• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মৰ্মান্তিক! মাতৃৰ নিথৰ দেহৰ কাষত চাৰি দিন কটালে ১০ বছৰীয়া সন্তানে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2022 6:55 pm
Child lived with mother's dead body
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দহ বছৰীয়া এজন বালক! সম্পূৰ্ণ চাৰিদিন এই বালক জন পাৰ কৰিলে মাতৃৰ নিথৰ দেহৰ সৈতে। অবোধ বালকটিয়ে নাজানে মাতৃৰ মৃত্যু হোৱাৰ কথা।

শিশুটিয়ে ভাবিছে শুই থকা মাকে সাৰ পাব; মাত মাতিব প্ৰিয় সন্তানক। এনেকৈয়ে বাগৰি গ’ল সম্পূৰ্ণ চাৰিটা দিন।

কিন্তু চাৰিদিনৰ পিছত যেতিয়া ঘৰত দুৰ্গন্ধ বিয়পি পৰে, তেতিয়া ১০ বছৰীয়া এই শ্যাম কিশোৰ নামৰ শিশুটিয়ে খুৰাকক এই গোন্ধৰ কথা অৱগত কৰে।

শিশুটিৰ কথা শুনি তেওঁৰ খুৰাকে ঘৰটোত উপস্থিত হৈ ৰাজ্যলক্ষ্মী নামৰ মহিলাগৰাকীক মৃত অৱস্থাত পৰি থকা দেখা পায় আৰু তেতিয়াই পোহৰলৈ আহে তেওঁৰ মৃত্যুৰ কথা।

এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে অন্ধ্ৰপ্ৰদেশৰ তিৰপতিত।

মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছত শিশুটিৰ খুৰাকে আৰক্ষীক খবৰ দিয়ে। প্ৰাথমিক তদন্তৰ পিছত আৰক্ষীয়ে মহিলাগৰাকী ৮ মাৰ্চত অচেতন হৈ পৰি মৃত্যু বৰণ কৰিছিল বুলি সন্দেহ কৰিছে।

পাৰিবাৰিক সংঘাতৰ বাবে মৃত ৰাজ্যলক্ষ্মী নামৰ মহিলাগৰাকী তেওঁৰ ১০ বছৰীয়া পুত্ৰৰ সৈতে স্বামীৰ পৰা পৃথক হৈ বাস কৰিছিল।

মৃত ৰাজ্যলক্ষ্মীৰ এজন চুবুৰীয়াই জনোৱা মতে শিশুটিক তেওঁ মাতৃৰ কথা সুধিছিল আৰু উত্তৰত শিশুটিয়ে কৈছিল যে তেওঁৰ মাতৃয়ে ৮ মাৰ্চত বমি কৰিছিল আৰু তেতিয়াৰ পৰা শুই আছে।

শিশুটিয়ে ভাবিছিল যে তেওঁৰ মাক অসুস্থ হৈ পৰিছে আৰু সেয়েহে বিশ্ৰাম লৈছে। পিছত শিশুটিয়ে মাতৃক কেইবাবাৰো উঠোৱাৰ চেষ্টা কৰিছিল যদিও সাৰ নোপোৱাত তেনেকৈয়ে থাকিব দিয়ে।

কিন্তু যেতিয়া শৰীৰটোৰ পৰা দুৰ্গন্ধ নিৰ্গত হ’বলৈ আৰম্ভ কৰে, তেতিয়া শিশুটিয়ে তেওঁৰ খুৰাকক অৱগত কৰিছিল বুলি চুবুৰীয়াজনে লগতে কয়।

আৰক্ষীয়ে ইতিমধ্যে মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সেনাৰ দখলত নেপাল, সমগ্ৰ দেশত কাৰ্ফিউ : জেল ভাঙি পলায়ন ১৬০০ কয়দী, সেনাৰ গুলীত নিহত ৫ জন

সেনাৰ দখলত নেপাল, সমগ্ৰ দেশত কাৰ্ফিউ : জেল ভাঙি পলায়ন ১৬০০ কয়দী, সেনাৰ গুলীত নিহত ৫ জন

September 10, 2025 1:31 pm
প্ৰায় ২৯ মাহৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰ ভ্ৰমণক নাটক আখ্য মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ইবোবি সিঙৰ

প্ৰায় ২৯ মাহৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰ ভ্ৰমণক নাটক আখ্য মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ইবোবি সিঙৰ

September 10, 2025 1:26 pm
২০২৯ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী : আত্মবিশ্বাসী কংগ্ৰেছ নেতা শিৱকুমাৰ

২০২৯ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী : আত্মবিশ্বাসী কংগ্ৰেছ নেতা শিৱকুমাৰ

September 10, 2025 1:01 pm
কাটাৰত ইজৰাইলৰ আক্ৰমণৰ সমালোচনা ট্ৰাম্পৰ! শান্তিৰ আহ্বান…

কাটাৰত ইজৰাইলৰ আক্ৰমণৰ সমালোচনা ট্ৰাম্পৰ! শান্তিৰ আহ্বান…

September 10, 2025 12:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সেনাৰ দখলত নেপাল, সমগ্ৰ দেশত কাৰ্ফিউ : জেল ভাঙি পলায়ন ১৬০০ কয়দী, সেনাৰ গুলীত নিহত ৫ জন

সেনাৰ দখলত নেপাল, সমগ্ৰ দেশত কাৰ্ফিউ : জেল ভাঙি পলায়ন ১৬০০ কয়দী, সেনাৰ গুলীত নিহত ৫ জন

September 10, 2025 1:31 pm
প্ৰায় ২৯ মাহৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰ ভ্ৰমণক নাটক আখ্য মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ইবোবি সিঙৰ

প্ৰায় ২৯ মাহৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰ ভ্ৰমণক নাটক আখ্য মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ইবোবি সিঙৰ

September 10, 2025 1:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd