• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

থানাত এজনৰ পিছত এজন শাৰীপাতি অৰ্দ্ধনগ্ন যুৱক; ফটো ভাইৰেল হোৱাৰ পিছতে তদন্তৰ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 8, 2022 1:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেখিবলৈ বলীউদৰ চিনেমাৰ দৰে এক দৃশ্য। এগৰাকী সাংবাদিক ইউটিউবাৰকে ধৰি আঠগৰাকী যুৱক থানাত আৰক্ষী বিষয়াৰ চকীৰ কাষত থিয় দি আছে। এয়া মধ্য প্ৰদেশৰ সিদ্ধি জিলাৰ কোটোৱালি থানাৰ দৃশ্য। ভাইৰেল হৈ পৰাৰ পিছতে এই ছবি দেখি সকলো স্তম্ভিত। বিপাঙত পৰিছে আৰক্ষীও।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ছবিৰ ভিত্তিত বিভাগীত তদন্তৰ নিৰ্দেশ দিয়া হৈছে। সিদ্ধি জিলাৰ আৰক্ষী অধীক্ষক মুকেশ শ্ৰীবাস্তৱে জানিবলৈ দিয়ে যে মহকুমা আৰক্ষী বিষয়া গায়ত্ৰী তিৱাৰীক এই ঘটনাৰ তদন্ত কৰিবলৈ দিয়া হৈছে। দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব। অপৰাধ যিয়েই নহওক কিয় কাৰো পোছাক খুলিব নোৱাৰে।

লগতে পঢ়ক: বিভিন্ন ৰাজ্যৰ লোকে ইংৰাজীৰ সলনি হিন্দী কোৱা উচিত; পুনৰ ‘এক দেশ-এক ভাষা’ৰ পক্ষত অমিত শ্বাহ

Apply Now

প্ৰাথমিক তদন্তত থানাখনৰ পৰিদৰ্শক মনোজ ছোনি আৰু কৰ্তব্যৰত বিষয়া অভিষেক সিঙক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে। ঘটনাৰ সময়ত থানাত থকা সিঙক কৰ্তব্যৰ পৰা আঁতৰাই দিয়া হৈছে।

ভাইৰেল হৈ পৰা এই ছবিখন তোলা হৈছিল ২ এপ্ৰিলত। ছবিখনৰ সৈতে ছ’চিয়েল মিডিয়াত খৱৰ এটাও বিয়পি পৰিছে। য’ত কোৱা হৈছে বিজেপি বিধায়ক কেদাৰনাথ শুক্লাৰ বিৰুদ্ধে বাতৰি কৰাৰ বাবে ইউটিউবাৰ সাংবাদিকৰ পোছাক খুলি দিয়া হৈছে।

আৰক্ষী অধীক্ষক শ্ৰীবাস্তৱে এই সন্দৰ্ভত জানিবলৈ দিয়ে যে কোটোৱালি থানাৰ আৰক্ষীয়ে ৰীৰজ কুন্দৰ নামৰ এগৰাকী থিয়েটাৰৰ শিল্পীক ২ এপ্ৰিলত গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ বিৰুদ্ধে বিজেপিৰ বিধায়ক আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ৰটনা কৰাৰ অভিযোগ আছিল।

বিজেপি বিধায়কগৰাকীয়ে যোৱা ১৬ মাৰ্চত কোটোৱালি থানাত অভিযোগ দাখিল কৰিছিল। তদন্ত চলাই আৰক্ষীয়ে এটা ফেচবুক প’ষ্ট উদ্ধাৰ কৰে। এই প’ষ্টটো নীৰজ কুন্দৰে দিয়া বুলি জানিব পাৰি তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক: ”ঘোঁৰা চলাওক পেট্ৰ’ল-ডিজেল বচাওক”-মহানগৰীৰ ৰাজপথত ব্যতিক্ৰমী প্ৰতিবাদ কংগ্ৰেছ নেতাৰ

নীৰজ কুন্দৰক গ্ৰেপ্তাৰ কৰাৰ পিছতে ইয়াৰ প্ৰতিবাদত তেওঁৰ বন্ধু , আত্মীয় আৰু এগৰাকী ইউটিউবাৰে ২ এপ্ৰিলৰ সন্ধিয়া কোটোৱালি থানা চৌহদত উপস্থিত হৈ শ্ল’গান দিয়ে। আৰক্ষীয়ে তেওঁলোকক ভাৰতীয় দণ্ডবিধিৰ ১৫১ ধাৰাত আটক কৰি কেইঘন্টাআমান পিছত এৰি দিয়ে।  

কিন্তু কিয় তেওঁলোকৰ এইদৰে কাপোৰ খুলি দিয়া হৈছিল? থানাৰ ভিতৰত কোনে তেওঁলোকৰ কাপোৰ খুলিছিল? এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ দিয়া হৈছে।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd