• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পঞ্জাৱৰ পিছত এইবাৰ লক্ষ্য গুজৰাট: আহমেদাবাদত বিশাল ৰেলীৰে নিৰ্বাচনী ৰণহুংকাৰ আপৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 2, 2022 9:26 pm
AAP roadshow in Ahmedabad
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত পঞ্জাৱ বিধানসভা নিৰ্বাচনত অভূতপূৰ্ব বিজয়ৰ পাছত এইবাৰ গুজৰাটৰ ক্ষমতা দখলৰ মন মেলিছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপ- এ।

সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি আহমেদাবাদত এক বিশাল ৰোড শ্ব’ত ভাগ লয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে।

Apply Now

এই ৰোড শ্ব’ত ভাগ লৈ আম আদমী পাৰ্টি(আপ)- ৰ দুই শীৰ্ষ নেতা গুজৰাটৰ জনসাধাৰণক এইবাৰ আপ দলক এটা সুযোগ দিবলৈ আহ্বান জনায়।

আহমেদাবাদত সমবেত লোকসকলক সম্বোধন কৰি আপ নেতা ভগৱন্ত মানে কয়, “দিল্লী আৰু পঞ্জাৱত সমাধান কৰা হৈছে, এতিয়া আমি গুজৰাটৰ বাবে প্ৰস্তুতি চলাই আছো।”

উল্লেখ্য যে এই বছৰৰ শেষৰ ফালে গুজৰাট বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। শেহতীয়াকৈ পঞ্জাৱত চমকপ্ৰদ বিজয় সাব্যস্ত কৰা আপ- এ এতিয়া বিজেপি শাসিত ৰাজ্যখনৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিছে।

ৰোড শ্ব’ত ভাগ লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দাবী কৰে যে আম আদমী পাৰ্টীয়ে দিল্লী আৰু পঞ্জাৱত দুৰ্নীতি সমাপ্ত কৰিছে। কেজৰিৱালে কয়, “আমি দিল্লীত দুৰ্নীতি সমাপ্ত কৰিছো। ভগৱন্ত মানে ১০ দিনৰ ভিতৰত পঞ্জাৱত দুৰ্নীতি বন্ধ কৰিছে। যদি আপোনালোকে মোক বিশ্বাস নকৰে, পঞ্জাৱত থকা আপোনালোকৰ কোনো বন্ধুক সোধক।”

বলিউদৰ ‘গব্বৰ’ নামৰ চিনেমাখনৰ এটা বিখ্যাত উক্তিৰ আৰ্হিত কেজৰিৱালে কয়, “যদি কোনোবাই দিল্লী আৰু পঞ্জাৱত উৎকোচ বিচাৰে, তেওঁলোকে কয় কেজৰিৱাল ঔৰ ভগৱন্ত মান আ জায়েগা (কেজৰিৱাল বা ভগৱন্ত মান আহিব)।”

“আমি ৰাজনীতি কেনেদৰে খেলিব লাগে নাজানো, আমি দেশ ভক্তিহে জানো।”- কেজৰিৱালে লগতে কয়।

গুজৰাটৰ বাবে আপৰ লক্ষ্য সন্দৰ্ভত কেজৰিৱালে কয়, “আমি কংগ্ৰেছ আৰু বিজেপিক পৰাস্ত কৰিবলৈ ইয়ালৈ অহা নাই। আমি ইয়াত গুজৰাটী সকলৰ জয়ৰ বাবে আহিছো। আমি ইয়াত দুৰ্নীতি সমাপ্ত কৰিব বিচাৰো।”

আন এগৰাকী আপ নেতা তথা পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয়, “মই জানিব পাৰিছো যে ইয়াত প্ৰতি তিনি মাহত প্ৰশ্ন কাকত লিক হয়। আমি এই প্ৰক্ৰিয়া বন্ধ কৰিব লাগিব। তেওঁলোকে ইয়াত শিক্ষা বিক্ৰী কৰি আছে। দেশখন কেনেকৈ আগবাঢ়িব?”

আনহাতে শাসকীয় ভাৰতীয় জনতা পাৰ্টিক ব্যঙ্গ কৰি মানে কয়, “কমল লেতেৰা বোকাৰ পৰা আহিছে, আমি ইয়াক আমাৰ ঝাডুৰে পৰিষ্কাৰ কৰিম।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd