• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসুখী ভাৰত! সুখী দেশৰ তালিকাত বাংলাদেশ, পাকিস্তানতকৈয়ো তলত ভাৰতৰ স্থান ; শীৰ্ষত কোন?

আজি ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক বিশ্ব সুখ দিৱস

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 20, 2022 1:45 pm
319
VIEWS
Share on FacebookShare on Twitter

সুখী দেশৰ তালিকাত প্ৰায় শেষৰ পিনে স্থান লাভ কৰিছে ভাৰতে।

শেহতীয়াকৈ প্ৰকাশ পোৱা ৰাষ্ট্ৰসংঘৰ বিশ্বৰ সুখী দেশৰ প্ৰতিবেদন-২০২২ৰ তালিকা অনুসৰি ১৪৬ খন দেশৰ ভিতৰত ১৩৬ সংখ্যক স্থানত আছে ভাৰত।

বিগত বৰ্ষত ভাৰতৰ স্থান আছিলি ১৩৯। এইবাৰ সুখী লোকৰ তালিকাত মাত্ৰ তিনিটা ঘৰ ওপৰলৈ উধাবলৈ সক্ষম হৈছে ভাৰতে।

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ এই তালিকাত একেৰাহে পাঁচবছৰৰ বাবে শীৰ্ষ স্থান লাভ কৰিছে ফিনলেণ্ডে। ফিনলেণ্ডে এইবাৰো বিশ্বৰ আটাইতকৈ বেছি সংখ্যক সুখী লোকে বাস কৰা দেশ হিচাবে নিজৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে।

ৰাষ্ট্ৰসংঘৰ ‘ছাছটেইনেব’ল ডেভেলপমেন্ট ছলিউশ্যন নেটৱৰ্কে’ কোভিড-১৯ৰ প্ৰভাৱ তথা কিদৰে বিশ্বৰ লোকসকলে সফলতা লাভ কৰিছে তাৰ ওপৰত পৰ্যালোচনা কৰি প্ৰতিবেদনখন প্ৰকাশ কৰিছে।

প্ৰতিবেদনত প্ৰস্তুত কৰাৰ সময়ত ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা বিশ্বৰ ১৪৬খন দেশৰ লোকে নিজকে কিমান সুখী বুলি ভাৱে সেই বিষয়ত সমীক্ষা চলোৱা হৈছিল।

উল্লেখ্য যে ২০১৯ত এই প্ৰতিবেদনত ভাৰতৰ স্থান আছিল ১৪০নম্বৰত।

ৰাষ্ট্ৰসংঘৰ এক বিবৃতিত কোৱা হৈছে,’’ভাৰতৰ ক্ষেত্ৰত ব্যক্তিগত সাক্ষাৎ আৰু টেলিফোনিক সাক্ষাৎকাৰ, দুয়োটা পদ্ধতিয়েই গ্ৰহণ কৰা হৈছে। ২০২২ চনত ভাৰতীয়সকলৰ জীৱনযাত্ৰাত তেনে কোনো পৰিৱৰ্তন ঘটা নাই।‘’

বিশ্বৰ আটাইতকৈ সুখী দেশৰ তালিকাত ফিনলেণ্ডে শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে তাৰ পাছতে তালিকাত স্থান লাভ কৰিছে ডেনমাৰ্ক, আইচলেণ্ড, চুইজাৰলেণ্ড আৰু নেডাৰলেণ্ডে।

এই তালিকাত পাকিস্তানৰ স্থান ১২১, বাংলাদেশৰ ৯৪ , আমেৰিকা ১৬, শ্ৰীলংকা ১২৭,ব্ৰিটেইন ১৭ , ফ্ৰান্সে  লাভ কৰিছে  ২০  সংখ্যক স্থান।

সেইদৰে, বিশ্বৰ আটাইতকৈ অসুখী দেশৰ তালিকাৰ প্ৰথম স্থানত আছে আফগানিস্তান(১৪৬)।

যি কি নহওঁক, ৰাষ্ট্ৰসংঘৰ এই সুখী দেশৰ তালিকাৰ শেষৰ পিনে পুনৰ ভাৰতে স্থান লাভ কৰাৰ কথা দেশ খনত যে মানুহে সুখেৰে বাস কৰিব পৰা নাই সেয়াই প্ৰমাণ কৰিছে।

উল্লেখ্য ৰাষ্ট্ৰসংঘই ২০ মাৰ্চৰ দিনটো  আন্তৰ্জাতিক বিশ্ব সুখ দিৱস হিচাবে পালন কৰি আহিছে।

Recent News

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd