• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলাক্ষেত্ৰত ‘স্বতন্ত্ৰতা যুঁজৰ সৈনিক হংসনাথ দেৱশৰ্মা’ নাট মঞ্চস্থ

এজাক শিশুৰ অভিনয়ে মন মুহিলে দৰ্শকৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 25, 2022 8:49 am
ফটো: ভাৰতী শৰ্মা

ফটো: ভাৰতী শৰ্মা

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ২৪ মাৰ্চৰ সন্ধিয়া মঞ্চস্থ কৰা হয় ‘স্বতন্ত্ৰতা যুঁজৰ সৈনিক হংসনাথ দেৱশৰ্মা’ শীৰ্ষক এখন জীৱনীভিত্তিক নাটক।

নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সহযোগত আৰু গুৱাহাটী মহানগৰীৰ লখৰাস্থিত ডি শৰ্মা কালচাৰলে একাডেমীৰ উদ্যোগত অঞ্জন শৰ্মাৰ ৰচনা-পৰিচালনাৰে মঞ্চস্থ কৰা ‘স্বতন্ত্ৰতা যুঁজৰ সৈনিক হংসনাথ দেৱশৰ্মা’ নাট খনত কামৰূপ (গ্ৰাম্য) জিলাৰ ৰামদিয়াৰ সস্তাৰত ১৯২০ চনৰ ৩০ নৱেম্বৰত জন্মগ্ৰহণ কৰা মুক্তি যুঁজাৰু হংসনাথ দেৱ শৰ্মাৰ জীৱন পৰিক্ৰমাক উপস্থাপন কৰাৰ প্ৰয়াস কৰা হৈছে।

Apply Now

এজাক শিশুৰ দ্বাৰা মঞ্চস্থ কৰা নাট খনত হংস নাথ দেৱ শৰ্মাই কিদৰে ভাৰতৰ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰি ১৯৪২ চনত ব্ৰিটিছৰ খাদ্য সমাগ্ৰীৰ নাও নদীত বুৰাই দিছিল, সৰভোগত ব্ৰিটিছ সেনাৰ বিমান ঘাটিত একাংশ স্বাধীনতাকামী লোকে অগ্নিসংযোগ কৰাৰ পিছতে ব্ৰিটিছ আৰক্ষীয়ে কিদৰে হংস নাথ দেৱ শৰ্মাক গ্ৰেপ্তাৰ কৰিছিল আদি কথাবোৰৰ ফুটাই তোলাৰ চেষ্টা কৰা হৈছে।

নাট খন মঞ্চস্থ কৰাৰ পূৰ্বে অনুষ্ঠিত কৰা কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাবে অংশগ্ৰহণ কৰে ৰাজীৱ কুমাৰ সাউদে।প্ৰশিক্ষণ প্ৰদান কৰে শিৱপ্ৰসাদ নাথ আৰু ধীৰাজ কুমাৰে।

অঞ্জন শৰ্মাৰ পৰিচালনাৰে অনুষ্ঠিত কৰ্মশালা পৰিচালনাত সহযোগী হিচাবে আছিল বৰ্ণিকা ঘোষ। ‘স্বতন্ত্ৰতা যুঁজৰ সৈনিক হংসনাথ দেৱশৰ্মা’ নাট খনত অভিনয় কৰা শিশু শিল্পীসকল হৈছে ক্ৰমে সঞ্জীৱন,মুনজ্যোতি,মানসী,গাৰ্গী,জয়শ্ৰী,ৰাগবী,ৰিছা,ভাগ্যশ্ৰী,পাৰ্থ প্ৰতীম,মৃণ্ময়, হিমাংশু,ভাৰ্গৱ, জিজ্ঞাসী,মনজিত,এৰিয়াচ,কনময়,সুমন,সঞ্জীৱ,দীক্ষু আৰু লিপিকা।

নাট খনৰ সাজসজ্জা পংখী কাশ্যপৰ, সহযোগী অৰ্পনা দেৱী,ৰূপ সজ্জা,মঞ্চ সামগ্ৰী—শিৱপ্ৰসাদ নাথ,দেৱকান্ত হাজৰিকা,পোহৰ— ডিম্পল ডেকা,আবহ সংগীত—মনদীপ মহন্ত,নৃত্য বৰ্ণিকা ঘোষ,প্ৰচাৰ—জিনু বৰা আৰু সুনীতা নায়ক,দল পৰিচালক— ডঃদিনেশ কলিতা আৰু ধীৰাজ কুমাৰ,সমন্বয়ক— ৰাজীৱ কুমাৰ সাউদ,যাতায়াত—ভবেশ ভূঞা,সহযোগী— শাক্য সিংহ শৰ্মা,অভ্যৰ্থনা—মনোজ কুমাৰ শৰ্মা,ঘোষণা— প্ৰজন্মা চৌধুৰী, পৰিচালনা সহযোগী— প্ৰতীক্ষা শৰ্মা,ব্যৱস্থাপনা—বংকিম তালুকদাৰ, হেমেন কুমাৰ শৰ্মা আদি।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

August 25, 2026 6:08 pm
হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

August 25, 2026 5:10 pm
বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

August 25, 2026 4:10 pm
দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

August 25, 2026 6:08 pm
হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

August 25, 2026 5:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd