• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সম্পৰ্কিত ফাৰ্মক উচ্চ হাৰত দিয়া হৈছিল চেনিটাইজাৰৰ বেছিভাগ অৰ্ডাৰ’: দাবী প্ৰতিবেদনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2022 4:54 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তথ্য জনাৰ অধিকাৰৰ (আৰটিআই) উত্তৰৰ ভিত্তিত এক ধাৰাবাহিকভাৱে প্ৰস্তুত কৰা ‘দ্য ৱায়াৰ এণ্ড দ্য ক্ৰছ কাৰেণ্ট’ৰ এক প্ৰতিবেদন অনুসৰি, অসম চৰকাৰে ২০২০ চনত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু তেওঁৰ  পৰিয়ালৰ ঘনিষ্ঠ ব্যৱসায়িক সহযোগীৰ মালিকানাধীন কোম্পানীক কোভিড-১৯ চিকিৎসা সামগ্ৰীৰ “জৰুৰী আদেশ” প্ৰদান কৰিছিল।

২০২০ চনত কোভিড-১৯ মহামাৰীৰ আতংকৰ সময়ত, হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী আছিল।

প্ৰতিবেদনত দাবী কৰা হৈছে যে অসম চৰকাৰে কোভিড-১৯ সম্পৰ্কীয় চিকিৎসা সামগ্ৰী বহুত বেছি হাৰত ক্ৰয় কৰিছিল।

Apply Now

লগতে পঢ়ক: গৰু সৰবৰাহত কলিয়াভোমোৰাৰ নিৰাপত্তাৰক্ষী, অজ্ঞাত সংগঠন, একাংশ সংবাদকৰ্মী জড়িতৰ অভিযোগ

“উদাহৰণস্বৰূপে, অসম চৰকাৰে অৰ্ডাৰ দিয়া প্ৰতিটো ২০০ মিলি লিটাৰ চেনিটাইজাৰৰ বটলৰ বাবে এখন ফাৰ্মক ২৫ টকা (জিএছটিৰ সৈতে ৩৭ টকা) পৰিশোধ কৰিছিল। হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সম্পৰ্ক থকা আন এখনক প্ৰতি ৫০০মিলি লিটাৰৰ বটলৰ বাবে ২৩১ টকা আৰু প্ৰতি ১০০ মিলি লিটাৰৰ বটলৰ বাবে ১০০.৩০ টকা পৰিশোধ কৰিছিল। যদি পূৰ্বৰ প্ৰতিষ্ঠানটোৰ হাৰ ধৰা হয় তেতিয়া এই প্ৰতিষ্ঠানক প্ৰতি বটলত ক্ৰমে ১৩৭ টকা আৰু ৮১ টকা অধিক পৰিশোধ কৰিছিল,” প্ৰতিবেদনখনত কোৱা হৈছে।

“এনে ‘জৰুৰী’ কামৰ আদেশলাভ কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ হিতাধিকাৰীসকলৰ ভিতৰত আছিল হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ মালিকানাধীন জেচিবি ইণ্ডাষ্ট্ৰিজ আৰু গুৱাহাটীস্থিত ঘনশ্যাম ধনুকাৰ মালিকানাধীন জিআৰডি ফাৰ্মাচিউটিকেল আৰু মেডিটাইম হেল্থকেয়াৰ নামৰ প্ৰতিষ্ঠান দুটা,” প্ৰতিবেদনখনত লগতে কোৱা হয়।

প্ৰতিবেদনখনত আৰু কোৱা হৈছে, “আমোদজনকভাৱে, শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মা বৰ্তমান বশিষ্ঠ ৰিয়েলটাৰ্ছ (পূৰ্বতে আৰবিএছ ৰিয়েলটাৰ্ছ) নামৰ এক প্ৰতিষ্ঠানৰ প্ৰধান অংশীদাৰ, য’ত ঘনশ্যামৰ দেউতাক অশোক ধনুকা এজন পূৰ্ণকালীন সঞ্চালক।”

“আৰটিআইৰ উত্তৰসমূহত প্ৰকাশ পাইছে যে ধনুকাৰ মালিকানাধীন জিআৰডি ফাৰ্মাচিউটিকেলে মহামাৰীৰ সময়ত ৰাজ্য চৰকাৰক হেণ্ড চেনিটাইজাৰ যোগান ধৰাৰ বাবে মুখ্য ঠিকা লাভ কৰিছিল। গুৰুত্বপূৰ্ণভাৱে, ৰাজ্য চৰকাৰে ধনুকাৰ কোম্পানীৰ পৰা উপলব্ধ বজাৰৰ হাৰতকৈ যথেষ্ট অধিক মূল্যত হেণ্ড চেনিটাইজাৰ ক্ৰয় কৰিছিল। শৰ্মাৰ দ্বাৰা পৰিচালিত স্বাস্থ্য মন্ত্ৰালয়টোৱে চিকিৎসা সামগ্ৰী ক্ৰয় কৰাৰ বাবে ধনুকাৰ কোম্পানীবোৰক আগবঢ়োৱা চৰ্তাৱলীত বক্ৰপথৰ সহায় লোৱা দেখা গৈছিল – উদাহৰণ স্বৰূপে, গুৱাহাটীৰ পৰিৱৰ্তে নতুন দিল্লীৰ অসম ভৱনত পিপিই কিট বিতৰণ কৰা হৈছিল,” প্ৰতিবেদনত দাবী কৰা হৈছে।

লগতে পঢ়ক: Sonia Gandhi Covid Positive: কোভিদত আক্ৰান্ত ছোনিয়া গান্ধী; সামন্য জ্বৰৰ লগতে আছে আন লক্ষণো

আনহাতে, “…’অসমস্থিত আন এটা প্ৰতিষ্ঠান, সুৰমা ডিষ্টিলাৰী প্ৰাইভেট লিমিটেডক ২০০ মিলি লিটাৰৰ ১,৩০,০০০ হেণ্ড চেনিটাইজাৰ যোগান ধৰাৰ বাবে জৰুৰী ৱৰ্ক অৰ্ডাৰ দিয়া হৈছিল।’ অৱশ্যে, এন এইচ এম-য়ে জি আৰ ডি ফাৰ্মাচিউটিকেলক পৰিশোধ কৰিবলৈ সন্মত হোৱাতকৈ সেয়া যথেষ্ট কম হাৰ আছিল,”-প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd