• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঝাৰখণ্ডত ভয়াবহ ৰ’পৱে দুৰ্ঘটনা: তিনিজন নিহত, চল্লিশৰো অধিক ব্যক্তি আহত

শ্বাসৰুদ্ধকৰ উদ্ধাৰ অভিযানত ৰক্ষা পৰিল কেবাজনো ব্যক্তিৰ জীৱন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 12, 2022 6:01 pm
Deoghar ropeway
152
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে ঝাৰখণ্ড দেওঘৰত সংঘটিত ভয়াবহ ৰ’পৱে দুৰ্ঘটনাৰ উদ্ধাৰ অভিযান আজি সামৰণি পৰে। ভাৰত-তিব্বত সীমান্ত আৰক্ষী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ভাৰতীয় বায়ু সেনাৰ যুটীয়া অভিযানৰ অন্তত ৰক্ষা পৰে কেইবাজনো ব্যক্তিৰ জীৱন।

উল্লেখ্য যে দেওঘৰৰ ত্ৰিকুটত থকা ঝাৰখণ্ডৰ সৰ্বোচ্চ ৰ’পৱেত দেওবাৰে সন্ধিয়া প্ৰায় ৫ বজাত দুখন কেবল বাহনৰ সংঘৰ্ষৰ ফলত বাহন দুখনৰ কাৰ্যকলাপ সম্পূৰ্ণৰূপে বন্ধ হৈ যায় আৰু প্ৰায় ৭০ জন লোক বাহন কেইখনতে আবদ্ধ হৈ।

ইয়াৰ পিছতে ভাৰত-তিব্বত সীমান্ত আৰক্ষী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ভাৰতীয় বায়ু সেনাৰ যুটীয়াভাৱে উদ্ধাৰ অভিযান চলায় যদিও নিশা অভিযান বন্ধ কৰিবলৈ বাধ্য হয়।

নিশা ড্ৰোন ব্যৱহাৰ কৰি বাহনকেইখনত আৱদ্ধ লোকসকললৈ খাদ্য আৰু পানী প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছিল।

সংঘৰ্ষৰ সময়ত এজন লোকৰ লগে লগে মৃত্যু হোৱাৰ বিপৰীতে হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযানৰ সময়ত আন দুজন ব্যক্তিৰ মৃত্যু হয়।

এই ভয়ংকৰ ঘটনাটোত সৰ্বমুঠ তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে চল্লিশৰো অধিক ব্যক্তি আহত হৈছে। আহতসকলক দেওঘৰ সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি দেওঘৰৰ উপায়ুক্ত মঞ্জুনাথ ভৈজন্ত্ৰীয়ে জানিবলৈ দিয়ে।

আনহাতে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে দেওঘৰ ৰ’পৱে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে আৰু ৰাজ্য চৰকাৰক ২৬ এপ্ৰিলৰ পূৰ্বে বিতং তদন্ত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

Recent News

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd