• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
May 28, 2022 7:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে গুৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা এক জাননী আহে লুইত কুমাৰ বৰ্মণৰ বিৰুদ্ধে।

গুৱাহাটীৰ হাতীগাঁওৰ বনফুল পথত থকা ৪০ নং বাসগৃহ অবৈধভাৱে নিৰ্মাণ কৰাৰ অভিযোগ বৰ্মণৰ বিৰুদ্ধে।

গুৱাহাটী হাতীগাওঁ বনফুল নগৰত চাৰি মহলীয়া আৰ চি চি আৰু আসাম টাইপ গৃহ অবৈধ নিৰ্মাণ কৰাৰ অভিযোগ গুৱাহাটী পৌৰ নিগমৰ।

Apply Now

জিএমচিয়ে সাত দিনৰ ভিতৰত বৰ্মনক উত্তৰ দিয়াৰ সময় বান্ধি জাননী জাৰি কৰিছে যদিও বৰ্মণে বৰ্তমানলৈকে জাননীখন লাভ কৰা নাই বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

ইপিনে, সংবাদ মাধ্যমত জাননীখন প্ৰকাশ পোৱাৰ পাছতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লুইত কুমাৰ বৰ্মণে।

উল্লেখযোগ্য যে, ৰেড কাৰ্পেট প্ৰসংগত বিভিন্ন সময়ত সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়া প্রকাশ কৰি প্ৰযোজক-ব্যৱসায়ী লুইত কুমাৰ বৰ্মন চৰকাৰৰ ৰোষত পৰা বুলি সন্দেহ প্ৰকাশ কৰে বৰ্মণে।

ইফালে জিএমচিয়ে জাননী জাৰি কৰা প্ৰসংগত বৰ্মনে আজি সংবাদ মাধ্যমৰ সন্মুখত কয় “যদি অবৈধ তেন্তে ভাঙক মোৰ অট্টালিকা।গুৱাহাটীৰ কোনো অট্টালিকা সঠিক নীতি-নিয়মত নিৰ্মান কৰা হোৱা নাই। মোৰ লগতে গোটেইখিনি অট্টালিকা ভাঙি গুৱাহাটীখন চাফা কৰি পেলাওঁক। আনকি জনতা ভৱন আৰু উচ্চতম ন্যায়ালয়ো ১০০% নিয়ম মাফিকভাবে নিৰ্মাণ হোৱা নাই।

বৰ্মণে আৰু কয়- “গোটেই গুৱাহাটীৰ অট্টালিকা সমূহ ভাঙি এখন পৰিকল্পিত চহৰ প্ৰস্তুত কৰক মোৰ আপত্তি নাই। মুখ্যমন্ত্ৰীৰ বাসগৃহ, জনতা ভৱনকে আদি কৰি বিভিন্ন স্থানত নিৰ্মাণ কৰা গৃহ RTI কৰিব”।

ইপিনে, এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াযোগে বৰ্মণে কয় “ভালে হৈছে চবৰে মুখা খোল যাওঁক ৰেড কাৰ্পেটৰ দৰে।যিটো গুলি মাৰিব গৈ আছোঁ চৰকাৰৰ একো নহয় জি এম চিয়ে ক্ষমা খুজিব লাগিব মোক।”

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm
কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

July 3, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd