• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কলাক্ষেত্ৰত ‘স্বতন্ত্ৰতা যুঁজৰ সৈনিক হংসনাথ দেৱশৰ্মা’ নাট মঞ্চস্থ

এজাক শিশুৰ অভিনয়ে মন মুহিলে দৰ্শকৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 25, 2022 8:49 am
ফটো: ভাৰতী শৰ্মা

ফটো: ভাৰতী শৰ্মা

418
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ২৪ মাৰ্চৰ সন্ধিয়া মঞ্চস্থ কৰা হয় ‘স্বতন্ত্ৰতা যুঁজৰ সৈনিক হংসনাথ দেৱশৰ্মা’ শীৰ্ষক এখন জীৱনীভিত্তিক নাটক।

নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সহযোগত আৰু গুৱাহাটী মহানগৰীৰ লখৰাস্থিত ডি শৰ্মা কালচাৰলে একাডেমীৰ উদ্যোগত অঞ্জন শৰ্মাৰ ৰচনা-পৰিচালনাৰে মঞ্চস্থ কৰা ‘স্বতন্ত্ৰতা যুঁজৰ সৈনিক হংসনাথ দেৱশৰ্মা’ নাট খনত কামৰূপ (গ্ৰাম্য) জিলাৰ ৰামদিয়াৰ সস্তাৰত ১৯২০ চনৰ ৩০ নৱেম্বৰত জন্মগ্ৰহণ কৰা মুক্তি যুঁজাৰু হংসনাথ দেৱ শৰ্মাৰ জীৱন পৰিক্ৰমাক উপস্থাপন কৰাৰ প্ৰয়াস কৰা হৈছে।

এজাক শিশুৰ দ্বাৰা মঞ্চস্থ কৰা নাট খনত হংস নাথ দেৱ শৰ্মাই কিদৰে ভাৰতৰ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰি ১৯৪২ চনত ব্ৰিটিছৰ খাদ্য সমাগ্ৰীৰ নাও নদীত বুৰাই দিছিল, সৰভোগত ব্ৰিটিছ সেনাৰ বিমান ঘাটিত একাংশ স্বাধীনতাকামী লোকে অগ্নিসংযোগ কৰাৰ পিছতে ব্ৰিটিছ আৰক্ষীয়ে কিদৰে হংস নাথ দেৱ শৰ্মাক গ্ৰেপ্তাৰ কৰিছিল আদি কথাবোৰৰ ফুটাই তোলাৰ চেষ্টা কৰা হৈছে।

নাট খন মঞ্চস্থ কৰাৰ পূৰ্বে অনুষ্ঠিত কৰা কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাবে অংশগ্ৰহণ কৰে ৰাজীৱ কুমাৰ সাউদে।প্ৰশিক্ষণ প্ৰদান কৰে শিৱপ্ৰসাদ নাথ আৰু ধীৰাজ কুমাৰে।

অঞ্জন শৰ্মাৰ পৰিচালনাৰে অনুষ্ঠিত কৰ্মশালা পৰিচালনাত সহযোগী হিচাবে আছিল বৰ্ণিকা ঘোষ। ‘স্বতন্ত্ৰতা যুঁজৰ সৈনিক হংসনাথ দেৱশৰ্মা’ নাট খনত অভিনয় কৰা শিশু শিল্পীসকল হৈছে ক্ৰমে সঞ্জীৱন,মুনজ্যোতি,মানসী,গাৰ্গী,জয়শ্ৰী,ৰাগবী,ৰিছা,ভাগ্যশ্ৰী,পাৰ্থ প্ৰতীম,মৃণ্ময়, হিমাংশু,ভাৰ্গৱ, জিজ্ঞাসী,মনজিত,এৰিয়াচ,কনময়,সুমন,সঞ্জীৱ,দীক্ষু আৰু লিপিকা।

নাট খনৰ সাজসজ্জা পংখী কাশ্যপৰ, সহযোগী অৰ্পনা দেৱী,ৰূপ সজ্জা,মঞ্চ সামগ্ৰী—শিৱপ্ৰসাদ নাথ,দেৱকান্ত হাজৰিকা,পোহৰ— ডিম্পল ডেকা,আবহ সংগীত—মনদীপ মহন্ত,নৃত্য বৰ্ণিকা ঘোষ,প্ৰচাৰ—জিনু বৰা আৰু সুনীতা নায়ক,দল পৰিচালক— ডঃদিনেশ কলিতা আৰু ধীৰাজ কুমাৰ,সমন্বয়ক— ৰাজীৱ কুমাৰ সাউদ,যাতায়াত—ভবেশ ভূঞা,সহযোগী— শাক্য সিংহ শৰ্মা,অভ্যৰ্থনা—মনোজ কুমাৰ শৰ্মা,ঘোষণা— প্ৰজন্মা চৌধুৰী, পৰিচালনা সহযোগী— প্ৰতীক্ষা শৰ্মা,ব্যৱস্থাপনা—বংকিম তালুকদাৰ, হেমেন কুমাৰ শৰ্মা আদি।

Recent News

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd