• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Cake on Mona Lisa portrait: বৃদ্ধাৰ ছদ্মবেশত প্ৰৱেশ; বিশ্বৰ প্ৰসিদ্ধ চিত্ৰশিল্প মনালিছাৰ পেইন্টিঙত কেক সানিলে যুৱকে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 31, 2022 7:56 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে মনালিছাৰ ছবিৰ ফ্ৰেমৰ কাঁচত বগা ক্ৰীম সনা আছে। অপৰাধীজনক আঁতৰাই নিয়াৰ সময়ত তেওঁ ফৰাচী ভাষাত উপ স্থিত দৰ্শকসকলক কিবা কোৱাও শুনা যায়। দৰাচলতে কি আছিল ঘটনাটো?

যুৱকজনে মনালিছাৰ ছবিখনত কেক সানি দিছিল। পেৰিছৰ লুভাৰে মিউজিয়ামত বৃদ্ধাৰ ৰূপত প্ৰৱেশ কৰিছিল যুৱকজনে। তেওঁ হুইলচেয়াৰত বহি ছবিখনৰ সন্মুখলৈ আগবাঢ়ি গৈছিল। তাৰ পিছত হঠাতে তেওঁ উঠি লয় আৰু ছবিখনত ক্ৰীম কেক সানি দিয়ে। মনালিছাৰ পোট্ৰেইটৰ ওপৰত বগা ক্ৰীম সনা ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

পেৰিছৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি যুৱকজনে এগৰাকী বৃদ্ধ মহিলাৰ ছদ্মবেশত হুইলচেয়াৰত প্ৰৱেশ কৰিছিল। ফলস্বৰূপে, সকলোৱে তেওঁক ছবিখন চাবৰ বাবে সন্মুখলৈ আগবাঢ়ি যাবলৈ বাট এৰি দিয়ে। তাৰেই  সুযোগ গ্ৰহণ কৰি তেওঁ জঁপিয়াই উঠি প্ৰসিদ্ধ (আইকনিক) পেইণ্টিংখনত কেক সানি দিয়ে। ঘটনাটোৰ আকস্মিকতাই উপস্থিত দৰ্শকসকল হতবাক কৰি তোলে।

Apply Now

Maybe this is just nuts to me💀but an man dressed as an old lady jumps out of a wheel chair and attempted to smash the bullet proof glass of the Mona Lisa. Then proceeds to smear cake on the glass, and throws roses everywhere all before being tackled by security. 😂??? pic.twitter.com/OFXdx9eWcM

— Lukeee🧃 (@lukeXC2002) May 29, 2022

অৱশ্যে মনালিছাৰ সেই বিখ্যাত ছবিখনৰ কোনো ক্ষতি হোৱা নাই। মনালিছাৰ এই ছবিখন হৈছে পৃথিৱীৰ আটাইতকৈ বিখ্যাত শিল্পকৰ্ম। নকলেও চলে যে লিওনাৰ্ডো দা ভিঞ্চিৰ এই সৃষ্টি সকলোৰে সন্মুখত এনেদৰে এনেই ওলমাই ৰাখিব। মনালিছাৰ এই প্ৰতিকৃতি বুলেটপ্ৰুফ গ্লাচৰ পিছফালে লগাই ৰখা হৈছে। অৰ্থাৎ কেক-ক্ৰীম সকলো গ্লাছৰ ওপৰতে ৰৈছে।

প্ৰত্যক্ষদৰ্শীৰ মতে, অপৰাধীজনে নকল চুলি পৰিধান কৰিছিল। প্ৰথমে তেওঁ ডিছপ্লে কেচটো নষ্ট কৰিবলৈ চেষ্টা কৰে। কিন্তু বুলেটপ্ৰুফ গ্লাছ ভেদ কৰাটো  সহজ নাছিল। শেষত তেওঁ কেকটো গ্লাছৰ পেনেলৰ ওপৰতে সানি দিয়ে। তাৰ পিছত তেওঁ গোলাপৰ পাহিবোৰ ছিঙি ছটিয়াই দিয়ে। তৎমুহূৰ্ততে নিৰাপত্তাৰক্ষীসকল উপস্থিত হৈ তেওঁক মাটিত বগৰাই ধৰি ৰাখে।

ভিডিঅ’টোত দেখা গৈছে যে মনালিছাৰ পেইন্টেংখনৰ গ্লাছত বগা ক্ৰীম লাগি আছে। অপৰাধীজনক আঁতৰাই নিয়াৰ সময়ত তেওঁ দৰ্শকসকলক উদ্দেশ্যি ফৰাচী ভাষাত কিবা কোৱা শুনা যায়।

Aquí el momento en que se llevan a quien le aventó un pastel a la Monalisa.pic.twitter.com/HBayMOdcKV

— Alejandro Alemán (@elsalonrojo) May 29, 2022

ফৰাচী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি যুৱকজনে কয়, “কিছুমান লোকে পৃথিৱীখন ধ্বংস কৰিবলৈ চেষ্টা কৰি আছে। পৃথিৱীৰ বিষয়ে চিন্তা কৰক!’

অৰ্থাৎ যুৱকজনে শিল্পকৰ্মৰ বাহিৰে আন কোনো বিষয়ত সাধাৰণ মানুহৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিছিল। এই সকলো আছিল কেৱল প্ৰতিবাদৰ ভাষা!

কিন্তু কঠোৰ নিৰাপত্তাৰ মাজতো যুৱকজনে কেনেকৈ ছদ্মৱেশ ধৰি কেক লৈ প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল তাকলৈ প্ৰশ্নৰ অৱতাৰণা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd