• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দেশৰ ন্যায়পালিকাত অধিক সংখ্যক মহিলাৰ অংশীদাৰীত্বৰ পোষকতা মুখ্য ন্যায়াধীশ ৰমনাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2022 1:10 pm
CJI NV Ramana on women participation in judiciary
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“দেশৰ আইনী বৃত্তি এতিয়াও পুৰুষ প্ৰধান হৈ আছে। এই বৃত্তিত অধিক অধিক মহিলা প্ৰতিনিধিত্বৰ প্ৰয়োজনীয়তা আছে।”— ন্যায়পালিকাত মহিলাৰ অংশীদাৰীত্ব সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই।

‘আন্তৰ্জাতিক মহিলা ন্যায়াধীশ দিৱস’ উপলক্ষে এক অনলাইন অনুষ্ঠানত ৰমনাই ভাষণত কয় যে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে ১৯২ জন প্ৰাৰ্থীৰ পৰামৰ্শ দিছে। ইয়াৰ ভিতৰত ৩৭ গৰাকী মহিলা আছে।

দুৰ্ভাগ্যবশতঃ পৰামৰ্শ দিয়া মুঠ ৩৭ গৰাকী মহিলা প্ৰাৰ্থীৰ ভিতৰত এতিয়ালৈকে মাত্ৰ ১৭ গৰাকীকহে নিযুক্তি দিয়া হৈছে বুলি তেওঁ খেদ প্ৰকাশ কৰে। বাকী সকলৰ নিযুক্তি প্ৰক্ৰিয়া এতিয়াও কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বিচাৰাধীন হৈ আছে বুলি তেওঁ উল্লেখ কৰে।

আইনী বৃত্তিত অধিক মহিলা প্ৰতিনিধিত্বৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি মুখ্য ন্যায়াধীশ গৰাকীয়ে আইনী শিক্ষাত মহিলাৰ বাবে সংৰক্ষণৰ প্ৰস্তাৱ আগবঢ়ায়।

উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই যোৱা বৰ্ষৰ ২৮ এপ্ৰিলত প্ৰতি বছৰৰ ১০ মাৰ্চত আন্তৰ্জাতিক মহিলা ন্যায়াধীশ দিৱস হিচাপে পালন কৰাৰ সংকল্প লৈছিল। কাটাৰে আগবঢ়োৱা এই প্ৰস্তাৱৰ পৃষ্ঠপোষকতা কৰা ৰাষ্ট্ৰসমূহৰ ভিতৰত ভাৰত অন্যতম আছিল।

আইনী বৃত্তিত মহিলাৰ কম সংখ্যক প্ৰতিনিধিত্বৰ বাবে এতিয়াও পুৰুষ প্ৰধান হৈ আছে বুলি ৰমনাই মন্তব্য কৰে। এনে ক্ষেত্ৰত ১০ মাৰ্চক আন্তৰ্জাতিক মহিলা ন্যায়াধীশ দিৱস হিচাপে স্বীকৃতি দিয়া কাৰ্য সজাগতা সৃষ্টিৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি তেওঁ অভিহিত কৰে।

তেওঁ কয়, “ভাৰতীয় সমাজত মহিলাসকলে সন্মুখীন হৈ অহা সমস্যা তথা কুসংস্কাৰৰ বিষয়ে মই সম্পূৰ্ণ সচেতন।” দক্ষতা থকাৰ পিছতো আৰু জ্ঞান অৰ্জন কৰা স্বত্বেও পৰ্যাপ্ত প্ৰতিনিধিত্বৰ অভাৱ মহিলাসকলে নিৰন্তৰ যুঁজিবলগাৰ অন্যতম মুখ্য কাৰণ হিচাপে ৰমনাই চিহ্নিত কৰে।

তেওঁ লগতে ন্যায়াধীশ আৰু অধিবক্তা হিচাপে মহিলাৰ উপস্থিতিয়ে ন্যায় প্ৰদান প্ৰণালী যথেষ্ট উন্নত কৰিব বুলি মত পোষণ কৰে।

“মহিলা সকলে আইনলৈ এক পৃথক দৃষ্টিভংগী আনিছে। এয়া তেওঁলোকৰ অভিজ্ঞতাৰ দ্বাৰা সৃষ্টি হৈছে। পুৰুষ আৰু মহিলাৰ ওপৰত কিছুমান আইনৰ বিভিন্ন প্ৰভাৱৰ বিষয়ে তেওঁলোকৰ অধিক সূক্ষ্ম জ্ঞান আছে।”— ৰমনাই লগতে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

September 17, 2025 1:43 pm
অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd