• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
May 28, 2022 7:19 pm
157
VIEWS
Share on FacebookShare on Twitter

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে গুৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা এক জাননী আহে লুইত কুমাৰ বৰ্মণৰ বিৰুদ্ধে।

গুৱাহাটীৰ হাতীগাঁওৰ বনফুল পথত থকা ৪০ নং বাসগৃহ অবৈধভাৱে নিৰ্মাণ কৰাৰ অভিযোগ বৰ্মণৰ বিৰুদ্ধে।

গুৱাহাটী হাতীগাওঁ বনফুল নগৰত চাৰি মহলীয়া আৰ চি চি আৰু আসাম টাইপ গৃহ অবৈধ নিৰ্মাণ কৰাৰ অভিযোগ গুৱাহাটী পৌৰ নিগমৰ।

জিএমচিয়ে সাত দিনৰ ভিতৰত বৰ্মনক উত্তৰ দিয়াৰ সময় বান্ধি জাননী জাৰি কৰিছে যদিও বৰ্মণে বৰ্তমানলৈকে জাননীখন লাভ কৰা নাই বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

ইপিনে, সংবাদ মাধ্যমত জাননীখন প্ৰকাশ পোৱাৰ পাছতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লুইত কুমাৰ বৰ্মণে।

উল্লেখযোগ্য যে, ৰেড কাৰ্পেট প্ৰসংগত বিভিন্ন সময়ত সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়া প্রকাশ কৰি প্ৰযোজক-ব্যৱসায়ী লুইত কুমাৰ বৰ্মন চৰকাৰৰ ৰোষত পৰা বুলি সন্দেহ প্ৰকাশ কৰে বৰ্মণে।

ইফালে জিএমচিয়ে জাননী জাৰি কৰা প্ৰসংগত বৰ্মনে আজি সংবাদ মাধ্যমৰ সন্মুখত কয় “যদি অবৈধ তেন্তে ভাঙক মোৰ অট্টালিকা।গুৱাহাটীৰ কোনো অট্টালিকা সঠিক নীতি-নিয়মত নিৰ্মান কৰা হোৱা নাই। মোৰ লগতে গোটেইখিনি অট্টালিকা ভাঙি গুৱাহাটীখন চাফা কৰি পেলাওঁক। আনকি জনতা ভৱন আৰু উচ্চতম ন্যায়ালয়ো ১০০% নিয়ম মাফিকভাবে নিৰ্মাণ হোৱা নাই।

বৰ্মণে আৰু কয়- “গোটেই গুৱাহাটীৰ অট্টালিকা সমূহ ভাঙি এখন পৰিকল্পিত চহৰ প্ৰস্তুত কৰক মোৰ আপত্তি নাই। মুখ্যমন্ত্ৰীৰ বাসগৃহ, জনতা ভৱনকে আদি কৰি বিভিন্ন স্থানত নিৰ্মাণ কৰা গৃহ RTI কৰিব”।

ইপিনে, এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াযোগে বৰ্মণে কয় “ভালে হৈছে চবৰে মুখা খোল যাওঁক ৰেড কাৰ্পেটৰ দৰে।যিটো গুলি মাৰিব গৈ আছোঁ চৰকাৰৰ একো নহয় জি এম চিয়ে ক্ষমা খুজিব লাগিব মোক।”

Recent News

২২ অক্টোবৰৰ পৰা ৰাজ্যৰ ৭ খন চহৰত অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা

২২ অক্টোবৰৰ পৰা ৰাজ্যৰ ৭ খন চহৰত অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা

পথৰ কুকুৰক লৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাঃ মুখ্য ন্যায়াধীশলৈ পুনৰ বিবেচনাৰ বাবে পত্ৰ লিখিলে জন আব্ৰাহামে

পথৰ কুকুৰক লৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাঃ মুখ্য ন্যায়াধীশলৈ পুনৰ বিবেচনাৰ বাবে পত্ৰ লিখিলে জন আব্ৰাহামে

“আঁতৰ হ ইয়াৰ পৰা”, দায়িত্ব পালন কৰা ট্ৰেফিক পুলিচক ধমক বিজেপি নেতাৰ পুত্ৰৰ

“আঁতৰ হ ইয়াৰ পৰা”, দায়িত্ব পালন কৰা ট্ৰেফিক পুলিচক ধমক বিজেপি নেতাৰ পুত্ৰৰ

ট্ৰাকৰ খুন্দাত ডেলিভাৰী বয়ৰ মৃত্যুঃ ৪ বছৰৰ মূৰত ২৩ লাখ টকাৰ সাহায্য লাভ কৰিলে পৰিয়ালে

ট্ৰাকৰ খুন্দাত ডেলিভাৰী বয়ৰ মৃত্যুঃ ৪ বছৰৰ মূৰত ২৩ লাখ টকাৰ সাহায্য লাভ কৰিলে পৰিয়ালে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd