• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2022 8:08 pm
191
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় টকাৰ মূল্য আৰু কমিল। বৃহস্পতিবাৰে বজাৰৰ সামৰণিত টকা প্ৰতি ডলাৰত ৭৭.৭২ টকালৈ বৃদ্ধি পাইছে। এই হাৰত টকাৰ মূল্য হ্ৰাস হোৱাটো এতিয়ালৈকে সৰ্বকালৰ অভিলেখ।

বুধবাৰে প্ৰতি ডলাৰত টকাৰ মূল্য আছিল ৭৭ টকা ৬১ পইচা। আজিৰ দিনটোত ব্যৱসায়িক লেনদেনৰ এটা সময়ত প্ৰতি ডলাৰত টকাৰ মূল্য ৭৭ টকা ৭৬ পইচালৈ হ্ৰাস পায়। শেষত ই ৭৭.৭২টকাত ত উপনীত হয়।

কৰ’না মহামাৰীৰ পিছৰে পৰা সমগ্ৰ বিশ্বৰ দৰে ভাৰতীয় অৰ্থনীতিও এক বিপৰ্যয়ৰ সন্মুখীন হৈছে। যোৱা কেইমাহত, ইউক্ৰেইনত ৰাছিয়াৰ যুদ্ধৰ ফলত ইন্ধন তেলকে ধৰি বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে। ফলস্বৰূপে, টকাৰ মূল্য হ্ৰাস হৈ আছে।

গ্ল’বেল অইল বেঞ্চমাৰ্ক ব্ৰেণ্ট ক্ৰুড ফিউচাৰ ১.৮৭ শতাংশ হ্ৰাস হৈ প্ৰতি বেৰেলত ১০৭.০৭ আমেৰিকান ডলাৰ হৈছে।

বিএছই ৩০-শ্বেয়াৰৰ চেনছেক্স ১,৪১৬.৩০ পইণ্ট বা ২.৬১ শতাংশ হ্ৰাস হৈ ৫২,৭৯২.২৩ ত সমাপ্ত হয়, আনহাতে বিশাল এনএছই নিফ্টি  ৪৩০.৯০ পইণ্ট বা ২.৬৫ শতাংশ হ্ৰাস হৈ ১৫,৮০৯.৪০-ত উপনীত হয়।

Recent News

অসমক বহিৰাগত বৃহৎ বণিয়াৰ উপনিৱেশত পৰিণত কৰিছে হিমন্ত বিশ্ব শৰ্মাই : অজিত কুমাৰ ভূঞা

অসমক বহিৰাগত বৃহৎ বণিয়াৰ উপনিৱেশত পৰিণত কৰিছে হিমন্ত বিশ্ব শৰ্মাই : অজিত কুমাৰ ভূঞা

৩ আগষ্টত অনুষ্ঠিত হ’ব NEET PG পৰীক্ষা; উচ্চতম ন্যায়ালয়ে দিলে অনুমতি

৩ আগষ্টত অনুষ্ঠিত হ’ব NEET PG পৰীক্ষা; উচ্চতম ন্যায়ালয়ে দিলে অনুমতি

চকলেট চুৰিৰ অপৰাধত ৫জন ল’ৰাক উলংগ কৰি হাৰাশাস্তি! গ্ৰেপ্তাৰ তিনিজনক

চকলেট চুৰিৰ অপৰাধত ৫জন ল’ৰাক উলংগ কৰি হাৰাশাস্তি! গ্ৰেপ্তাৰ তিনিজনক

যোৰহাটৰ মৰিয়নীত জঘন্য ঘটনা! তিনিমহীয়া সন্তানক কুঁৱালৈ দলিয়াই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ পিতৃৰ

যোৰহাটৰ মৰিয়নীত জঘন্য ঘটনা! তিনিমহীয়া সন্তানক কুঁৱালৈ দলিয়াই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ পিতৃৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd