• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: ছিৰিয়াৰ অভিজ্ঞ যুঁজাৰু বাহিনী নিয়োগ কৰিছে ৰাছিয়াই!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2022 11:41 am
Russia-Ukraine war
2.9k
VIEWS
Share on FacebookShare on Twitter

ইউক্ৰেইনত নিজৰ শক্তিশালী সেনা বাহিনীৰ উপৰিও অভিজ্ঞ ছিৰিয়ান যুঁজাৰু বাহিনীক নিয়োগ কৰিছে ৰাছিয়াই। এক প্ৰতিবেদনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষ বিষয়াৰ উদ্ধৃতি দি ৱাল ষ্ট্ৰীট জাৰ্নেলে এই কথা প্ৰকাশ কৰিছে।

প্ৰতিবেদন অনুসৰি, ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিয়েভ দখলৰ লক্ষ্যৰে এই অভিজ্ঞ ছিৰিয়ান যুঁজাৰুসকলক নিয়োগ কৰিছে।

উল্লেখ্য যে ৰাছিয়াই ২০১৫ চনত ছিৰিয়াৰ গৃহযুদ্ধত ৰাষ্ট্ৰপতি বাছাৰ আল-আসাদৰ শাসনক সমৰ্থন কৰিছিল।

অৱশ্যে কিমান সংখ্যক ছিৰিয়ান যুঁজাৰু ৰাছিয়াই ইউক্ৰেইন যুদ্ধত নিয়োগ কৰিছে সেই বিষয়ে কোনো নিশ্চিত তথ্য নাই যদিও এক বুজন পৰিমাণৰ ছিৰিয়ান যুঁজাৰু ৰাছিয়াৰ সেনা বাহিনীৰ সৈতে সংযুক্ত আছে আমেৰিকাৰ বিষয়া সকলে দাবী কৰিছে।

আনহাতে ছিৰিয়ান যুঁজাৰু বাহিনীৰ লগতে আন বিদেশী যুঁজাৰু বাহিনীয়েও দুয়োপক্ষৰ পৰা যুদ্ধত অৱতীৰ্ণ হৈছে বুলিও প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে।

ইউক্ৰেইন আক্ৰমণ কৰা ৰাছিয়ান সৈন্যৰ সৈতে চেচেন যুঁজাৰুসকলৰ উপস্থিতিৰ ভিডিঅ’ও সামাজিক মাধ্যমত বিয়পি পৰা দেখিবলৈ পোৱা গৈছে।

ইউক্ৰেনে দাবী কৰিছে যে প্ৰায় ২০,০০০ বহি: দেশৰ সেনাই স্বেচ্ছাই ইউক্ৰেইনৰ হৈ যুদ্ধত যোগদান কৰিছে।

উল্লেখ্য যে ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধই আজি ১২ দিনত ভৰি দিছে। যুদ্ধ আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে প্ৰায় ১.৫ নিযুতৰো অধিক লোকে দেশ এৰি পলাই গৈছে।

Recent News

পল্লাচী ধৰ্ষণ কাণ্ড : ৬ বছৰ আইনী যুদ্ধৰ অন্তত দলবদ্ধ ধৰ্ষণ আৰু ব্লেকমেইলৰ গোচৰত ৯ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

পল্লাচী ধৰ্ষণ কাণ্ড : ৬ বছৰ আইনী যুদ্ধৰ অন্তত দলবদ্ধ ধৰ্ষণ আৰু ব্লেকমেইলৰ গোচৰত ৯ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

দৈৰ উপকাৰীতা জানো আহক

দৈৰ উপকাৰীতা জানো আহক

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd