• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পশ্চিম বংগত ৰাজনৈতিক হিংসা: বাসগৃহত অগ্নিসংযোগ; ৮ জনৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 22, 2022 7:02 pm
Mob in West Bengal
134
VIEWS
Share on FacebookShare on Twitter

পশ্চিম বংগত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৰাজনৈতিক হিংসাই। ৰাজ্যখনৰ বীৰভূমত আজি কেইবাটাও বাসগৃহত অগ্নি সংযোগ কৰাৰ ফলত আঠজনকৈ লোকৰ মৃত্যু হৈছে।

এজন ৰাজনৈতিক নেতাৰ হত্যাৰ প্ৰতিশোধ মৰ্মেই এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য সোমবাৰে বীৰভূমৰ ৰামপুৰহাটত দুৰ্বৃত্তৰ বোমা আক্ৰমণৰ ফলত তৃণমূল কংগ্ৰেছৰ পঞ্চায়ত নেতা ভাদু প্ৰধান নিহত হৈছিল।

এই হত্যাকাণ্ডৰ প্ৰতিশোধ স্বৰূপেই আজি অঞ্চলটোৰ কেইবাটাও ঘৰত জুই লগোৱা হয় বুলি সন্দেহ কৰা হৈছে।

ঘৰবোৰত অগ্নি সংযোগ কৰাৰ পূৰ্বে ঘৰৰ দুৱাৰবোৰ বাহিৰৰ পৰা বন্ধ কৰি দিয়া হৈছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।

এই হিংসাত্মক ঘটনাৰ পিছত বৰ্তমানলৈকে আঠটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰে সাতটা মৃতদেহ একেটা ঘৰৰ পৰাই উদ্ধাৰ কৰা হৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

ইতিমধ্যে এই ভয়াৱহ ঘটনাটোৰ প্ৰতি লক্ষ্য ৰাখি বংগ চৰকাৰে জ্যেষ্ঠ বিষয়া জ্ঞানৱন্ত সিং, মিৰাজ খালিদ আৰু সঞ্জয় সিঙক লৈ তিনিজনীয়া বিশেষ অনুসন্ধান দল গঠন কৰিছে।

আনহাতে ৰামপুৰহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু উপ-বিভাগীয় আৰক্ষী বিষয়াক তাৎক্ষণিক ভাৱে নিলম্বন কৰা হৈছে।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd