়াত মুখ্যমন্ত্ৰী জয়াললিতাৰ এসময়ৰ সংগী ভি কে শশীকলাক ৪ বছৰৰ পিছত ২০২১ চনৰ ২৭ জানুৱাৰীত কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছিল।ভি কে শশীকলা ৬৬ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগত যোৱা চাৰি বছৰে বাংগালুৰুৰ পাৰাপ্পানা কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছিল।

উল্লেখ্য যে ৬৬ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগত অভিযুক্ত জয়াললিতাৰ অতি ঘনিষ্ঠ বুলি পৰিচিত শশীকলাৰ বিৰুদ্ধে জয়াললিতাৰ মৃত্যুৰ ক্ষেত্ৰতো হাত আছে বুলি অভিযোগ উত্থাপন হৈছিল।

এআইডিএমকে দলৰ সময়ৰ একচ্ছত্ৰী সম্ৰাজ্ঞী শশীকলাই পূৰ্বৰ দৰে দলত খোপনি পুতিবলৈ পালে দলটোৰ আন বহু প্ৰভাৱশালী নেতা প্ৰভাৱহীন হৈ পৰাৰ সম্ভাৱনাই অধিক।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am
৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am
৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd