• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুছলমানৰ বিৰুদ্ধে উচতনিমূলক ছবি: ছিংগাপুৰত নিষিদ্ধ হ’ল বলিউডৰ দ্য কাশ্মীৰ ফাইলছ্

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 10, 2022 4:08 pm
Singapore bans The Kashmir Files
236
VIEWS
Share on FacebookShare on Twitter

ভাৰতবৰ্ষত বহুল জনপ্ৰিয়তা অৰ্জন কৰা বলিউডৰ চলচ্চিত্ৰ ‘দ্য কাশ্মীৰ ফাইলছ’ক মুছলমানসকলৰ বিৰুদ্ধে উচতনিমূলক তথা একপক্ষীয় চিত্ৰায়নৰ বাবে ছিংগাপুৰত নিষিদ্ধ কৰা হৈছে।

আন্ত: ৰাষ্ট্ৰীয় সংবাদ সংস্থা CNN-ৰ প্ৰতিবেদন অনুসৰি ছিংগাপুৰৰ কৰ্তৃপক্ষই মুছলমানসকলৰ বিৰুদ্ধে উচতনিমূলক আৰু কাশ্মীৰত চলি থকা সংঘৰ্ষত হিন্দুসকলক অত্যাচাৰ কৰাৰ একপক্ষীয় চিত্ৰায়নৰ বাবে শ্ৰেণীভুক্ত কৰিবলৈ অস্বীকাৰ কৰিছে।

চলিত বৰ্ষৰ ১১ মাৰ্চ মত মুক্তিপ্ৰাপ্ত বিবেক অগ্নিহোত্ৰী পৰিচালিত ‘দ্য কাশ্মীৰ ফাইলছ’ ১৯৯০ ৰ দশকত কাশ্মীৰ উপত্যকাৰ পৰা কাশ্মীৰী পণ্ডিতসকলৰ প্ৰস্থানৰ ওপৰত আধাৰিত।

ছিংগাপুৰ ইনফোকম মিডিয়া ডেভেলপমেণ্ট অথৰিটি (IMDA), সংস্কৃতি, সম্প্ৰদায় আৰু যুৱ মন্ত্ৰালয় (MCCY) আৰু গৃহ মন্ত্ৰালয়ে এক যুটীয়া বিবৃতি জাৰী কৰি চিনেমাখন নিষিদ্ধ ঘোষণা কৰে।

“চিনেমাখনে বিভিন্ন সম্প্ৰদায়ৰ মাজত শত্ৰুতা সৃষ্টি কৰাৰ সম্ভাৱনা আছে। লগতে আমাৰ বহুজাতিক আৰু বহুধৰ্মীয় সমাজত সামাজিক সংহতি আৰু ধৰ্মীয় সম্প্ৰীতি ব্যাহত কৰাৰ সম্ভাৱনা আছে।”— বিবৃতিটোত এইদৰে উল্লেখ কৰা হৈছে।

চলচ্চিত্ৰ শ্ৰেণীবিভাজন নিৰ্দেশনাৱলীৰ অধীনত ছিংগাপুৰত জাতিগত বা ধৰ্মীয় সম্প্ৰদায়ক অৱমাননা কৰা যিকোনো চলচ্চিত্ৰৰ শ্ৰেণীবিভাজন কৰিবলৈ অস্বীকাৰ কৰা হয়।

কংগ্ৰেছ সাংসদ শশী থাৰুৰে এই নিষেধাজ্ঞা বিবৃতিৰ এটা অংশ সংযোগ কৰি টুইটাৰযোগে কয়, “ভাৰতৰ শাসকীয় দলৰ দ্বাৰা প্ৰচাৰিত চলচ্চিত্ৰ টুইটাৰযোগে ছিংগাপুৰত নিষিদ্ধ কৰা হৈছে।”

আনহাতে থাৰুৰৰ টুইটৰ পিছতে চলচ্চিত্ৰ খনৰ পৰিচালক বিবেক অগ্নিহোত্ৰী অগ্নিহোত্ৰীয়ে টুইট কৰি ছিংগাপুৰক বিশ্বৰ আটাইতকৈ প্ৰতিক্ৰিয়াশীল চেঞ্চৰ বুলি অভিহিত কৰে।

উল্লেখ্য যে দ্য কাশ্মীৰ ফাইলছে ভাৰতবৰ্ষত শাসকীয় বিজেপি দল তথা চৰকাৰৰ পৰা বিশেষ পৃষ্ঠপোষকতা লাভ কৰিছিল। বিজেপি শাসিত কেইবাখনো ৰাজ্যই চিনেমাখনক মনোৰঞ্জন কৰৰ পৰা ৰেহাই দিছিল।

Recent News

নতুনকৈ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ! ইজৰাইলৰ নিদ্ৰা হৰণ কৰাৰ প্ৰতিজ্ঞা ইৰাণৰ

নতুনকৈ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ! ইজৰাইলৰ নিদ্ৰা হৰণ কৰাৰ প্ৰতিজ্ঞা ইৰাণৰ

প্ৰেমেই যেন স্বৰ্গসুখ! ৰক্তচাপ কমিব আৰু হৃদযন্ত্ৰও শক্তিশালী হ’ব; আৰু কি কয় গৱেষণাই?

প্ৰেমেই যেন স্বৰ্গসুখ! ৰক্তচাপ কমিব আৰু হৃদযন্ত্ৰও শক্তিশালী হ’ব; আৰু কি কয় গৱেষণাই?

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd