• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুষ্কৰ সিং ধামিয়েই হ’ব উত্তৰাখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

ছমাহৰ ভিতৰত নিৰ্বাচিত হ'ব লাগিব কোনো এটা সমষ্টিৰ পৰা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 21, 2022 7:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰাখণ্ডৰ শেহতীয়া নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীৰ হাতত পৰাজিত হোৱাৰ পিছতো প্ৰাৰ্থী পুষ্কৰ সিং ধামিকেই ৰাজ্য খনৰ মুখ্যমন্ত্ৰী পদত পুনৰ বহুৱাবলৈ সিদ্ধান্ত লৈছে বিজেপিয়ে।

ৰাজ্য খনৰ খটিমা সমষ্টিৰ পৰা শেহতীয়াকৈ নিৰ্বাচনত পৰাজিত হোৱা উত্তৰাখণ্ডৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিক দলৰ বিধায়িনী গোটৰ নেতা হিচাপে নিৰ্বাচিত কৰা হৈছে। ফলত পুষ্কৰ সিং ধামীয়েই পৰৱৰ্তী কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে বাহাল থকাটো নিশ্চিত হৈ পৰিল।

Apply Now

অহা ৬ মাহৰ ভিতৰত ধামিক আন এটা সমষ্টিত নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সুবিধা দিয়া হ’ব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসভৱনত অনুষ্ঠিত এখন সভাত ধামিৰ নাম চূড়ান্ত কৰা হৈছিল। 

 উল্লেখ্য ধামিক কংগ্ৰেছ প্ৰাৰ্থী ভুৱন চন্দ্ৰ কাপৰিয়ে ৬,৫৭৯ টা ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল। ধামীয়ে ৪৪.৮ শতাংশ ভোট অৰ্থাৎ মুঠ ৪১,৫৯৮ টা ভোট লাভ কৰাৰ বিপৰীতে কাপৰিয়ে ৫১.৮৯ শতাংশ অৰ্থাৎ ৪৮,১৭৭ টা ভোট লাভ কৰিছিল।

একপ্ৰকাৰৰ ৰাজনৈতিক অচলাৱস্থাই গা কৰি উঠা উত্তৰাখণ্ডত  পুষ্কৰ সিং ধামিক ২০২১ চনৰ জুলাই মাহত নতুন মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত কৰা হৈছিল।

৪৫ বছৰীয়া ধামিয়েই হৈছে উত্তৰাখণ্ডৰ সৰ্ব কনিষ্ঠ মুখ্যমন্ত্ৰী।উত্তৰাখণ্ডৰ কুমাওন অঞ্চলৰ খাটিমা সমষ্টিৰ পৰা ধামিয়ে দুবাৰ একেৰাহে বিজেপিৰ বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল যদিও ওইবাৰ তেওঁ পৰাজিত হয়।

ধামি উত্তৰাখণ্ডৰ একাদশগৰাকী মুখ্যমন্ত্ৰী আছিল।

কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ অতি ঘনিষ্ঠ হিচাবে পৰিচিত ধামিয়ে ৰাজ্য খনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভগত সিং কোছিয়াৰৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাবেও এসময়ত কাৰ্যনিৰ্বাহ কৰিছিল।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তিৰথ সিং ৰাৱাটে পদত্যাগ কৰাৰ পিছত ধামিয়ে ৰাজ্য খনৰ মুখ্যমন্ত্ৰী হৈছিল।

তিৰথ সিং ৰাৱাটে চাৰি মাহো মুখ্যমন্ত্ৰী হিচাপে কাৰ্যকাল সম্পূৰ্ণ কৰিব পৰা নাছিল।

২০২১ চনৰ ১০ মাৰ্চত তিৰথ সিং ৰাৱাটে ত্ৰিবেন্দ্ৰ সিং ৰাৱাটৰ অপসাৰণৰ পিছত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ আসনত বহিছিল।

ত্ৰিবেন্দ্ৰ সিং ৰাৱাটৰ সলনি পাউৰি গাৰোৱালৰ সাংসদ তিৰথক বিজেপিয়ে মুখ্যমন্ত্ৰীৰ আসনত বহুৱাইছিল আৰু নিয়ম মতে ছ’মাহৰ ভিতৰত তেওঁক কোনো বিধানসভা আসনত বিজয়ী কৰাই আনিব লাগিছিল।

কিন্তু বিজেপিৰ ফালৰ পৰা তেনে কোনো প্ৰচেষ্টা চলোৱাই হোৱা নাছিল। ইয়াৰ বিপৰীতে বিজেপিয়ে ধামিক ৰাজ্য খনৰ মুখ্যমন্ত্ৰী পাতিছিল। কিন্তু মাত্ৰ কেইটামান ভোটৰ ব্যৱধানত ধামি এইবাৰ পৰাজিত হয়। তথাপি বিজেপিয়ে ধামিৰ প্ৰতি এতিয়াও বিশ্বাস অক্ষুণ্ণ ৰাখিছে।

 

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm
এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

September 1, 2026 12:50 pm
বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

September 1, 2026 11:39 am
ৰাছিয়াৰ সেনাবাহিনীত যোগ দিছিল ২২৭ জন ভাৰতীয়ই; ৫১ জনৰ মৃত্যু, দেশলৈ উভতিছে ১৩৯ জন

ৰাছিয়াৰ সেনাবাহিনীত যোগ দিছিল ২২৭ জন ভাৰতীয়ই; ৫১ জনৰ মৃত্যু, দেশলৈ উভতিছে ১৩৯ জন

September 1, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm
এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

September 1, 2026 12:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd