• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাশৱিক: এগৰাকী ১৩ বছৰীয়া ছোৱালীক বলাৎকাৰ কৰিলে ৮০ জন লোকে!

বি-টেক পাঠ্যক্ৰমৰ ছাত্ৰসহ ৭৪ জনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 20, 2022 9:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানুহৰ চৰিত্ৰৰ কেনেদৰে স্খলন ঘটিছে, কিদৰে অপমৃত্যু ঘটিছে নৈতিকতা বোলা শব্দটোৰ তাৰ শেহতীয়া প্ৰমাণ পোৱা গ’ল অন্ধ্ৰপ্ৰদেশত।

এগৰাকী ১৩ বছৰীয়া কন্যা সন্তান। যিটো সময়ত ছোৱালীজনীয়ে পখিলা খেদি ফুৰিব লাগিছিল সেই সময়তে তেওঁ বলি হ’বলগীয়া হৈছে মানুহৰ জঘন্য অপৰাধৰ।

Apply Now

১৩ বছৰীয়া ছোৱালীজনীক যোৱা ৮ মাহৰো অধিক সময় ধৰি বলাৎকাৰ কৰিছে ৮০ জনৰো অধিক লোকে। কোভিডত আক্ৰান্ত হৈ মাতৃৰ মৃত্যু ঘটাৰ পিছতেই এগৰাকী মহিলাই ছোৱালী জনীৰ দায়িত্ব ল’ম বুলি ছোৱালীজনীক লৈ গৈছিল। কিন্তু আশ্ৰয় দানৰ নামত সেই মহিলাগৰাকীয়েই ছোৱালীজনীক পতিতাবৃত্তি গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছিল।

অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ বিভিন্ন পতিতালয়লৈ ছোৱালীজনীক লৈ যোৱা হৈছিল আৰু প্ৰায় ৮০ জন লোকে ছোৱালী জনীক বলাৎকাৰ কৰিছিল। বহুদিন ধৰি নিজৰ কন্যাৰ কোনো খা-খবৰ নাপাই ছোৱালীজনীৰ পিতৃয়ে কাষ চাপে আৰক্ষীৰ। পিতৃৰ সম্পূৰ্ণ অজ্ঞাতেই স্বৰ্ণ কুমাৰী নামৰ মহিলাগৰাকীয়ে ছোৱালীজনীক লৈ গৈছিল।

পিতৃৰ মুখেৰে সমস্ত কথা জনাৰ পিছতে তদন্তত নামি পৰে আৰক্ষী। আৰক্ষীয়ে তদন্ত চলাই নিশ্চিত হয় যে ছোৱালীজনীক পতিতালয়ত ৰখা হৈছে।

আৰক্ষীয়ে এই জগন্য ঘটনাৰ সৈতে জৰিত ১০ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ঘটনাৰ ওৰ বিচাৰি গৈ গৈ আৰক্ষীয়ে আজিলৈকে যাৰ মুঠা ৭৪ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

টাইমছ অৱ ইণ্ডিয়াৰ বাতৰি অনুলসৰি ছোৱালীজনীক শেহতীয়াকৈ গুন্টুৰত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ২০২১ চনৰ আগষ্ট মাহতে ছোৱালীজনীৰ পিতৃয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল।

ইয়াৰ পিছৰে পৰাই আৰক্ষীয়ে ছোৱালীজনীক উদ্ধাৰৰ বাবে চেষ্টা চলাই গৈছিল।

ইণ্ডিয়া টুডেৰ বাতৰি অনুসৰি এতিয়াও এই জঘন্য কাণ্ডত জড়িত ছয়জন অভিযুক্ত পলাতক অৱস্থাত আছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বলাৎকাৰী কেইজনৰ ভিতৰত এজন বি-টেক পাঠ্যক্ৰমৰ ছাত্ৰও আছে।

গুণ্টুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কে সুপ্ৰজাই কয় যে এই জঘন্য ঘটনাত জড়িত প্ৰত্যেক জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব।

কাকো সাৰি যাবলৈ দিয়া নহ’ব বুলি তেওঁ মন্তব্য কৰে। এই পাশৱিক ঘটনাটোৱে সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

September 1, 2026 7:32 am
২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

September 1, 2026 7:32 am
২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd