• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শীতল পানীয়ৰ গিলাচত ওলাল জেঠী: পৌৰ নিগমে ছীল কৰিলে বিলাসী মেকড’নাল্ডছৰ বিপনী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 23, 2022 7:18 pm
Lizard in cold drink in McDonald’s outlet
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাশ্চাত্য খাদ্যৰ বিলাসী আৰু ব্যয়বহুল বিপনণ কোম্পানী মেকড’নাল্ডছে সম্প্ৰতি ভাৰতত এক বৃহৎ বজাৰ গঢ়ি তুলিছে। মেকড’নাল্ডছৰ এই বিলাসী খাদ্যৰ জুতি ল’বলৈ ইয়াৰ বিপনী সমূহত গ্ৰাহকে যথেষ্ট ভিৰ কৰে।

পিছে এই প্ৰাশ্চাত্য খাদ্যৰ সোৱাদ ল’বলৈ গৈ নিৰাশ হ’বলগীয়া হৈছে এজন গ্ৰাহক। এই গ্ৰাহকজনৰ নিৰাশাৰ পাছতেই ছীল কৰা হৈছে মেকড’নাল্ডছৰ এখন বিপনী।

Apply Now

প্ৰকাশিত খবৰ অনুসৰি ভাৰ্গৱ যোশী নামৰ এজন গ্ৰাহকে মেকড’নাল্ডছৰ এই বিপনীখনত খাদ্য গ্ৰহণ কৰাৰ সময়তে তেওঁৰ শীতল পানীয়ৰ গিলাচত এটা জেঠী উদ্ধাৰ কৰে।

লগে লগে তেওঁ এই কথাত আপত্তি কৰি বিপনীখনত অভিযোগ কৰাৰ লগতে জেঠীসহ শীতল পানীয়ৰ গিলাচটোৰ এখন ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰে।

ভাৰ্গৱ যোশীয়ে শ্বেয়াৰ কৰা এই ফটোখন লগে লগে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। গ্ৰাহকজনে লগতে বিপনীখনৰ এই অস্বাস্থ্যকৰ আৰু আপত্তিজনক খাদ্যৰ বিৰুদ্ধে আহমেদাবাদ পৌৰ নিগমৰ ওচৰত অভিযোগ কৰে।

যুৱকজনৰ এই অভিযোগৰ পিছতে কৰ্তৃপক্ষই এই বিষয়ে বিবেচনা কৰে আৰু খাদ্য সুৰক্ষা বিভাগে পৰীক্ষাৰ বাবে ৰেষ্টুৰেণ্টখনৰ পৰা খাদ্যৰ নমুনা সংগ্ৰহ কৰে।

লগতে খাদ্য সুৰক্ষা বিভাগে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ নকৰা পৰ্যন্ত তৎক্ষণাৎ কাৰ্যকৰী হোৱাকৈ ৰেষ্টুৰেণ্টখন বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। আহমেদাবাদ পৌৰ নিগমৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে বৃহত্তৰ ৰাজহুৱা স্বাস্থ্য সুৰক্ষাৰ স্বাৰ্থত ৰেষ্টুৰেণ্টখন বন্ধ কৰি দিয়া হৈছে।

আনহাতে এই বিতৰ্কৰ পাছতে মেকডনাল্ডছে এক বিবৃতিত কয় যে আহমেদাবাদৰ বিপনীখনত সংঘটিত হোৱা এই ঘটনা সন্দৰ্ভত তেওঁলোকে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে।

তেওঁলোকে স্বতন্ত্ৰভাৱে পৰীক্ষা কৰি বিপনীখনৰ একো ভুল দেখা পোৱা নাই যদিও দায়িত্বশীল কৰ্প’ৰেট নাগৰিক বা গোষ্ঠী হিচাপে কৰ্তৃপক্ষক সহযোগিতা আগবঢ়াইছে বুলি মেকড’নাল্ডছে বিবৃতিটোত উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd