• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গৰু সৰবৰাহত কলিয়াভোমোৰাৰ নিৰাপত্তাৰক্ষী, অজ্ঞাত সংগঠন, একাংশ সংবাদকৰ্মী জড়িতৰ অভিযোগ

ৰিদীপ শৰ্মা, কলিয়াবৰ by ৰিদীপ শৰ্মা, কলিয়াবৰ
June 2, 2022 2:58 pm
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অবৈধ গৰু সৰবৰাহৰ আঁৰত এইবাৰ কলিয়াভোমোৰা দলঙৰ একাংশ নিৰাপত্তাৰক্ষী¸কোনো অজ্ঞাত সংগঠন তথা একাংশ সংবাদকৰ্মী জড়িত থকাৰ অভিযোগ উঠিছে। এই গুৰুতৰ অভিযোগ উলুৱনী আৰক্ষীৰ।

অবৈধ গো-ধন সৰবৰাহৰ বিৰুদ্ধে চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰাৰ পিছতো ৰাজ্যত অব্যাহত আছে গৰু অবৈধ সৰবৰাহ। আৰক্ষীৰ চকুত ধুলি দি একাংশই চলাই গৈছে গৰুৰ চোৰাং বেহা।

তাৰ বিপৰীতে চোৰাং গো-ধন সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে কলিয়াবৰ মহকুমা আৰক্ষী। জব্দ কৰিছে ইখনৰ পিছত সিখন গৰুভৰ্তি বাহন।

Apply Now

লগতে পঢ়ক: এম্বুলেন্স নাই! জাৱৰ কঢ়িওৱা বাহনত মৃতদেহ কঢ়িয়াই বিতৰ্কত আৰক্ষী

তাৰ মাজতে কলিয়াবৰত পুনৰ জব্দ কৰা হৈছে গৰুভৰ্তি বাহন। উলুৱনি আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে দুখনকৈ গৰুভৰ্তি ট্ৰাক।

কলিয়াবৰৰ নলতলিত দুখন ১২ চকীয়া গৰুভৰ্তি ট্ৰাক আৰক্ষীয়ে জব্দ কৰে। লখিমপুৰৰ পৰা ৰূপহীহাট অভিমুখী গৰুভৰ্তি ট্ৰাক দুখন জব্দ কৰে উলুৱনি আৰক্ষীয়ে।

জব্দকৃত ট্ৰাক দুখনৰ নম্বৰ AS 04-BC-0211 আৰু  AS-01-LC-1679।। ট্ৰাক দুখনৰ পৰা উদ্ধাৰ ৩০ টাৰো অধিক গৰু। আটক কৰা হৈছে চাৰিজন গৰু সৰবৰাহকাৰী। 

লগতে পঢ়ক: জম্মু-কাশ্মীৰৰ শ্বপিয়ানত বাহনৰ ভিতৰত থকা বিস্ফোৰক সামগ্ৰীৰ বিস্ফোৰণ: তিনি সেনা আহত

ধৃত চাৰি গৰু সৰবৰাহকাৰী হৈছে জখলাবন্ধাৰ বৰদলঙৰ ৰফিকুল আলি, নিজাম উদ্দিন আৰু কঁহৰাৰ প্ৰেম চেত্ৰী, ৰফিক আলি।

উলুৱনী আৰক্ষীয়ে আটক কৰা চাৰি গৰু সৰবৰাহকাৰী। ফটো: নৰ্থইষ্ট নাও।

ইপিনে, কলিয়াভোমোৰা দলঙৰ একাংশ নিৰাপত্তাৰক্ষী, অজ্ঞাত সংগঠন আৰু একাংশ সংবাদকৰ্মীও গৰু সৰবৰাহৰ সৈতে জড়িত থকাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে আৰক্ষীয়ে।

এই অভিযোগ উত্থাপন কৰিছে খোদ উলুৱনি আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱ কুমাৰ দাসে।

লগতে পঢ়ক: কাৰ্যালয়ত ওলমাইছিল লাডেনৰ ফটো: নিলম্বনৰ সন্মুখীন চৰকাৰী বিষয়া

কোনো অজ্ঞাত সংগঠন আৰু একাংশ সংবাদকৰ্মীয়ে মিলি ৩০ হাজাৰ টকাত মেনেজ হোৱাৰ বিপৰীতে দলঙৰ একাংশ নিৰাপত্তাৰক্ষীয়ে ১০ হাজাৰ টকাত গৰু সৰবৰাহ মেনেজ কৰি অহাৰ অভিযোগ তুলিছে আৰক্ষীয়ে।

সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

ৰিদীপ শৰ্মা, কলিয়াবৰ

ৰিদীপ শৰ্মা, কলিয়াবৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd