• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৭ জুলাইত চিকিৎসা বিজ্ঞানৰ নামভৰ্তিৰ (NEET UG) প্ৰৱেশ পৰীক্ষা; ২ এপ্ৰিলৰ পৰা আৰম্ভ পঞ্জীয়ণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 31, 2022 3:23 pm
WhatsApp-Image-2021-03-13-at-10.01.41-AM-750x375

প্রতিনিধিত্বমূলক ফটো।

188
VIEWS
Share on FacebookShare on Twitter

অহা ১৭ জুলাইত সমগ্ৰ দেশতে ২০২২ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতক পৰ্যায়ত নামভৰ্তিৰ বাবে অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় যোগ্যতা নিৰ্দ্ধাৰণকাৰী প্ৰৱেশ পৰীক্ষা ‘নেশ্যনেল ইলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট’ (NEET)। অহা ২ এপ্ৰিলৰ পৰাই ইয়াৰ বাবে পঞ্জীয়ণ প্ৰক্ৰিয়া আৰম্ভ হ’ব।

মুঠ ১৩টা ভাষাত এই পৰীক্ষা লোৱা হ’ব। এইবাৰ সম্পূৰ্ণ অফলাইন মাধ্যমত পৰীক্ষাত বহিব লাগিব পৰীক্ষাৰ্থীসকল। এই পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰিয়েই দেশৰ চিকিৎসা বিজ্ঞান মহাবিদ্যালয়সমূহত নামভৰ্তি কৰা হ’ব।

ইচ্ছুক শিক্ষাৰ্থীসকলে NEET পৰীক্ষাৰ বাবে ইয়াৰ আনুষ্ঠানিক ৱেবছাইট neet.nta.nic.in-লৈ গৈ নিজৰ আবেদন দাখিল কৰিব পাৰিব। শিক্ষাৰ্থীসকলে অহা মে মাহৰ ৭তাৰিখলৈ নিজৰ নাম পঞ্জীয়ণ কৰিব পাৰিব।

এই পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ কি কি নথিৰ প্ৰয়োজন?

  • পৰীক্ষাৰ্থীসকলৰ স্কেন কৰা ফটো আৰু স্বাক্ষৰ
  • দশম শ্ৰেণী উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ
  • দ্বাদশ শ্ৰেণী উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ
  • আধাৰ কাৰ্ড
  • য’ত য’ত প্ৰযোজ্য তাত জাতিগত প্ৰমাণ পত্ৰ

কেনেকৈ কৰিব আবেদন? 

  • প্ৰথমতে প্ৰাৰ্থীসকলে এই পৰীক্ষাৰ বাবে থকা ৱেবছাইট nta.nic.in-লৈ যাব।
  • হোমপেজত থকা পঞ্জীয়ণ প্ৰ-পত্ৰ (Registration Form)ত ক্লিক কৰিব।
  • নিজৰ ই-মেইল আইডি আৰু মোবাইল নম্বৰ প্ৰদান কৰি নাম পঞ্জীয়ন কৰিব লাগিব।
  • পঞ্জীয়ন হোৱাৰ পিছত নিজৰ সকলো লগ ইন তথ্যসমূহ লগত ৰাখি দিব।
  • আবেদন পত্ৰৰ বাকী তথ্যসমূহ পূৰণ কৰি প্ৰয়োজনীয় সকলো নথি আপলোড কৰিব।
  • আবেদনৰ মাছুল জমা কৰিব।

মাছুল জমা দিয়া হ’লে আবেদন পত্ৰৰ এটা কপি ডাউনলোড কৰি প্ৰিন্ট কৰাই নিজৰ লগত ৰাখিব।

Recent News

৫৩ বছৰৰ পাছত পৃথিৱীত দুৰ্ঘটনাগ্ৰস্ত ছোভিয়েট মহাকাশযান কচমছ-৪৮২! বৰ্তমানেও অজ্ঞাত স্থান

৫৩ বছৰৰ পাছত পৃথিৱীত দুৰ্ঘটনাগ্ৰস্ত ছোভিয়েট মহাকাশযান কচমছ-৪৮২! বৰ্তমানেও অজ্ঞাত স্থান

কেৱল সন্ত্ৰাসবাদতে নহয়, প্ৰদূষণৰ ক্ষেত্ৰতো প্ৰথম পাকিস্তান!

কেৱল সন্ত্ৰাসবাদতে নহয়, প্ৰদূষণৰ ক্ষেত্ৰতো প্ৰথম পাকিস্তান!

এসপ্তাহৰ বাবে বন্ধ হ’ল আইপিএলঃ ইংলেণ্ডত আইপিএল অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ ইংলেণ্ড ক্ৰিকেট বৰ্ডৰ

এসপ্তাহৰ বাবে বন্ধ হ’ল আইপিএলঃ ইংলেণ্ডত আইপিএল অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ ইংলেণ্ড ক্ৰিকেট বৰ্ডৰ

অৰ্থলোভী বণিয়াক সন্তুষ্ট কৰিবলৈ Eco Sensitive Zone আঁতৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে নেকি?

অৰ্থলোভী বণিয়াক সন্তুষ্ট কৰিবলৈ Eco Sensitive Zone আঁতৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে নেকি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd